Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sasal:চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

publisher by publisher
July 1, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Sasal:চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Sasal Satadal Sahitya Sabha:চচল শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

Sasal:
চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ৰৱীন্দ্ৰ নাথ দাস সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু আনুসাংগিক বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷ চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশু চিকিৎসা বিভাগৰ গৱেষণা সঞ্চালক শিক্ষাবিদ ড° প্ৰবোধ বৰা আৰু বিশিষ্ট অতিথি হিচাপে ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ ৰামৰচন ভৰালী উপস্থিত থাকে ৷

ADVERTISEMENT

দুয়োগৰাকী শিক্ষাবিদে কৃতি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে বহু কেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি ভৱিষ্যতে যাতে এজন সফল ব্যক্তি হিচাপে সমাজত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয় এই ক্ষেত্ৰত বহু কেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি ছাত্ৰ-ছাত্ৰীসকলক মোহাচ্ছন্ন কৰি তুলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা অলিস্মিতা মজুমদাৰ, অভিলাষা বৰ্মন, দিব্যান জ্যোতি বৰা, ভাৰ্গৱ শৰ্মা, নয়নমণি হালৈ, ঋষভ বৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা শতাব্দী টেৰণপি, কৃষ্টি কংকনা তালুকদাৰ, ৰীধিকা ভৰদ্বাজ, অংশুমান কাকতি, হীৰকজ্যোতি কাকতি, জুমন চন্দ্ৰ বৰ্মন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰা কৰ্ষিকা মহন্ত, এচিয়াই ইনষ্টিটিউটত অৱ টেকনলজিৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা উদ্বীপ্ত হাজৰিকা, চেইন্ট জেভিয়াৰ্ছ বিশ্ববিদ্যালয় ভুৱনেশ্বৰৰ পৰা সোণৰ পদকেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা খ্যাতি কাশ্যপ আৰু নেপালত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ কৃতি খেলুৱৈ কণমানি নিৰ্ভয় ভৰদ্বাজক ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে বিশেষ অভিনন্দন জ্ঞাপন কৰা হয় ৷

বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অভিনন্দন অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰী যথাক্ৰমে ঋষভ বৰা আৰু কৃষ্টি কংকনা তালুকদাৰৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে। শাখা সভাৰ সম্পাদক ড° কমল চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, শাখা সভাৰ প্ৰাক্তন সভাপতি লোহিত হাজৰিকা আৰু প্ৰাক্তন উপায়ুক্ত ভুপেন্দ্ৰ চন্দ্ৰ দাসৰ লগতে শাখা সভাৰ কৰ্মকৰ্তা, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ সহিতে শতাধিক ব্যক্তি উপস্থিত থাকে বুলি শাখা সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhinandan ProgrammeHSLC And Hs Passed StudentSasal Satadal Sahitya Sabha
publisher

publisher

Related Posts

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d