Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Panchayat elections are not held for At Least a Year:কমেও এবছৰে অনুষ্ঠিত নহয় পঞ্চায়ত নির্বাচন !

শাসক দল ক্ষতিৰ সন্মুখীন হোেৱাৰ আশংকাৰ লগতে বৃহৎ সংখ্যক আধৰুৱা আঁচনিৰ,পুঁজি ব্যয়ৰ পৰা বঞ্চিত হোৱাৰ ভয় সময়মতে নির্বাচন নোহোৱাত উৎফুল্লিত বিজেপি

publisher by publisher
December 29, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Assam Police Has Made Massive Promotions:অসম আৰক্ষীত ব্যাপক পদোন্নতি
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Panchayat Elections are not held for At Least a Year:

নিৰ্ধাৰিত কার্যকাল অন্ত পৰিবলৈ মাজতে আৰু মাথোঁ ডেৰ মাহ বাকী থকা অৱস্থাতো ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ উম-ঘাম নাই চৰকাৰৰ।

ADVERTISEMENT

অহা ফেব্ৰুৱাৰীত অন্ত পৰিব ৰাজ্যৰ পঞ্চায়তসমূহৰ প্ৰতিনিধিৰ কাৰ্যকাল। সেই সূত্রে চলিত ডিচেম্বৰতে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে ভোটাৰ তালিকা সংশোধনকে ধৰি সকলো প্রস্তুতি সম্পূর্ণ কৰিছিল যদিও ৰাজ্য চৰকাৰে কৰিবলগীয়া বিভিন্ন প্রস্তুতিমূলক কামসমূহ সম্পন্ন নকৰাত এমাহ-দুমাহ নহয়, আৰু কমেও এবছৰ পর্যন্ত ৰাজ্যত পঞ্চায়ত নির্বাচন হোৱাৰ কোনো সম্ভাৱনা নাই।

এই প্রসংগত ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া আলোক কুমাৰে ‘দৈনিক অগ্রদূত’ক কয় যে চলিত ডিচেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্বাচন আয়োগে ভোটাৰ তালিকা সংশোধনীকে ধৰি সকলো প্রস্তুতি সম্পূর্ণ কৰিছিল যদিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্রত আয়োগে কোনো প্রস্তাব লাভ নকৰাত তাৎক্ষণিকভাবে নির্বাচন অনুষ্ঠিত কৰাৰ কোনো সম্ভাৱনা নাই।

মুখ্য নির্বাচনী বিষয়াজনে কয় যে ৰাজ্য চৰকাৰে ইতিপূর্বে পঞ্চায়ত আইনব সংশোধনী ঘটাইছে যদিও আইনৰ সংশোধনীৰ বিধিসমূহ প্রস্তুত নকৰাত আইনখন কার্যকৰী কৰাত বিলম্বৰ সৃষ্টি হৈছে।

একেদৰে পঞ্চায়তৰ সমষ্টিসমূহৰ সীমা পুনৰ নির্ধাৰণৰ বিষয়টোও সম্পন্ন নোহোৱাত নির্বাচনী প্রক্রিয়া আৰম্ভ কৰাটো সম্ভবপৰ হোৱা নাই। যিহেতু ৰাজ্যখনত মহকুমাৰ সংখ্যা ৮৭ লৈ বৃদ্ধি পাইছে, সেয়েহে মহকুমা ভিত্তিক জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তসমূহৰ সীমাৰ ইফাল- ২ সিফাল কৰাৰ প্ৰয়োজনীয়তাৰ সৃষ্টি হৈছে।

বাজ্যিক নির্বাচনী বিষয়াজনে লগতে কয় যে নির্বাচনী প্রক্রিয়া আৰম্ভ কৰাটো সম্ভৱপৰ হ’ব। একেদৰে সংশোধনীত যিহেতু বিভিন্ন সংৰক্ষণৰ কথাও অন্তর্ভুক্ত হৈছে, সংশোধিত আইনখনৰ বিধিসমূহ প্রস্তুত কবি জাননী জাৰি কৰাৰ পাছতহে সেয়েহে সকলো দিশ সংশোধনীৰ জৰিয়তে সমাপন কৰিবলৈ এক দীঘলীয়া সময়ৰ প্রয়োজন হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্ধাৰিত সময়ত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হোৱাটো সম্ভৱপৰ নহয় বুলি স্পষ্ট কৰি দিয়ে নির্বাচনী বিষয়াজনে।

লক্ষ্যণীয় যে বিভিন্ন বিধিগত বাধাৰ বাবে ৰাজ্য চৰকাৰে সময়মতে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাত ব্যর্থ হোৱাৰ সময়তে এই বিষয়টোক লৈ উৎফুল্লিত হৈ পৰিছে শাসকীয় বিজেপিৰ পঞ্চায়ত প্রতিনিধিসকল। একাংশ প্রতিনিধিয়ে এই প্রসংগত কয় যে বিভিন্ন কাৰকৰ বাবে সময়মতে অর্থাৎ চলিত ডিচেম্বৰতে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিলে শাসকীয় দলটোরে নির্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পূর্ণ আশংকা আছে।

একেদৰে প্রতিখন পঞ্চায়ততে এমজিএনৰেগাকে ধৰি বিভিন্ন আঁচনিৰ অধীনত বৃহৎ সংখ্যক কাম আধৰুবা হৈ ৰৈছে। গতিকে এই মুহূর্তত নির্বাচন অনুষ্ঠিত নহ’লে অন্ততঃ কেন্দ্ৰৰ আবণ্টিত আঁচনিসমূহৰ পুঁজি ব্যয় কৰাটো সম্ভৱপৰ হৈ উঠিব। সেয়েহে সময়মতে নির্বাচন অনুষ্ঠিত হোৱাটো বিচৰা নাই বিজেপিৰ প্ৰতিনিধিয়ে। উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত অসম বিধানসভাত গৃহীত হৈছিল অসম পঞ্চায়ত আইন-১৯৯৪ ৰ সংশোধনী বিষেয়ক।

ৰাজ্য চৰকাৰে পঞ্চায়তী ব্যবস্থাটোত এই সংশোধনীৰ জৰিয়তে ব্যাপক সাল-সলনি ঘটাইছিল। যোৱা ছেপ্টেম্বৰত আইনখন সংশোধনী কৰা হ’ল যদিও আজিলৈকে ইয়াৰ বিধিসমূহ প্রস্তুত কৰা নহ’ল। দিছপুৰৰ এক শীর্ষ সূত্ৰৰ মতে, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ইতিমধ্যে সংশোধিত আইনখনৰ বিধিসমূহ প্ৰস্তুতিৰ কাম চলাই আছে যদিও সেয়া সম্পূর্ণ হোৱা নাই। বিধি প্রস্তুতিৰ পাছত এই প্রস্তাব কেবিনেটত অনুমোদিত হ’ব লাগে।

কেবিনেটে অনুমোদন জনোৱাৰ পাছত বিধায়িনী বিভাগে জাননী আকাৰে সংশোধিত আইনখন প্রকাশ কৰিব। তাৰ পাছতহে নির্বাচন অনুষ্ঠিত কৰিব পৰা যাব। উল্লেখ্য যে সংশোধিত আইনখনৰ বিধি প্রস্তুতৰ পাছত নির্বাচন অনুষ্ঠিত কৰাত বাধা নাথাকিব যদিও সংশোধিত বিধি অনুসৰি সকলো নীতি-নিয়ম বাস্তবায়িত কৰাৰ বাবেও ৰাজ্য চৰকাৰক প্রয়োজন হ’ব এক দীঘলীয়া সময়ৰ।

বিশেষকৈ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তসমূহৰ সীমা পুনৰ নির্ধাৰণৰ প্ৰক্ৰিয়াৰ বাবে এক দীঘলীয়া সময়ৰ প্রয়োজন হ’ব। দিছপুৰৰ শীর্ষ সূত্রটোবে সদৰী কৰা মতে, পঞ্চায়ত আইন অনুসৰি পূর্বে প্রতিখন গাঁও পঞ্চায়তত জনসংখ্যাৰ ঘনত্ব সর্বনিম্ন ছহেজাৰৰ পৰা ১০ হেজাৰ পর্যন্ত থাকিব লাগে; কিন্তু ৰাজ্যৰ গ্রামাঞ্চলত যিহেতু জনসংখ্যা বৃদ্ধি পাইছে, সেয়েহে সংশোধিত আইন অনুসৰি গ্রামাঞ্চলৰ জনসংখ্যাৰ ঘনত্বৰ ভিত্তিত গড় হিচাপে প্রতিখন গাঁও পঞ্চায়তত জনসংখ্যা অন্ততঃ ১৩ হেজাব পর্যন্ত অতিক্রম কৰে।

ইফালে, জনসংখ্যাৰ ওপৰত ভিত্তি কৰি সমষ্টিসমূহ গঠনৰ লগে লগে প্রতিটো সমষ্টিৰে সীমা পুনৰ নির্ধাৰণৰ বিষয়টোও তাৎক্ষণিকভাবে সমাধান কৰাটো সমানেই গুরুত্বপূর্ণ। সেয়েহে বাজ্য চৰকাৰে প্ৰতিখন জিলাতে এ, বি আৰু চি তিনিটা শ্রেণীত বিভক্ত কৰি জনসংখ্যাৰ ভিত্তিত গাঁও পঞ্চায়তসমূহৰ সীমা পুনৰ নির্ধাৰণৰ বাবে প্রস্তাব প্রেৰণ কৰিবলৈ জিলা আযুক্তসকলক দায়িত্ব প্রদান কৰিছে।

উল্লেখ্য যে সংশোধিত আইনত ৰাজ্য চৰকাৰে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নিজাববীয়াকৈ ইভিএম ক্রয়বো প্রস্তাব সন্নিবিষ্ট কৰিছে। নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পূৰ্বৰ বেলট কাকতৰ পৰিবর্তে ইভিএম ব্যবহাৰৰ সিদ্ধান্ত লোৱা হৈছে যদিও এই পর্যন্ত ইভিএম যোগাৰ কৰা নাই ৰাজ্য চৰকাৰে।

ৰাজ্যত ২১৯৭ খন গাঁও পঞ্চায়ত আছে। এই বৃহৎ সংখ্যক পঞ্চায়তৰ সমষ্টিৰ সীমা পুনব নির্ধাৰণৰ বাবে প্রয়োজন হ’ব এক দীঘলীয়া সময়ৰ। ৰাজ্য চৰকাৰৰ সূত্ৰটোৰ মতে, সংশোধিত আইনৰ বিধি প্রস্তুতিৰ পাছত সমষ্টি পুনৰ নির্ধাৰণকে ধৰি আনুষংগিক কাম-কাজ সমাপন কৰিবলৈ আৰু কমেও এবছৰ সময়ৰ প্ৰয়োজন হ’ব। তেনেস্থলত ৰাজ্যত অহ্য ফেব্ৰুৱাৰীত বৰ্তমানৰ নিৰ্বাচিত পঞ্চায়ত প্রতিনিধিসকলৰ কাৰ্যকাল উকলি যোৱাৰ পাছত পঞ্চায়তৰ কাম-কাজ বিষয়াৰ জৰিয়তে সম্পন্ন কৰাৰ গত্যন্তৰ নাথাকিব।

যি সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰে ক্ষমতাৰ বিকেন্দ্রীকৰণৰ কথা কৈ আহিছে, সেই সময়তে নির্বাচন অনুষ্ঠিত নকৰাৰ বাবে পঞ্চায়তীবাজ ব্যবস্থাটো জনতাৰ দ্বাৰা প্রতিনিধিত্বমূলকভাৱে পৰিচালনাৰ পৰিৱৰ্তে বিষয়াৰ দ্বাৰাহে পৰিচালিত হোৱাৰ উকমুকনি আৰম্ভ হৈছে।

লক্ষ্যণীয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে বিধানসভাত পঞ্চায়তীৰাজ আইনৰ যি সংশোধন ঘটাইছিল, সেই সংশোধনীৰ জৰিয়তে পঞ্চায়তীৰাজ ব্যৱস্থাটোৰ ব্যাপক পৰিৱর্তনৰ প্রস্তাৱ দিছিল। বিশেষকৈ বেলট পেপাৰৰ পৰিৱৰ্তে ইভিএমৰ জৰিয়তে নির্বাচন অনুষ্ঠিত কৰা তথা নির্বাচনত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীৰ শিক্ষাগত অর্হতা আদি বিষয়ৰ ব্যাপক সংশোধনী ঘটোৱা হৈছিল।

সংশোধিত আইন অনুসৰি গাঁও পঞ্চায়তৰ সদস্য পদত প্রতিদ্বন্দ্বিতাৰ বাবে প্রার্থীৰ শিক্ষাগত অর্হতা ন্যূনতম মেট্রিক উত্তীর্ণ আৰু আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ শিক্ষাগত অর্হতা উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব। শিক্ষাগত যোগ্যতাক বিশেষ গুরুত্ব দি পঞ্চায়তীৰাজ ব্যৱস্থাটোক অধিক ফলপ্রসূ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

ইফালে, বাল্যবিবাহকাৰীয়েও পঞ্চায়ত নিৰ্বাচনত অবতীর্ণ হ’ব নোৱাৰিব বুলি আন এক সংশোধনী ঘটোৱা হৈছে। আকৌ পঞ্চায়ত নির্বাচনত কোনো প্রার্থীয়ে দলীয় প্রতীক ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিয়ম প্ৰৱৰ্তন কৰা হৈছে। পঞ্চায়তীৰাজ আইন সংশোধনীৰ সকলো দিশ বাস্তৱায়িত কৰিবলৈ হ’লে ৰাজ্য চৰকাৰক যথেষ্ট সময়ৰ প্রয়োজন হ’ব।

সেই সূত্রে অহা ফেব্ৰুৱাৰীত কার্যকাল উকলি গ’লেও অন্ততঃ আৰু কমেও এবছৰ পর্যন্ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই। অৱশ্যে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া কুমাৰে স্পষ্ট কৰি দিছে যে নির্বাচন অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্বাচন আয়োগ সম্পূর্ণ সাজু আছে।

অৱশ্যে আইন সংশোধনৰ পৰিপ্ৰেক্ষিতত সময়মতে সংশোধনী ব্যৱস্থাসমূহ কাৰ্যকৰীকৰণত ৰাজ্য চৰকাৰে কৰা বিলম্বৰ বাবে অনিশ্চিত হৈ পৰিছে পঞ্চায়ত নির্বাচন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtPanchayat ElectionState Election Officer
publisher

publisher

Related Posts

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d