Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Assam Pressmeet In Guwahati:ৰাজ্যবাসীক দুৰ্যোগত এৰি থৈ প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

অবৈধ খননৰ বিৰুদ্ধে তদন্তৰ দাবী আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ

publisher by publisher
May 31, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Aap Assam Pressmeet In Guwahati:ৰাজ্যবাসীক দুৰ্যোগত এৰি থৈ প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Akhil gogoi:ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডা° ভবেন চৌধুৰীৰ বিশেষ আলোচনা

AAp Assamআপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভবেন চৌধুৰী

Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল

Aap Assam Pressmeet In Guwahati:

শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যখনেই প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে। ৰিমল ঘূৰ্ণীবতাহৰ প্ৰভাৱত পৰা গুৱাহাটী মহানগৰীৰ লালগনেশৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ফলত এটি তিনিবছৰীয়া শিশুৰ মৃত্যু আৰু ছয়গাঁৱৰ সাপৰটাৰীত ধুমুহাত গছ ভাঙি পৰাৰ ফলত ললিত দাস নামৰ এজন লোকৰ মৃত্যু হয়।

ADVERTISEMENT

ৰাজ্য চৰকাৰে বৰ্তমানলৈকে এই পৰিয়াল সমূহলৈ কোনো ধৰণৰ সহায় – সাহায্য আগবঢ়োৱা নাই। তদুপৰি ৰাজ্যজুৰি ধুমুহা বিপৰ্যয়ৰ লগে লগেই ৯ খন জিলাৰ ৪ শতাধিক গাওঁ বানৰ কবলত পৰিছে। হাইলাকান্দিত বানপানীত প্ৰাণ হেৰুৱাইছে দুগৰাকী লোকে। এই সময়ত ৰাজ্যৰ বাহিৰত প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

এয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ চৰম দায়িত্বজ্ঞানহীনতা। আম আদমী পাৰ্টিয়ে বান তথা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকৰ পৰিয়াললৈ পৰ্যাপ্ত সাহায্য প্ৰদানৰ দাবী জনাওঁ। আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এইদৰে মত প্ৰকাশ কৰে আপ অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

উল্লেখ্য যে সম্প্ৰতি বানৰ কবলত পৰা বৰাক উপত্যকাৰ হাইলাকান্দিত বৃহস্পতিবাৰে আজিবন নেছা মজুমদাৰ নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা আৰু আবুল হুছেইন বৰভূঞা নামৰ এজন ৩০ বছৰীয়া যুৱকক বাঢ়নী পানীয়ে উটুৱাই নিয়ে। চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ২ লাখ লোক বানৰ কবলত পৰিছে। কিন্তু বৰ্তমানলৈকে চৰকাৰে এই সকল লোকক যথোপযুক্তভাৱে সাহায্য দিয়াত ব্যৰ্থ হৈছে। আম আদমী পাৰ্টিয়ে শীঘ্ৰেই পৰিস্থিতি মোকাবিলা কৰি বানত ক্ষতিগ্ৰস্ত হোৱা হাইলাকান্দি, নগাঁও,হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাৰ প্ৰশাসনক জৰুৰী কালীন ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

তদুপৰি, বিগত ২৫ মে’ত মাৰ্ঘেৰিটাৰ কয়লাখনিত নিহত তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হয় আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰী । লিডুৰ টিকক কলীয়ৰী ৱেষ্ট আৰু নামদাঙৰ মাজত থকা অবৈধ ৰেট হোলত আৱদ্ধ হৈ বহিঃৰাষ্ট্ৰ নেপালৰ দাৱা শ্বেৰ্পা, মেঘালয়ৰ জন আৰু ফিনাল নামৰ শ্ৰমিক কেইজনৰ মৃতদেহ বৰ্তমানলৈকে চৰকাৰে উদ্ধাৰ কৰিব পৰা নাই। শাসনাধিষ্ঠিত মহলৰ পৃষ্ঠপোষকতাত মাৰ্ঘেৰিটাৰ এই অবৈধ কয়লাখনন চলি আছে। কিন্তু চৰকাৰখনে খনিত নিহত শ্ৰমিকৰ জীৱনৰ নিৰাপত্তাৰ বিষয়ে চিন্তা কৰা নাই। ইয়াৰ পূৰ্বেও মাকুমৰ প্ৰাঞ্জল মৰাণ নামৰ এজন শ্ৰমিকৰ মৃত্যু হৈছিল।

আমি নিহত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ লগতে অবৈধ কয়লাখনিৰ সৈতে জড়িত সকলো পক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাওঁ।  আপৰ সভাপতি গৰাকীয়ে অবৈধ কয়লাখনন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মন্তব্যৰ তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে অসমত অবৈধ কয়লাখনন চলি থকা নাই বুলি দাবী কৰিছিল।

লিডু-মাৰ্ঘেৰিটাৰ ৰেট হোলত শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়া উচিত। শাসক দলৰ ক্ষমতাশালী লোক ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ বাবেই এই ক্ষেত্ৰত গা এৰা দিয়া মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত ডাঃ ভবেন চৌধুৰীৰ উপৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ভিক্টৰ গগৈ আৰু মিডিয়া বিভাগৰ সম্পাদক আমিৰ হুছেইন উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam PressmeetDr. Bhaben ChoudhariState Aap Office
publisher

publisher

Related Posts

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা
India

October 24, 2026
মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস
International

মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

ভোট চুৰিৰ অভিযোগক লৈ এক নৱেম্বৰত কংগ্ৰেছৰ মেগা সমাৱেশ!

মঙলৰ ‘ৰহস্যময় উপগ্রহ’লৈ প্ৰথমবাৰলৈ মহাকাশ যান প্ৰেৰণ
International

মঙলৰ ‘ৰহস্যময় উপগ্রহ’লৈ প্ৰথমবাৰলৈ মহাকাশ যান প্ৰেৰণ

October 24, 2026
ওমানৰ সাগৰ তীৰত গোলাপী ডলফিনৰ সমাহাৰ
International

ওমানৰ সাগৰ তীৰত গোলাপী ডলফিনৰ সমাহাৰ

October 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d