Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দৰঙৰ পথৰুঘাট হিন্দু মুচলমানৰ সমন্বয়ৰ পীঠস্হান :সাহিত্যিক থানেশ্বৰ মালাকাৰ

publisher by publisher
January 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
দৰঙৰ পথৰুঘাট হিন্দু মুচলমানৰ সমন্বয়ৰ পীঠস্হান :সাহিত্যিক থানেশ্বৰ মালাকাৰ
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

দৰঙৰ ঐতিহাসিক পথৰুঘাট ৰণ হৈছে হিন্দু মুচলমান সমন্বয়ৰ পীঠস্হান । ১৯৯৪ চনতে বৃটিছ শোষন বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ একেলগে ১৪০ জন হিন্দু মুচলমান কৃষক শ্বহীদ হৈছিল।এয়া আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক আন্দোলন ।এই মন্তব্য বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰৰ ।আজি মঙলদৈ প্ৰেছ ক্লাবত পথৰুঘাট নাগৰিক সমাজ , সদৌ দৰং জিলা ছাত্র সন্হা আৰু দৰং জিলা বাৰ্তাজীবী সংঘৰ উদোগত অনুস্থিত পথৰুঘাট ৰণ আৰু ঐতিহাসিক গুৰুত্ব শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰি মালাকাৰে পথৰুঘাট ৰন কোনো নেতাৰ নেতৃত্বত হোৱা আন্দোলন নাছিল বুলি কৈ ই কৃষক সকলৰ এক স্বতফুৰ্ত আন্দোলন বুলি কয় ।ইয়াৰ সমাধিক্ষেত্ৰ পৰ্যটন ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়।

ADVERTISEMENT

ৰাজ্যিক আৰু ৰাষ্ট্রীয় টুৰিষ্ট মেপত অন্তৰ্ভুক্ত কৰিব লাগে বুলিও সাহিত্যিক মালাকাৰে মন্তব্য আগবঢ়াই । সাংবাদিক মুকুট ৰাজ শৰ্মা আৰু দৰং জিলা ছাত্র সন্হাৰ সভাপতি পৰাগ চহৰীয়াই আত ধৰা আৰু কৃতি শিক্ষক কুলেন্দ্র নাথ ডেকাৰ সঞ্চালনাত অনুস্থিত আলোচনা চক্ৰখন উদ্বোধন কৰি দৰং জিলা উপায়ুক্ত দীলিপ কুমাৰ বৰাই শেহতীয়া ভাবে ১০ কৌটি টকাৰে নিমিয়মান পথৰুঘাট কৃষক বাকৰিৰ উন্নয়ন আৰু কৃষক প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ে উল্লেখ কৰে ।সভাত আছুৰ সহকাৰী সম্পাদক উৎপল শৰ্মাই ঐতিহাসিক পথৰুঘাট ৰণৰে ৰঞ্জিত অসমৰ কৃষক সকলে আজিও চৰকাৰী বঞ্চনাৰ সন্মুখীন হৈ অহাৰ অভিযোগ কৰে । তেও কয় ১৯৯৪ চনত কৃষক বঞ্চনা হোৱাৰ দৰে এতিয়াও কৃষকসকল শোষণ আৰু বঞ্চনাৰ সন্মুখীন হৈ আহিছে ।

সভাত কটন মহাবিদ্যালয়ৰ অবসৰী অধ্যাপক বলিন্দ কুমাৰ শৰ্মাৰ নিয়াৰিত পিতা পোৰা সোন নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডা অমৰেন্দ নাৰায়ণ দেবে । গ্ৰন্থ উন্মোচন কাৰ্যসূচীত সহযোগ কৰে দৰং জিলা বাৰ্তাজীবী সংঘৰ সম্পাদক লক্ষী নন্দন কলিতাই ।আলোচনা চক্ৰত আছুৰ বিত্তীয় সম্পাদক খনিন্দ ৰাজবংশী , অসম বাৰ্তাজীবী সংঘৰ সভাপতি কেশব কলিতা , উপসভাপতি জগদীশ পাটগিৰি , আপকুৰ সভাপতি আব্দুল খালেক , অসম মুক্ত সাংবাদিক সন্হাৰ সভাপতি কুমুদ ডেকা , যুব ছাত্র পৰিষদৰ উপ সভাপতি ভবেশ কাকতি,মঙলদৈ প্ৰেছ ক্লাবৰ উপসভাপতি আচাদ আলি ,আপকুৰ দৰং জিলা সমিতিৰ সম্পাদক মকছেদ আলিয়ে বক্তব্য আগবঢ়াই ।

সভাত দুই আদৰ্শ খেতিয়ক নুৰুল হক আৰু ধ্ৰুৱ শইকীয়াক সম্বৰ্ধনা জনোৱাৰ লগতে পথৰুঘাট ৰনৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱা তিনিজন বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় । জিলা আছুৰ সম্পাদক সত্য ৰঞ্জন ডেকাই পৰিচালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত অসমীয়া খবৰৰ মঙলদৈৰ সাংবাদিক মদন বৰুৱাক গামোচা আৰু মানপ্ৰত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । আনহাতে পাথৰুঘাটক অঞ্চলৰ বিশিষ্ট সাংবাদিক অখিল ৰঞ্জন ভট্ৰ আৰু অনিল ভূঞাকো তিনিওটা সংগঠনে সম্বৰ্ধনা জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDarrangindia
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d