Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

সোনাপুৰত পুৱাই আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুই দুৰ্ধৰ্ষ গাড়ী চোৰ, আৰক্ষী গুলীত নিহত চোৰ দুটা হ'ল বাবুল সিং আৰু চাইদুল আলম

publisher by publisher
September 3, 2026
in Uncategorized
Reading Time: 1 min read
0
Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ

Police Encounter in Sonapur:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰত পুৱাই সংঘটিত হ’ল আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত ঢলি পৰিল দুই কুখ্যাত গাড়ী চোৰ ৷ সোণাপুৰৰ মৰকদলাত দুই দুৰ্ধৰ্ষ গাড়ী চোৰ বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰি গুৱাহাটীৰ পানবজাৰ আৰক্ষীৰ এটা আৰক্ষী দলে অভিযান চলাই থাকোতে চোৰ দুটাই আৰক্ষীক দেখি গুলীয়াবলৈ ধৰে ৷ আনহাতে আৰক্ষীয়ে গুলীবৰ্ষণ কৰাত থিতাতে নিহত হয় চাইদুল আলম লস্কৰ আৰু বাবুল সিং নামৰ গাড়ী চোৰ দুটা ৷ নিহত দুই চোৰৰ পৰা দুটা পিষ্টল আৰু গাড়ী চুৰিত ব্যৱহ্ত কেতবোৰ সামগ্ৰী৷

ADVERTISEMENT

উল্লেখ্য যে নিহত দুই চোৰৰ নেতৃত্বত এটা গাড়ী চোৰৰ চক্ৰই দীৰ্ঘদিন ধৰি গুৱাহাটী আৰু উপকন্ঠ অঞ্চলত গাড়ী চুৰি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত একাধিক ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিছিল ৷

আনহাতে আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত গুৱাহাটী আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে বুধবাৰে নিশা পানবজাৰ থানালৈ এটা ফোন আহে যে পানবজাৰ অঞ্চলৰ পৰা এখন টাটা ম’বাইল গাড়ী চুৰি হৈছে৷ পানবজাৰ থানাৰ অ’চি তৎক্ষণাত সকলো থানাত সষ্টম কৰি বিশেষ খবৰৰ ভিত্তিত সোণাপুৰৰ মৰকদলা পথত নাকা চেকিং আৰম্ভ কৰে ৷সেই সময়ত চুৰি হোৱা টাটা ম’বাইল গাড়ী খন সেই পথৰে অহাত আৰক্ষীয়ে দূৰৰ পৰা ৰবলৈ সংকেত দিয়ে যদিও বাহন খন নৰখি কিছুদূৰ ফালৰি কাটিবলৈ ধৰোতেই দুৰ্ঘটনা পতিত হয় ৷ পিছত গাড়ী খনৰ ওচৰলৈ আৰক্ষী দল যাবলৈ ধৰোতেই দুই আৰোহীয়ে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷  প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত দুই আৰোহী ঢলি পৰে ৷ আৰক্ষীয়ে ততাতৈয়াকৈ গুলীবৃদ্ধ দুই চোৰক সোণাপুৰৰ জিলা চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: big breking newsCrime Newslatest newsPanbazar PolicePolice EncounterSONAPURtwo theft killed
publisher

publisher

Related Posts

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

September 3, 2026
Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ
Uncategorized

Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ

September 2, 2026
ৰহা টোলগেটত স্থানীয় ৰাইজৰ বাবে টোল ৰেহাই ঘোষণা নগাঁও জিলা আয়ুক্তৰ
Uncategorized

ৰহা টোলগেটত স্থানীয় ৰাইজৰ বাবে টোল ৰেহাই ঘোষণা নগাঁও জিলা আয়ুক্তৰ

September 2, 2026
Heroin Seized in Basistha: বশিষ্ঠ আৰক্ষীৰ অভিযানত হে’ৰইন সহ কুখ্যাত সৰবৰাহকাৰী আটক
Uncategorized

Heroin Seized in Basistha: বশিষ্ঠ আৰক্ষীৰ অভিযানত হে’ৰইন সহ কুখ্যাত সৰবৰাহকাৰী আটক

September 2, 2026
Zubeen garg case:জুবিন গাৰ্গ হত্যা গোচৰৰ সাক্ষাদানৰ বাবে ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d