Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!

    Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

    পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

    পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Panchayat Elections In The State Soon:পূজাৰ পূৰ্বে বেলটত পঞ্চায়ত নির্বাচন

২১৯৭ গাঁও পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ যোজা হোৱাৰ লগে লগে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ সাজু

publisher by publisher
April 16, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Panchayat Elections In The State Soon:পূজাৰ পূৰ্বে বেলটত পঞ্চায়ত নির্বাচন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

পঞ্চায়ত নিৰ্বাচনৰ মাজতে মাজুলীত বিজেপি নেতাৰ পদত্যাগ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

নলবাৰী সমষ্টিৰ সাহানবিষ্টুপুৰত এটি পথৰ বাবে ৰাইজৰ হাহাকাৰ

Panchayat Elections In The State Soon:

চলিত লোকসভা নিৰ্বাচনৰ ব্যস্ততাৰ অন্ত পৰাৰ পাছতে ৰাজ্যত আৰম্ভ হ’ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া। ইতিমধ্যে কার্যকাল উকলি যোৱা ৰাজ্যৰ পঞ্চায়তসমূহক পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে আগন্তুক দুর্গা পূজাৰ পূর্বেই ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ আৰম্ভ হৈছে যো-জা। ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ স’তে যোগাযোগ সম্পন্ন কৰিছে। ৰাজ্যিক নির্বাচন আয়োগে এই সম্পৰ্কত অসম চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি অহা অক্টোবৰৰ পূৰ্বেই ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত আয়োগৰ ফালৰ পৰা সেউজ সংকেত দিছে।

ADVERTISEMENT

আয়োগে স্পষ্টভাবে ৰাজ্য চৰকাৰক জনাই দিছে যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগ সম্পূর্ণ ৰূপে সাজু। শেহতীয়াকৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগলৈ এখন পত্রযোগে আয়োগে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্রয়োজনীয় সকলো আগতীয়া কাম- কাজ সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছে।
আগন্তুক পঞ্চায়ত নিৰ্বাচন বেলট বাকচৰ পৰিৱৰ্তে ইভিএমৰ জৰিয়তে সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে পঞ্চায়ত আইনৰ সংশোধনীত উল্লেখ কৰিছিল যদিও বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বৰ দৰেই বেলট কাগজৰ জৰিয়তে সম্পন্ন কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে সিদ্ধান্ত লৈছে।

অসম ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে এই সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগ সম্পূর্ণরূপে সাজু। ইতিমধ্যে আয়োগে ৰাজ্য চৰকাৰক যথাসম্ভৱ শীঘ্রে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱা বুলিও আয়ুক্তজনে সদৰী কৰিছে। কুমাৰে কয় যে আয়োগে অহা অক্টোবৰৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰি যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে যদিও এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰণীয় ভালেমান কাম বাকী আছে। এনে প্রয়োজনীয় কামসমূহ লোকসভা নির্বাচনী প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতে ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৰণীয় কামসমূহৰ ভিতৰত অন্যতম হ’ল পঞ্চায়তৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ। যিহেতু ৰাজ্য চৰকাৰে ইতিপূর্বে কে’বাখনো উপ-জিলা ঘোষণা কৰিছে আৰু দেশৰ নিৰ্বাচন আয়োগেও ইতিপূর্বে বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিছে, সেয়েহে পুনৰ নিৰ্ধাৰিত লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ লগতে ঘোষিত নতুন উপ-জিলাসমূহৰ ভিত্তিত পঞ্চায়তৰ পৰিসৰ তথা সীমা সম্প্ৰসাৰণ আৰু পুনৰ নিৰ্ধাৰণ কৰাৰ পাছতহে নির্বাচন অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ’ব। চৰকাৰে পূজাৰ আগে-পাছে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে সৰ্বাধিক তৎপৰতা। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত আসন্ন নির্বাচনক লৈ স্বাভাৱিকতে আৰম্ভ হৈছে তৎপৰতা। বিভাগীয় এক শীর্ষ সূত্ৰৰ মতে, জুনৰ প্রথম সপ্তাহতে নির্বাচনী প্ৰক্ৰিয়াৰ অন্ত পৰাৰ লগে লগে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আৰম্ভ কৰিব পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম।

ইতিমধ্যে বিভাগটোৱে এই সম্পর্কীয় প্রস্তুতি আৰম্ভ কৰিছে। উল্লেখ্য যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্রয়োজন হ’ব এক বৃহৎ অংকৰ ধন। কিন্তু চলিত বৰ্ষৰ বাজেটত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ যিহেতু বিশেষভাৱে কোনো পুঁজি আবণ্টন দিয়া হোৱা নাছিল, সেয়েহে আগন্তুক সময়ছোৱাত নিৰ্বাচনৰ বাবে প্রয়োজনীয় পুঁজিৰ আবণ্টন লাভ কৰাটোও বিভাগৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ কৰ্মৰূপে বিবেচিত হৈছে।

ইফালে, চৰকাৰে বিধানসভাত ইতিমধ্যে সংশোধন ঘটোৱা পঞ্চায়ত আইনখনত সংযুক্ত কৰা নতুন দফাসমূহ কাৰ্যকৰীকৰণো বিভাগৰ বাবে হৈ পৰিছে আন এক বৃহৎ দায়িত্ব। বিভাগীয় সূত্ৰৰ মতে, চৰকাৰে পঞ্চায়ত আইনৰ সংশোধন ঘটাইছে যদিও আইনখনৰ নিয়মসমূহ এতিয়াও প্ৰৱৰ্তন কৰা নাই। গতিকে নির্বাচন অনুষ্ঠিত কৰিবলৈ হ’লে আইনখনৰ বিধি প্ৰস্তুত কৰাটো আন এক অন্যতম গুৰুত্বপূর্ণ কর্মৰূপে চিহ্নিত হৈছে।
অক্টোবৰৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ আগ্রহ প্রকাশ কৰি ইতিমধ্যে নির্বাচনী প্রস্তুতি আৰম্ভ কৰা ৰাজ্যিক নির্বাচন আয়ুক্ত কুমাৰে কয় যে সংশোধিত পঞ্চায়ত আইনত পঞ্চায়তসমূহত সংৰক্ষণ ব্যৱস্থাৰ ব্যাপক বদ-বদল ঘটোৱা হৈছিল। গতিকে নির্বাচন অনুষ্ঠিত কৰাৰ পূর্বে পঞ্চায়তৰ বিভিন্ন পদসমূহত থকা সংৰক্ষণৰ হাৰ নতুনকৈ নিৰ্ধাৰণ কৰি আয়োগক জনালেহে আয়োগে নির্বাচনী প্রক্রিয়া আৰম্ভ কৰিব পাৰিব।

উল্লেখ্য যে ৰাজ্যখনত ৰ থকা ২১৯৭ খন গাঁও পঞ্চায়ত আৰু ১৮৫ খন আঞ্চলিক পঞ্চায়তৰ সংখ্যা সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও বৃদ্ধি নহয়। পঞ্চায়ত আইনৰ সংশোধনীত এই কথা স্পষ্ট কৰা হৈছে যে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ভৌগোলিক ত পৰিসীমা সালসলনি হ’লেও পঞ্চায়তৰ সংখ্যা অপৰিৱৰ্তিত থাকিব।

সংশোধিত আইন অনুসৰি, এইবাৰৰ পঞ্চায়ত নিৰ্বাচন ইভিএমৰ জৰিয়তে সম্পন্ন কৰিব লাগিছিল যদিও অহা শাৰদীয় দুর্গোৎসৱৰ সময়তে নির্বাচন অনুষ্ঠিত কৰিলে নির্বাচন আয়োগে কম সময়তে প্রয়োজনীয় ইভিএম যোগাৰ কৰাটো সম্ভৱপৰ নহ’ব। কুমাৰে জনোৱা মতে, নতুনকৈ ইভিএম ক্ৰয় কৰাৰ বাবে ইভিএমৰ আৰ্হি ইতিমধ্যে অনুমোদিত হৈছে যদিও ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সংখ্যক ইভিএম ক্ৰয় কৰাৰ বাবে পুঁজি সম্পর্কত কোনো কথা স্পষ্ট ৰ নকৰাত ইভিএম ক্ৰয়ৰ ক্ষেত্ৰত অগ্ৰসৰ হ’ব পৰা নাই আয়োগ।

আয়ুক্তজনে কয় যে এম-৩ ইভিএম ক্ৰয় কৰিবলৈ হ’লে এক বৃহৎ অংকৰ ধনৰ প্ৰয়োজন হ’ব। ইফালে, প্রতিখন গাঁও পঞ্চায়তত থকা ভোট কেন্দ্ৰসমূহৰ বাবে কমেও ৩০ হেজাৰ ইভিএমৰ প্ৰয়োজন হ’ব। এই বৃহৎসংখ্যক ইভিএম ইমান কম সময়তে ক্রয় কৰাটোও সম্ভৱপৰ নহয়। সেয়েহে এ আয়োগে ইতিমধ্যে ৰাজ্য চৰকাৰক এই কথা অৱগত কৰি আগন্তুক পঞ্চায়ত নির্বাচন বেলট পেপাৰৰ জৰিয়তে সম্পন্ন কৰাৰ পোষকতা কৰিছে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ হাতত মজুত থকা প্রয়োজনীয় সংখ্যক বেলট বাকচৰ ১০-১৫ শতাংশ নতুনকৈ ক্ৰয় কৰিলে নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ’ব।

উল্লেখ্য যে প্রায় দুসপ্তাহ পূর্বে পঞ্চায়ত নির্বাচন সন্দৰ্ভত নির্বাচন আয়োগৰ স’তে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষৰ এক বৈঠক অনুষ্ঠিত হৈ গৈছে। আয়োগেও ইতিপূর্বে চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ’লে সমষ্টি পুনৰ নির্ধাৰণ, পঞ্চায়ত আইনৰ সংশোধনীৰ আনুষংগিক প্ৰস্তাৱসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সৰ্বাধিক তৎপৰতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

লোকসভা নিৰ্বাচনৰ আচৰণ বিধি প্রত্যাহাৰ হোৱাৰ লগে লগে পঞ্চায়তৰ সমষ্টি পুনৰ নির্ধাৰণকে ধৰি আনুষংগিক কাম-কাজসমূহ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। সকলো ঠিকে-ঠাকে থাকিলে পূজাৰ আগে-পাছে ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি সদৰী কৰি ৰাজ্যিক নির্বাচন আয়ুক্তজনে স্পষ্টভাৱে কয় যে নির্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগ সম্পূর্ণৰূপে সাজু।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Alok kumerPanchayat Electionsstste election officer
publisher

publisher

Related Posts

মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!
India

মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!

September 8, 2026
Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ
Assam

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

September 8, 2026
পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে
International

পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

September 8, 2026
পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি
Assam

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

September 8, 2026
Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী
Assam

Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

September 8, 2026
আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
Assam

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d