Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

One Thousand Houses Will Have to be Demolished in Joshimath:যোশীমঠত ভাঙিব লাগিব এহেজাৰ ঘৰ

৩৫ শতাংশ ঘৰেই ভয়াৱহ বিপদৰ গৰাহত, তথাপি গৃহ ত্যাগত অনীহা

publisher by publisher
January 25, 2024
in India, News
Reading Time: 2 mins read
0
One Thousand Houses Will Have to be Demolished in Joshimath:যোশীমঠত ভাঙিব লাগিব এহেজাৰ ঘৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

India-Pakistan Conflict:ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান

Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

One Thousand Houses Will Have to be Demolished in Joshimath:

এবছৰ পূৰ্বে দেৱভূমিৰ দুৱাৰ খ্যাত আমি উত্তৰাখণ্ডৰ যোশীমঠত ভূমি বিপৰ্যয় ঘটিছিল ৷বৃহৎ ফাট মেলিছিল চহৰৰ অঞ্চলে অঞ্চলে। তাৰ পাছতে ভূতত্ত্ববিদসকলে ঘোষণা কৰিছিল যে যোশীমঠৰ বৃহৎ অঞ্চল ডুব যাবলৈ ধৰিছে।

ADVERTISEMENT

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এই ডুবিবলৈ ধৰা চহৰখনক বচাবলৈ চলোৱা চেষ্টাৰ অংশৰূপে ঘৰবোৰ ভাঙিব লাগিব। সেই কার্যও অনতিপলমে সম্পন্ন কৰিব লাগিব। এই ঘৰবোৰৰ অধিকাংশই সাধাৰণ মানুহৰ বসতিস্থল। চৰকাৰৰ পৰা গৃহ ত্যাগৰ ‘জাননী পোৱাৰ পাছতো ঘৰৰ মায়া-মোহ ত্যাগ কৰিব পৰা নাই বাসিন্দাসকলে।

বিগত বৰ্ষৰ জানুৱাৰী মাহত ভয়াৱহ বিপর্যয় ঘটিছিল অঞ্চলটোত। এই পৰিস্থিতিত চলোৱা প্ৰচেষ্টাৰ অংশৰূপে প্ৰকাশ পোৱা প্ৰতিবেদনত উল্লেখ কৰা হৈছে কোন কোন অঞ্চল বসতিমুক্ত কৰিলে ডুবন্ত চহৰখনক ৰখাব পৰা যাব। এই প্রতিবেদন মর্মে যোশীমঠৰ ৩৫ শতাংশ অঞ্চল অতি বিপদাপন্ন।

ইয়াৰে ভিতৰত চাৰিটা পৌৰসভাৰ অঞ্চল অবিলম্বে খালী কৰিব লাগে। ইয়াত অসংখ্য বাসভৱনৰ উপৰি বাণিজ্যিক ভৱন, দোকান, হোটেল, হোম ষ্ট্রে আদিকে ধৰি এহেজাৰটা ঘৰ আছে। এই ঘৰবোৰ ভাঙি ধ্বংসস্তূপ আন ঠাইলৈ লৈ যাব লাগিব বুলি প্রতিবেদনত কোৱা হৈছিল।

প্রতিবেদন দাখিলৰ সাত মাহৰ পাছতো উত্তৰাখণ্ড চৰকাৰে ঘৰবোৰ ভঙাৰ কাম আৰম্ভ কৰিব পৰা নাই। চৰকাৰী বাসিন্দাসকলক ৯০ কিলোমিটাৰ নিলগৰ অস্থায়ী শিবিৰলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও সন্মত নহয় বাসিন্দাসকল। এখনৰ পাছত আনখন বৈঠক অনুষ্ঠিত কৰিও উত্তৰাখণ্ড চৰকাৰে কোনো ফল পোৱা নাই।

সাধাৰণ মানুহৰ মতে, তেওঁলোকক স্বগৃহৰ পৰা বহু দূৰলৈ যাবলৈ কোৱা হৈছে। ফলত তেওঁলোকৰ জীৱন ধাৰণ আৰু জীৱিকাত সমস্যাৰ সৃষ্টি হ’ব। যোশীমঠ হৈছে বদ্রীনাথ হেমকুণ্ডসহ দেৱভূমিৰ বহু পর্যটন ক্ষেত্ৰ বা টেকিং পথৰ প্ৰৱেশদ্বাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Demolished in JoshimathOne Thousand Housesunion govtUttarakhand Govt
publisher

publisher

Related Posts

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d