Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কৃষি বিল বিৰোধিতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ : ভুল তথ্যৰে পৰিচালিত কৰা হৈছে কৃষকসকলক

publisher by publisher
September 18, 2020
in India, News
Reading Time: 1 min read
0
দ্বিতীয় পৰ্যায়ৰ অৰ্থনৈতিক পেকেজ ঘোষণাৰ বাবে প্ৰধানমন্ত্ৰীৰ সঘন বৈঠক
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

কৃষক বিৰোধী বিলৰ বিৰোধিতা কৰি বিজেপিৰ স’তে মিত্ৰজোঁটত থকা পঞ্জাৱৰ শিৰোমণি আকালি দলৰ নেত্ৰী হৰসিম্ৰত কৌৰ বাদলে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘এইয়া ভুল তথ্যৰে পৰিচালিত কৰা হৈছে ।’

ADVERTISEMENT

বিহাৰৰ কোশী নদীৰ ওপৰত ৰে’লৱে দলঙৰ উদ্বোধন পাছত ভিডিঅ’ কনফাৰেন্স যোগে নৰেন্দ্ৰ মোদীয়ে কয় যে, কৃষকসকলে সঠিক মূল্য লাভ নকৰে বুলি ভুল তথ্য দিয়া হৈছে । দেশৰ কৃষকসকলৰ ক্ষেত্ৰত চৰকাৰ কিমান সচেতন সেয়া তেওঁলোকে পাহৰি গৈছে ।

লগতে তেওঁ কয় যে, কৃষকৰ পৰা ঘেঁহুকে ধৰি চাউল ইত্যাদি চৰকাৰী এজন্সিয়ে ক্ৰয় নকৰে বুলি ভুৱা বাতৰি বিয়পাই দিয়া হৈছে। এইটো সম্পূৰ্ণ ভুল আৰু মিছা । কৃষকসকলক প্ৰতাৰণা কৰাৰ এয়া এক প্ৰয়াস।”

উল্লেখ্য যে, তিনিখন বিলক লৈ এতিয়া আৰম্ভ হৈছে কৃষক বিক্ষোভ । পঞ্জাৱ, হাৰিয়ানাকে ধৰি মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত চলিছে এই বিক্ষোভ । কৃষকসকলে বিৰোধিতা কৰা তিনিওখন বিল হ’ল- The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill.

কৃষকসকলে ফচলৰ নূন্যতম মূল্য নোপোৱা আৰু ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত এই বিলৰ বিৰোধিতা কৰিছে । তেওঁলোকৰ ধাৰণা- বজাৰৰ পৰা উঠি যাব চৰকাৰী নিয়ন্ত্ৰণ । বিৰোধী দলে এইকেইখন কৃষক বিৰোধী বিল আইন হিচাপে উত্থাপন কৰিছে ।

আনহাতে এই সন্দৰ্ভত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা হৰসিম্ৰত কৌৰে কয় যে, ‘ষ্টেকহ’ল্ডাৰৰ স’তে প্ৰথমে চৰকাৰে আলোচনা কৰি পৰামৰ্শ লৈ বিলখন পাছ কৰা উচিত। ইয়াত ৰাজনীতি কেনেকৈ হ’ল? কেৱল পঞ্জাৱতেই নহয়, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত কৃষকসকলে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিছে। দক্ষিণ ভাৰততো বিৰোধিতা কৰিছে।’

The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill আৰু The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill দুখন বৃহস্পতিবাৰে লোকসভাত পাছ কৰা হয় আৰু ইয়াৰ পাছত ৰাজ্যসভাত উত্থাপন কৰা হ’ব।

আনহাতে চৰকাৰৰ মত যে, ‘প্ৰস্তাৱিত বিলকেইখন ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকলৰ সহায়ৰ বাবেহে। কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্য বা সামগ্ৰী অন্য কোনো দেশলৈ প্ৰতিযোগিতামূলক দামত বিক্ৰী কৰিব পাৰিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Akali DalFarm BillsNarendra Modi
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d