Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Six Tribal Extremist Organisations Pressmeet in Manas :চৰকাৰৰ লাঞ্ছনা-বঞ্চনাক লৈ ক্ষোভ

পুনৰ জংঘললৈ যোৱাৰ হুংকাৰ পূৰ্বে অস্ত্ৰ সম্বৰণ কৰা ছটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ

publisher by publisher
August 31, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Six Tribal Extremist Organisations Pressmeet in Manas :চৰকাৰৰ লাঞ্ছনা-বঞ্চনাক লৈ ক্ষোভ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Six Tribal Extremist Organisations Pressmeet in Manas :

ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সতে হোৱা আদিবাসী চুক্তিৰ সময়তে জংঘলৰ পৰা ওলাই আহি অস্ত্ৰ সম্বৰণ কৰা প্ৰায় ছটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনে চৰকাৰৰ প্ৰৱঞ্চনাৰ বাবে বাধ্য হৈ পুনৰ হাতত অস্ত্ৰ তুলি জংঘললৈ যোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷

ADVERTISEMENT

প্ৰাক্তন আদিবাসী উগ্ৰপন্থী সংগঠন বীৰছা কোমাণ্ড ফোৰ্চে মানাহৰ বাঁহবাৰীত অনুষ্ঠিত কৰা এক সংবাদমেলৰ জৰিয়তে কয় যে বীৰছা কোমাণ্ড ফোৰ্চৰ লগতে পাঁচটাকৈ বিদ্ৰোহী সংগঠনৰ ২০২২ৰ ১৫ চেপ্তেম্বৰত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে চুক্তি হৈছিল আৰু তেতিয়াই চৰকাৰৰ ফালৰপৰা এহেজাৰ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰা হৈছিল ৷

তাত আদিবাসী কাউন্সিল গঠন কৰি আদিবাসী সকলৰ সৰ্বাংগীণ উন্নয়নৰ লগতে জনজাতিকৰণ হ’ব বুলিও কোৱা হৈছিল ৷ তাৰ মাজতে অসম চৰকাৰে অনুষ্ঠিত কৰা অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে দুই তিনিদিনৰ ভিতৰতে উগ্ৰপন্থী সংগঠন কেইটাৰ প্ৰতিজন কেডাৰকে ছহেজাৰকৈ টকা একাউণ্ট যোগে আদায় দিব লগতে ১৫ আগষ্টৰ পূৰ্বে চাৰি লাখকৈ প্ৰতিজন কেডাৰকে আদায় দিব কিন্তু আজি দুমাহেও সেই টকা কোনো এজন কেডাৰে লাভ নকৰিলে ৷

এতিয়া কেডাৰ সকলে এসাঁজ খাই এসাঁজ লঘোণে থাকি পৰিয়াল চলাই নিব লগা হৈছে৷ এইক্ষেত্ৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে পুনৰ সশস্ত্ৰ সংগ্ৰামৰ পথত আগবাঢ়ি যোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

একেদৰে বীৰছা কোমাণ্ড ফোৰ্চ,আনলা,কোব্ৰা মিলিটেণ্ট ফোৰ্চ,এছটিএফকে ধৰি প্ৰায় ছটাকৈ সংগঠনে তেওঁলোকৰ ন্যায্য দাবী প্ৰাপ্তিৰ বাবে শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী আৰু এডিজিপিক সাক্ষাৎ কৰিব বুলিও সংবাদমেল যোগে জানিব দিয়ে ৷ সংবাদমেল খনত বীৰছা কোমাণ্ড ফোৰ্চৰ প্ৰতিষ্ঠাপক ডেপুটি চীফ বিজয় ছেচ,ইছাক এম হেমৰন,ৰঞ্জন মাহাতো,সঞ্জীৱ ছালছো,গিলবাৰ্ট ছোৱান্সি,শ্যাম সুৰিনকে ধৰি কেবাগৰাকী নেতাকৰ্মী উপস্থিত আছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BahbarimanasPressmeetSix Tribal Extremist Organisations
publisher

publisher

Related Posts

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d