Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Narendra Modi Birth day:নৰেন্দ্ৰ মোদীৰ জন্মদিনত উপলক্ষে দেশজুৰি আয়োজন হ’ব “সেৱা পষেক” কাৰ্যসূচী

publisher by publisher
September 15, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Narendra Modi Birth day:নৰেন্দ্ৰ মোদীৰ জন্মদিনত উপলক্ষে দেশজুৰি আয়োজন হ’ব “সেৱা পষেক” কাৰ্যসূচী
5
SHARES
54
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Narendra Modi Birth day:

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষই উন্নতিৰ শিখৰত অৱস্থান কৰিছে। দেশ নিৰ্মাণৰ কাৰণে প্ৰধানমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা কল্যাণকামী আঁচনি তথা পদক্ষেপৰ আধাৰত ভাৰত এতিয়া বিশ্ব গুৰুৰ দিশে আগুৱাইছে ।

ADVERTISEMENT

নিজৰ সমগ্ৰ জীৱন দেশমাতৃৰ কাৰণে উচৰ্গা কৰা প্রধানমন্ত্ৰী গৰাকীৰ জন্মদিনটো ভাৰতীয় জনতা পার্টিয়ে বিগত কেইবাটাও বছৰৰ পৰা বিশেষভাবে আয়োজন কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে ভাৰতীয় জনতা পাৰ্টিৰ কার্যকৰ্তা সকলৰ সহযোগত এইবাৰো অহা ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ দেশজুৰি ‘সেৱা পষেক‘ কাৰ্যসূচী আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰি মুখপাত্র ড০ জুৰি শৰ্মা বৰদলৈয়ে কয়, অহা ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন দৰ্শন, কৃতিত্বৰ ওপৰত প্ৰতিখন জিলাতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাৰ লগতে “আয়ুষ্মান ভৱঃ” সপ্তাহ কাৰ্যসূচীৰ অধীনত বিভিন্ন অনুষ্ঠান আয়োজন কৰিব।

প্ৰতিখন জিলাত যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰিব। দৰিদ্ৰ লোক সকলৰ বাবে আয়ুষ্মান ভাৰত অভিযানৰ অধীনত কাৰ্ড নিৰ্মাণ কৰি ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰি বিতৰণৰ ব্যৱস্থা কৰিব। বিজেপিৰ কার্যকৰ্তা সকলে নিজ নিজ জিলাত বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন কৰি দৰিদ্ৰ জনসাধাৰণৰ মাজত ঔষধ আদিৰো বিতৰণ কৰিব।

আনহাতে ২৫ ছেপ্তেম্বৰত প্ৰতিটো বুথতে পৰম পূজনীয় পণ্ডিত দীনদয়াল উপাধ্যায় জয়ন্তী আয়োজন কৰিব। ২৬ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈকে দলীয় কাৰ্যকৰ্তা সকলৰ সহযোগত বুথ স-শক্তিকৰণ অভিযানৰ দ্বিতীয় পৰ্ব আৰম্ভ হ’ব। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে ২ অক্টোবৰত মন্দিৰ, বজাৰ আদি ৰাজহুৱা স্থানত স্বচ্ছ ভাৰত কাৰ্যসূচী গ্ৰহণ কৰিব।

ৰাজ্যিক পৰ্যায়ত এই কাৰ্যসূচী তদাৰক কৰিবৰ কাৰণে উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ নেতৃত্বত বিশেষ কমিটি গঠন কৰি দিছে বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰিছে।

আনহাতে বিধানসভাত গৃহীত হোৱা অসম পঞ্চায়ত (সংশোধনী) বিধেয়ক ২০২৩ ক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে বুলি মুখপাত্ৰ গৰাকীয়ে সদৰী কৰিছে। শৰ্মা বৰদলৈয়ে কয়, দেশৰ ৰাজনৈতিক ইতিহাসত এক নতুন ধাৰা সংযোজন হ’ল। এই আইখনে মহাত্মা গান্ধীৰ সপোনৰ গ্ৰাম-স্বৰাজক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra Modi Birth daySeva PakhwareState Bjp Spl Programme
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d