Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Heat Continues to be Unbearable in the State:পাৰাস্তম্ভ নামিলেও আছে অসহ্যকৰ গৰম

নিশাৰে পৰা ৰাজ্যত অব্যাহত থকা কিনকিনীয়া বৰষুণে দিলে সাময়িক সকাহ, ৰাজ্যিক চিৰিয়াখানাৰ বাঘ, সিংহ, ভালুকক খুওৱা হৈছে আইচক্রিম-অ'আৰএছ, প্রতিটো গঁৰালতে ফেনৰ বতাহ দিয়া হৈছে, জীৱ-জন্তুক দিনটোত দুই-তিনিবাৰ পৰ্যন্ত পানী সলনি কৰি স্বস্তি প্রদান জলহস্তীক

publisher by publisher
May 27, 2024
in India, News
Reading Time: 2 mins read
0
Heat Continues to be Unbearable in the State:পাৰাস্তম্ভ নামিলেও আছে অসহ্যকৰ গৰম
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Assam State Zoo:মহানগৰীৰ সদাব্যস্ত ৰাজপথত শৰপহুৰ বিচৰণ

Youth Missing In Assam State Zoo:চিৰিয়াখানাত নিৰুদ্দিষ্ট হোৱা যুৱকজনৰ পৰিচয় উদ্ধাৰ

Heat Continues to be Unbearable in the State:

বিগত কেইদিনত প্রচণ্ড গ্রীষ্ম প্রবাহে অতিষ্ঠ কৰি তোলাৰ পিছত আজি পুৱতি নিশাৰে পৰা অব্যাহত থকা কিনকিনিয়া বৰষুণে ৰাজ্যবাসীক দিলে সাময়িক সকাহ ৷ উল্লেখ্য যে,দেওবাৰৰ তুলনাত পাৰাস্তম্ভ সামান্য নিম্নগামী হ’লেও গৰম প্ৰকোপ অব্যাহত আছে । প্রখৰ ৰ’দ আৰু গৰমে বিপর্যস্ত কৰিছে গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানাত থকা জীৱ-জন্তবোৰকো ৷

ADVERTISEMENT

পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে চিৰিয়াখানাত থকা একাংশ হিংস্ৰ বন্য জীৱ- জন্তক গৰমৰ পৰা পৰিত্ৰাণ দিবলৈ চিৰিয়াখানা কর্তৃপক্ষই বিশেষভাৱে প্রস্তুত কৰা আইচ’ক্রিম খুৱাবলৈ বাধ্য হৈছে।

উল্লেখ্য যে ,শণিবাৰে ৰাজ্যত সর্বোচ্চ তাপমাত্রা ৪০.১ ডিগ্রীৰ বিপৰীতে দেওবাৰে তাপমান সামান্য পৰিমাণে হ্রাস পাই ৩৮ ডিগ্রী হয়। তাৰ মাজতে সাময়িক সকাহ হিচাপে নিশাৰে পৰ গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত অব্যাহত থকা কিনকিনিয়া বৰষুণে কিছু হ’লেও শাত পেলাইছে সকলোকে ৷

আনহাতে আর্দ্রতা অধিক থকাৰ বাবে দেওবাৰে ৰাজ্যবাসীয়ে প্রায় ৪৫ ডিগ্রী চেলছিয়াছৰ সমহাৰৰ গৰম অনুভৱ কৰে ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্রকাশ কৰা তথ্য মতে, গুৱাহাটীত দেওবাৰে সর্বাধিক তাপমাত্রা ৩৮ ডিগ্রীলৈ অৱনমিত হয়। আজি গুৱাহাটীত তাপমাত্ৰা আছিল ২৯ ডিগ্রী চেলছিয়াছ

ইফালে, দেওবাৰৰ দিনটোত শিলচৰত ৩৯.৪ ডিগ্রী চেলছিয়াছ, তেজপুৰত ৩৮.৪ ডিগ্রী, ডিব্ৰুগড়ত ৩৭ ডিগ্রী, ধুবুৰীত ৩৬.৭ ডিগ্রী, যোৰহাটত ৩৭.২ ডিগ্রী, লখিমপুৰত ৩৭ ডিগ্রী আৰু মাজবাটত তাপমাত্ৰাৰ হাৰ আছিল ৩৮.২ ডিগ্রী চেলছিয়াছ। সামগ্রিকভাৱে ৰাজ্যখনত দেওবাৰৰ দিনটোৰ তাপমাত্ৰাৰ হাৰ হ’ল ৩৭ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ২৭ ডিগ্রী চেলছিয়াছ হোৱাৰ বিপৰীতে আজি ২৯ ডিগ্ৰী চেলছিয়াছ হয় ৰাজ্যত

$ গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘ-সিংহ-ভালুকক খুৱাইছে আইচক্রিম-অ’আৰএছ:

প্রচণ্ড গৰম সহিব নোৱাৰি উচপিচাই থকা চিৰিয়াখানাৰ জীৱ-জন্তুসমূহলৈ আগবঢ়োৱা হৈছে বিশেষ সুবিধা। বিগত তিনিদিন ধৰি গৰম সহ্য কৰিব নোৱৰা চিৰিয়াখানৰ বাঘ, সিংহ আৰু ক’লা ভালুককেইটাক নিয়মীয়াকৈ খুওৱা হৈছে আইচক্রিম। অসম ৰাজ্যিক চিৰিয়াখানাত কৰ্মৰত পশু চিকিৎসক ডাঃ প্রণৱ দাসে ‘দৈনিক অগ্রদূত’ক জনোৱা মতে, চিৰিয়াখানাৰ জীৱ-জন্তুসমূহৰ বাবে এই কেইদিন বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। সকলো জীৱ-জন্তুৰে গঁৰালত জৰুৰীকালীনভাবে ফেনৰ ব্যৱস্থা কৰা হৈছে।

সন্ধিয়া পাঁচ বজাৰ লগে লগে সকলো জীৱ-জন্তুকে গঁৰালত আবদ্ধ কৰি ফেনৰ তলত থকাৰ ব্যৱস্থা কৰা হৈছে। ইফালে, চিৰিয়াখানাত থকা জলহস্তীকেইটাক গৰমৰ পৰা বচাই ৰাখিবলৈ দিনটোত দুই-তিনিবাৰ পর্যন্ত পুখুৰীৰ পানী সলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। আকৌ গৰমৰ সময়ত জীৱ- জন্তুক ‘হাইড্রেট’ কৰি ৰখাৰ স্বাৰ্থত চিৰিয়াখানা কর্তৃপক্ষই অ’আৰএছ, পটাছিয়াম, ছ’ডিয়াম আদিৰে বিশেষভাবে প্ৰস্তুত কৰা আইচক্রিম খুওৱা হৈছে।

বিশেষকৈ বাঘ, সিংহ আৰু ক’লা ভালুকক দিনটোত দুই-তিনিবাৰ পৰ্যন্ত আইচক্রিম যোগান ধৰা হৈছে। আন জীৱ-জন্তুসমূহকো অ’আৰএছ তথা অন্যান্য পৰিপূৰক খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। পশু চিকিৎসক ডাঃ দাসে জনায় যে গৰমৰ দিনকেইটাত জীৱ-জন্তুসমূহৰ বাবে এইবাৰ প্ৰতিদিনে বিশেষ কার্যপন্থা গ্রহণ কৰা হৈছে, যাতে অস্বাভাৱিক গৰমৰ ফলত জীৱ-জন্তুৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি নঘটে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AnimalsAssam State Zoo cum Botanical GardenHeat ContinuesUnbearable in the State
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d