Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গ্রেপ্তাৰ হ’ব পাৰে বিজেপিৰ অসমৰ

publisher by publisher
November 23, 2020
in Assam, India, News
Reading Time: 1 min read
0
গ্রেপ্তাৰ হ’ব পাৰে বিজেপিৰ অসমৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

যিকোনাে মুহূর্ততে স-পত্নীক গ্রেপ্তাৰ হ’ব পাৰে অসমৰ বিজেপি নতুন প্রভাৰী বৈজয়ন্ত পাণ্ডা। ওড়িছাৰ প্রাক্তন সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতিজন আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত হৈছে অবৈধভাৱে দলিত আদালতৰ সম্প্রদায়ৰ বিপুল পৰিমাণৰ ভূমি ক্রয়ৰ অভিযােগ। নিজৰ গাড়ীচালকজনৰ নামত বিজেপি নেতাজনে এই ভূমি অতি সুলভ বাধা মূল্যত ক্ৰয় কৰিছিল। উল্লেখ্য যে পাণ্ডাক মাত্র কিছুদিন পূর্বে অসম বিজেপিৰ প্ৰভাৰীৰ দায়িত্ব প্রদান কৰা হৈছিল। শুকুৰবাৰে ওড়িছা উচ্চ ন্যায়ালয়ে পাণ্ডা আৰু তেওঁৰ পত্নীৰ গ্ৰেপ্তাৰত থকা ৰক্ষাকবচ প্রত্যাহাৰ কৰাৰ পাছতে অসম বিজেপিতে প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

ADVERTISEMENT

উল্লেখ্য যে গ্রেপ্তাৰৰ পৰা ৰক্ষাৰ বাবে ইমানদিনে তেওঁলােকৰ আইনী ৰক্ষাকবচ আছিল। তেওঁলােকৰ বিৰুদ্ধে উত্থাপিত হৈছিল আঠ হেজাৰ টকা দৰমহা দিয়া গাড়ীচালকৰ জৰিয়তে প্রায় সাত হেজাৰ একৰ ভূমি অবৈধ প্রক্রিয়াৰে ক্ৰয় কৰাৰ অভিযােগ। মন কৰিবলগীয়া যে ওড়িছাত দলিতসকলৰ ভূমি ক্রয়-বিক্রয়ক লৈ কঠোৰ আইন আছে। এই আইনৰ আওতাত দলিত সম্প্রদায়ৰ কোনাে লােকে নিজৰ নামত থকা ভূমিৰ সম্পূর্ণ অংশ বিক্ৰী কৰিব নােৱাৰে। নিজৰ ভূমিৰ সামান্য অংশ বিক্রী কৰিবলৈ হ’লেও জিলা উপায়ুক্তৰ অনুমতি লবলগীয়া হয়।

ইয়াৰ উপৰি কোনাে লােকে অনিবার্য কাৰণত ভূমি বিক্রী কৰিবলৈ লৈছে নে তেওঁক ভূমি বিক্ৰী কৰিবলৈ আন কোনােবাই চাপ দিছে, এইবােৰ বিষয়ে পৰীক্ষা কৰা হয়। সকলাে চাই প্রশাসন সন্তুষ্ট হ’লেহে কোনাে দলিত লােকে নিজৰ ভূমি বিক্ৰী কৰিব পাৰে। অভিযােগ অনুসৰি, এইবােৰ আইনী জটিলতাত যাতে পৰিবলগীয়া নহয় আৰু সমস্ত ভূমি ক্রয় কৰিব পাৰে, তাৰ বাবেই পাণ্ডাই নিজৰ গাড়ী চালকক ব্যৱহাৰ কৰিছিল। ইতিমধ্যে গাড়ীচালকজনক গ্রেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে যােৱা ৩১ অক্টোবৰত ওড়িছা আৰক্ষীৰ অর্থনৈতিক অপৰাধ শাখাই ৰবীন্দ্ৰকুমাৰ ছেঠী নামৰ এজন লােকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ৰবীন্দ্ৰকুমাৰ এসময়ত পাণ্ডাৰ ব্যৱসায়িক প্রতিষ্ঠান অর্টেল কমিউনিকেচনছ লিমিটেডত গাড়ীচালকৰূপে নিয়ােজিত আছিল। ইয়াৰ বাবদ তেওঁ পাণ্ডাৰ প্রতিষ্ঠানৰ পৰা মাহিলি আঠ হেজাৰ টকা দৰমহা লাভ কৰিছিল। তদন্তকাৰী বিষয়াই জনােৱা মতে, সেই সময়তে ৰবীন্দ্ৰকুমাৰে দলিত সম্প্রদায়ৰ ২২জন লােকৰ পৰা মুঠ সাত হেজাৰ ২৯৪ একৰ ভূমি ক্রয় কৰিছিল। আঠ হেজাৰ টকাৰ দমহা প্রাপ্ত এজন লােকৰ বাবে যিটো আছিল একপ্রকাৰ অসম্ভৱ।

তদন্তকাৰী দলৰ সূত্রই জনােৱা মতে, জেৰাৰ সময়তে ৰবীন্দ্ৰকুমাৰে বিজেপি নেতা পাণ্ডা আৰু তেওঁৰ পত্নীৰ নাম সদৰী কৰে। তদন্তকাৰী দলে জানিব পাৰে যে ২০১০ৰ পৰা ২০১৩ৰ ভিতৰত বজাৰৰ অর্ধেক মূল্যত ৰবীন্দ্ৰকুমাৰৰ নামত উক্ত বিপুল পৰিমাণৰ ভূমি ক্রয় কৰা হৈছিল। ৰিয়েল এষ্টেটৰ ব্যৱসায়ৰ বাবে পৰৱৰ্তী সময়ত ওড়িছা ইনফ্রাটেক প্রাইভেট লিমিটেড (অ’আইপিএল) নামৰ কোম্পানীটোৱে ৰবীন্দ্ৰকুমাৰৰ পৰা উক্ত ভূমি ৬৫ লাখ টকাৰ বিনিময়ত ক্রয় কৰে। পাণ্ডাৰ পত্নী অ’আইপিএলৰ কো-প্রমটাৰ।

তদন্তত ওলাই পৰে যে ৬৫ লাখ টকাত উক্ত ভূমি ক্রয় কৰা হৈছে বুলি চৰকাৰী নথিত দেখুওৱা হ’লেও ৰবীন্দ্ৰকুমাৰৰ একাউণ্টত উক্ত ধন সােমােৱা নাছিল। সকলােবােৰ পৰীক্ষা কৰাৰ পাছতে পাণ্ডা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিৰুদ্ধে নৃশংসতা প্রতিৰােধ, বেনামী লেনদেনসহ একাধিক আইনৰ অধীনত গােচৰ পঞ্জীয়ন হয়। ইয়াৰ পাছতে শেহতীয়াকৈ গ্রেপ্তাৰ ৰােধ কৰিবলৈ ওড়িছা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিজেপি সাংসদজন। উক্ত আবেদনত সহাঁৰি জনাই উচ্চ ন্যায়ালয়ে অন্তর্বর্তী ৰায়ত প্রথমে গ্রেপ্তাৰৰ বিৰুদ্ধে ৰক্ষাকবচ মঞ্জুৰ কৰিছিল। কিন্তু যােৱা শুকুৰবাৰে আদালতে সেই ৰক্ষাকবচ প্রত্যাহাৰ কৰাত পাণ্ডা আৰু তেওঁৰ পত্নীৰ গ্ৰেপ্তাৰ নিশ্চিত হৈ পৰিছে।

ওড়িছা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপি ৰুত্রেই এই সন্দৰ্ভত ৰায় দি কয়, ‘অপৰাধ গােচৰৰ তদন্তত আদালতে হস্তক্ষেপ নকৰে। তদন্ত এতিয়াও শেষ হােৱা নাই, সেয়ে আবেদনকাৰীৰ দাবী খাৰিজ কৰা হৈছে। আগৰ অন্তৱৰ্তী ৰায়ত যি নির্দেশ দিয়া হৈছিল, সেয়াও প্রত্যাহাৰ কৰা হ’ল। ইপিনে, পাণ্ডা আৰু তেওঁৰ পৰিয়ালে সমস্ত গােচৰত নিজৰ ভূমিকা অস্বীকাৰ কৰিছে। ইয়াৰ বিপৰীতে ওড়িছাৰ নবীন পাটনায়ক চৰকাৰৰ প্ৰতিহে তেওঁলােকে আঙুলি তুলিছে।

পাণ্ডাই অভিযােগ কৰিছে যে ওড়িছাৰ ৰাজ্য চৰকাৰে প্রতিহিংসাৰ ৰাজনীতি কৰিছে। তেওঁলােকে কোনাে বেআইনী কাম কৰা নাই বুলি দাবী কৰি সময়ত প্রকৃত সত্য ওলাই পৰিব বুলিও পাণ্ডাই মন্তব্য কৰিছে। বিজেপি সাংসদজনৰ লগতে তেওঁৰ পৰিয়ালে দাবী কৰিছে যে তেওঁলােকৰ মালিকানাধীন চেনেল অটিভিত ৰাজ্যৰ কৰ’না পৰিস্থিতিৰ প্রকৃত চিত্ৰখন দাঙি ধৰা বাবেই ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে তেওঁলােকক হাৰাশাস্তি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: baijayant pandaBJP
publisher

publisher

Related Posts

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা

October 4, 2026
ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d