Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Police Encounter In Dergaon: ৰাজ্যত পুনৰ এনকাউন্টাৰ !

দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী লাগান চাহানী, বহু কেইটা চুৰিকাণ্ডৰে জড়িত আছিল চাহানী, পূৰ্বতে বহুবাৰ আছিল জেলত

publisher by publisher
December 11, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Police Encounter In Dergaon: ৰাজ্যত পুনৰ এনকাউন্টাৰ !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

Police Encounter in Basistha:মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ

Dima Hasao:ডিমা হাছাও-কাছাৰ সীমান্তত আৰক্ষীৰ এনকাউণ্টৰ

Police Encounter In Dergaon:

অপৰাধীৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধানৰ কঠোৰ হুংকাৰৰ পাছতে আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

ADVERTISEMENT

ইয়াৰ মাজতে পুনৰ সংঘটিত হ’ল এনকাউণ্টাৰ ৷ ৰাজ্যত ইতিমধ্যে ইটোৰ পাছত সিটোকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে এইবাৰ দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত হয় লাগান চাহানী নামৰ গভাইত চোৰ ৷

উল্লেখ্য যে, যোৱা কে’বাদিনো ধৰি দেৰগাঁৱত ইটোৰ পাছত সিটোকৈ কেইবাটাও চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈ আহিছিল ৷ চুৰিকাণ্ডৰে জড়িত অপৰাধীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছিল যদিও ফলৱতী হোৱা নাছিল ।

কিন্ত দেওবাৰে দিনৰ ভাগত বিশেষ সুত্ৰৰ পমখেদি ডেৰগাওঁ আৰক্ষীয়ে কুখ্যাত চোৰ লাগান চাহানীক আটক কৰিবলৈ সক্ষম হয় ৷ নিশা লাগানক লগত লৈ ভিন্ন স্থানত অভিযান চলাই থকা অৱস্থাতে চুৰি সামগ্ৰী দেখুৱাই দিয়াৰে অচিলাৰে লাগান চাহানীয়ে এটা মোনাৰ পৰা হঠাতে পিষ্টল উলিয়াই আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতে নিহত হয় গভাইত চোৰটো ৷

আৰক্ষীয়ে অভিযানৰ সময়ত উদ্ধাৰ কৰে কেতবোৰ চুৰি সামগ্ৰীৰ লগতে ৭.৬৫ এম এম ৰিভলভাৰ,এটা মেগজিন সহ দুই ৰাউণ্ড সক্ৰিয় গুলী,নগদ ৫০ লাখ টকা ৷ লগতে উদ্ধাৰ কৰে চোৰটোৱে ব্যৱহাৰ কৰা এখন মটৰ চাইকেল ৷

স্মতৰ্ৱ্য যে, লাগান চাহানী পূৰ্বে বহু কেইটা চুৰিকাণ্ডৰে জড়িত হৈ কে’বাবাৰো কাৰাবাস ঘাটিছিল ৷ কিন্ত জেলৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পাছত পুনৰ নামি পৰে চুৰি কাৰ্যত ৷ আৰক্ষীৰ বাবে মুৰৰ কামৰোণি আছিল গভাইত চোৰ লাগান চাহানী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dergaon PoliceFiringPolice EncounterRobber Killed
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d