Heroin Seized With Arrested One Paddlar:
কামৰূপ গ্ৰাম্য জিলাত অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চে ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান চলাই থকাৰ মাজতে বাইহাটা চাৰিআলিত এখন নৈশ বাছত যোৱা নিশা অৰ্তকিতে অভিযান চলাই জব্দ কৰে ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন ৷
ADVERTISEMENT
১৫০ গ্ৰাম হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰে কুখ্যাত সৰবৰাহকাৰী বাতেন আলীক ৷ আৰক্ষীৰ জেৰাত সৰবৰাহকাৰীজনে সদৰি কৰা মতে জব্দকৃত হেৰ’ইন খিনি মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰিছিল ৷
আটকাধীন হে’ৰইন সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে এছ টি এফে ৷