Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আজি মহাষ্টমী, বৰষুণে অধিক ম্লান কৰিলে দুৰ্গোৎসৱক

publisher by publisher
October 24, 2020
in Assam, News, Puja
Reading Time: 1 min read
0
আজি মহাষ্টমী, বৰষুণে অধিক ম্লান কৰিলে দুৰ্গোৎসৱক
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

এটা ক্ষুদ্রাতি-ক্ষুদ্র বিষাণুৱে ছানি ধৰা পৰিৱেশতে উদযাপিত হৈছে শাৰদীয় দুর্গোৎসৱ। আজি মহাষ্টমী। কৰ’না নামৰ এই বিষাণুৱে এইবাৰ দেৱীৰ আৰাধনাত সৃষ্টি কৰিছে বাধাৰ। সপ্তমী আৰু অষ্টমী মানেই পূজা মণ্ডপে মণ্ডপে বিৰ দি বাট নােপােৱা অৱস্থা হয়। এইবাৰ সেই পৰিৱেশ নাই। তথাপি যি অনুষ্টুপীয়া আয়ােজন কৰা হৈছে তালৈস্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে আগমন ঘটিছে ভক্ত ।

ADVERTISEMENT

প্রত্যেকে অনুসৰণ কৰিব লগা হৈছে মাস্ক পৰিধান, সামাজিক দূৰত্ব ৰক্ষাকে ধৰি সতর্কতামূলক ব্যৱস্থাৱলী । মহানগৰীৰ প্ৰসিদ্ধ গণেশগুৰিৰ বাৰােৱাৰী পূজা মণ্ডপত সপ্তমী দিনা পূজাৰীয়ে আজি এই সংক্রান্তত কয় যে মানুহ আহিছে কিন্তু সেয়া প্রকৃত অর্থত অহা বুলি ক’ব নােৱাৰি । গতিকে এইবাৰৰ পূজাৰ পৰিৱেশ অতি সেৰেঙা। অৱশ্যে অষ্টমীৰ দিনটোত সপ্তমীৰ তুলনাত মানুহৰ সমাগম পূজা মণ্ডপবােৰত বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰিছে মহানগৰীৰ কে’বাখনাে পূজা উদ্যাপন সমিতিয়ে। কাৰণ মহাঅষ্টমীৰ পূজাৰ বিশেষ মাহাত্ম্য আছে বুলি ভক্তসকলে বিশ্বাস কৰে। গতিকে আজি উদযাপন সমিতিসমূহে অধিক সতর্কতা অৱলম্বনৰ ব্যৱস্থা কৰিছে ।

এনে সীমিত আয়ােজনৰ বাবেই বহু পূজা সমিতিৰ বাজেট এইবাৰ কে’বাগুণাে কম। যিখিনি নকৰিলে নহয় সেইখিনিয়েই অন্তত ভাল লগাকৈ সজাই তােলাত সকলােৱে গুৰুত্ব দিছে। এই প্ৰভাৱ পৰিছে প্রতিমাসমূহতাে । উদাহৰণ স্বৰূপে গণেশগুৰিৰ বাৰােৱাৰী পূজা মণ্ডপৰ প্ৰতি বছৰে মূল আকর্ষণ হ’ল প্রতিমাৰ। এইবাৰ তাৰ তুলনাত এখন সাধাৰণ প্রতিমা বেদীত স্থাপন কৰি পূজা-অর্চনা কৰা হৈছে। পূজা মণ্ডপৰ পৰিসৰাে পূর্বৰ তুলনাত আধাতকৈ কম কৰা হৈছে । পাণ্ডুৰ বিখ্যাত ৰেষ্ট কেম্পৰ পূজাৰাে এইবাৰ পৰিচিত আলােকসজ্জাৰ চমক নাই। তাৰ পৰিৱর্তে স্থায়ী পূজাস্থলীৰ মণ্ডপকে আকর্ষণীয় ৰূপত তুলি ধৰাৰ চেষ্টা কৰা হৈছে।

মহানগৰীৰ বৃহৎ পূজাবােৰৰ অন্যতম গীতানগৰৰ পূজা ভাগাে আগৰ তুলনাত সাধাৰণভাৱে কৰা হৈছে। পূজাখনৰ এইবাৰৰ বাজেট সর্বাধিক তিনিলাখ টকা। ভক্তই বহু দূৰৰ পৰাই সেৱা জনােৱা আৰু পূজা অর্চনা কৰাৰ ব্যৱস্থা কৰা হৈছে।কাহিলিপাৰা আৰু লালগণেশৰ আকর্ষণীয় পূজাও এইবাৰ সাধাৰণভাৱে কৰা হৈছে। তেনেদৰে মহানগৰীৰ শান্তিপুৰ ইছগেটৰ বিশাল আয়ােজনৰ পূজাভাগ কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰিবলৈহে আয়ােজন কৰা হৈছে। এয়া গুৱাহাটীৰ চিত্ৰ। ৰাজ্যৰ আন আন প্রান্ততাে এইবাৰৰ আয়ােজন অতি অনুষ্টুপীয়া ।

সপ্তমীৰ দিনটোত বহু পূজাস্থলীত ভবাতকৈয়াে কম লােক সমাগম হােৱাৰ মূল কাৰণ হ’ল শীতৰ আগমনৰ বতৰা দি পুৱাৰে পৰা আৰম্ভ হােৱা কিনকিনিয়া বৰষুণজাক। অৱশ্যে ইয়াৰ মাজতে কামাখ্যাত অন্য পূজা মণ্ডপৰ তুলনা যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। শক্তিপীঠখনত পূজাৰ কাৰ্যসূচীত ভাগ লােৱা আৰু মন্দিৰ দৰ্শনৰ বাবে প্রায় ডেৰ হেজাৰ লােকৰ আগমন হয়। অৱশ্যে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া ভূপেন শর্মাই জনায় যে অইনবাৰ পূজাৰ সময়ত এদিনতে ৩০-৪০ হেজাৰ লােকৰ আগমন হয়। গতিকে তাৰ তুলনাত এইবাৰৰ ভক্তৰ সংখ্যা যথেষ্ট কম।

উল্লেখ্য যে কামাখ্যালৈ যােৱা প্ৰতিজন ভক্তৰ স্বাস্থ্য পৰীক্ষা কৰিহে প্রৱেশৰ অনুমতি দিয়া হয়। তাৰ ফলতাে বহু লােকে প্ৰৱেশ কৰিব নােৱাৰিলে। কামাখ্যাত সপ্তমীৰ দিনা পাঁচটা মহ বলি দিয়া হয়। ইয়াৰে এটা ম’হ মন্দিৰৰ পৰা আগবঢ়োৱা হয় । আন চাৰিটা ভক্তই দেৱীলৈ আগবঢ়ায়। উগ্রতাৰা দেৱালয়তাে পৰম্পৰা ৰক্ষা কৰি দিনটো পূজা-অর্চনা চলে। পূজা সেৰেঙা হােৱা বাবে তাৰ প্ৰভাৱ পৰিছে বাহ্যিক ক্ষেত্ৰখনতাে।

এইবাৰ পূজা মণ্ডপৰ কাষত নাই পূর্বৰ ৰং-বিৰঙৰ বিপণী। নাই উৰি থকা বেলুনৰ লহৰ; নাই আনকি পেঁপা, হুইছেলৰ বিকট আৰাও। পূজা বুলি বিশেষভাৱে মুকলি কৰা অস্থায়ী খাদ্য বিপণীও এইবাৰ নাই। ৰাজপথৰ পৰা এইবাৰ প্ৰায় উধাও হৈছে যৌৱনােচ্ছল ডেকা-গাভৰুৰ মিছিল। অৱশ্যে পূজা মণ্ডপৰ ওচৰে পাঁজৰে তেনে যৌৱনৰ দুই এক জুম বহিলেও তাত নাই স্বাভাৱিক দিনৰ উচ্ছলতা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDurga Puja 2020
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d