Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Viswa Sarma:জৰুৰীকালীন অৱস্থাৰ ক’লা অধ্যায়ৰ ৫০ বছৰ উপলক্ষ্যে অনুষ্ঠিত মক পাৰ্লিয়ামেণ্ট ‘ অনুষ্ঠানত মুখ্যমন্ত্ৰী

publisher by publisher
June 25, 2025
in Assam, News
Reading Time: 2 mins read
0
Himanta Viswa Sarma:জৰুৰীকালীন অৱস্থাৰ ক’লা অধ্যায়ৰ ৫০ বছৰ উপলক্ষ্যে অনুষ্ঠিত মক পাৰ্লিয়ামেণ্ট ‘ অনুষ্ঠানত মুখ্যমন্ত্ৰী
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

Himanta Viswa Sarma:

জৰুৰীকালীন অৱস্থাৰ ক’লা অধ্যায়ৰ ৫০ বছৰ উপলক্ষ্যে ভাৰতীয় জনতা যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত বুধবাৰে মহানগৰীৰ ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত মক পাৰ্লিয়ামেণ্ট’ শীৰ্ষক এক অনুষ্ঠান ৷

ADVERTISEMENT

অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ তেওঁৰ ভাষণত কয়, আজিৰ পৰা ৫০ বছৰ পূৰ্বে এই দিনটোতে ভাৰতীয় সংবিধানক নস্যাৎ কৰি গণতন্ত্ৰক হত্যা কৰাৰ এক ক’লা অধ্যায়ৰ সূচনা কৰিছিল ৷ গণতন্ত্ৰক সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি ১৯৭৫ চনৰ ২৫ জুন অৰ্থাৎ আজিৰ দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল। সেই জৰুৰীকালীন অৱস্থাৰ ক’লা অধ্যায়ৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল।

জৰুৰীকালীন অৱস্থাৰ সময়ত বাক স্বাধীনতা, সংবাদ মাধ্যমৰ মুক্ত প্ৰচাৰ বন্ধ কৰি ন্যায়পালিকা, কাৰ্যপালিকা সকলোকে ইন্দিৰা গান্ধীয়ে নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছিল। ৭ হেজাৰোধিক সাংবাদিকক গ্ৰেপ্তাৰ, লক্ষাধিক লোকক কাৰাৰুদ্ধ, ৬.২ নিযুত দৰিদ্ৰ মানুহক বন্ধ্যাকৰণ আদি আছিল জৰুৰীকালীন সময়ৰ ভয়াৱহ উদাহৰণ।

গণতন্ত্ৰক হত্যা কৰা, সংবিধানক বৃদ্ধাংগুষ্ঠ দেখুওৱা কংগ্ৰেছ বাহিনী ভাৰতবৰ্ষত চিৰদিনলৈ গণতন্ত্ৰ আৰু সংবিধান বিৰোধী হিচাপেই চিহ্নিত হৈ থাকিব । ইন্দিৰা গান্ধী তথা কংগ্ৰেছ চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰোধিতা কৰি নিজৰ সৰ্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী দেশপ্ৰেমিকক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয়, যিসকলে সংবিধানক বুঢ়া আঙুলি দেখুৱাইছিল, সেইসকলেই আজি সংবিধান ৰক্ষাৰ প্ৰবচন আগবঢ়ায়৷ জৰুৰীকালীন সময়ৰ সেই ক’লা ইতিহাসক কোনেও পাহৰিব নোৱাৰে, ইতিহাসে মনত ৰাখিব সেই সময়ক ৷ ক্ষমতা লিপ্সাৰ বাবে কংগ্ৰেছ দলে গণতন্ত্রক বৃদ্ধাংগুষ্ঠ দেখুৱাই সংবিধানক হত্যা কৰিছিল | আনকি ৫০ বছৰৰ পাছতো জৰুৰীকালীন অৱস্থাৰ আঁৰৰ মানসিকতা কংগ্ৰেছত বিকশিত হৈ আছে আৰু ই সঘনাই সময়ে সময়ে পৰিলক্ষিত হৈ আহিছে ৷

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া,মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া,যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাজেশ দাস সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AjymDilip SaikiaEmergency1975GuwahatiHimanta Viswa SarmaMock Parliament
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d