Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sasal Sahitya Sabha:চচল শতদল শাখা সাহিত্য সভাৰ শিল্পী দিৱস উদযাপন

বাঁহীবাদক, চিত্ৰ-ভাস্কৰ্য শিল্পী অশ্বিনী শৰ্মালৈ ' শিল্পী সম্বৰ্ধনা 

publisher by publisher
January 17, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Sasal Sahitya Sabha:চচল শতদল শাখা সাহিত্য সভাৰ শিল্পী দিৱস উদযাপন
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:গুৱাহাটী মহানগৰৰ নতুন চছলত বহাগী উৎসৱৰ সফল সামৰণি

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

Sasal Sahitya Sabha:

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটি দিনজোৰা কাৰ্যসূচীৰে চচল শতদল শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত শিল্পী দিৱস হিচাপে উদযাপন কৰা হয় ৷ অনুষ্ঠানৰ অংশ হিচাপে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ উপ-সভাপতি ড° মিনেশ্বৰ হাজৰিকাই ৷ ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পন কৰে শাখাৰ প্ৰাক্তন সভাপতি ফণিধৰ ডেকাই ৷

ADVERTISEMENT

ৰাতিপুৱা ১০ বজাত শাখাৰ সভাপতি বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত শিল্পী দিৱসৰ মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, প্ৰৱন্ধকাৰ, বিশিষ্ট সাহিত্যিক তথা ‘অনুৰাধা দেশ’ ৰ শ্ৰষ্ঠা ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ৷ মুখ্য অতিথিৰ ভাষণত সাহিত্যিক গৰাকীয়ে কয় যে শিল্পীসকল সত্য শিৱ সুন্দৰৰ একনিষ্ঠ সাধক ৷

সত্য অন্বেষণৰ কাৰণে সৌন্দৰ্য সৃষ্টিৰ যোগেদি একনিষ্ঠ সেৱকৰ দৰে সমাজৰ প্ৰতিটো দিশত এক জাগ্ৰত প্ৰহৰীৰ দৰে সমাজত ঘটি থকা প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে সদায় এক প্ৰতিবাদী কণ্ঠ হিচাপে থিয় দিয়ে ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাইও সৰ্বহাৰাৰ মুক্তিৰ বাবে সদা জাগ্ৰত আছিল ৷ তেখেতৰ সৃষ্টিৰাজি সঙ্গীতৰ মাজেৰে ইয়াৰে প্ৰতিফলন দেখিবলৈ পোৱা যায় ৷

সভাত বিশিষ্ট সঙ্গীত শিল্পী , সুৰকাৰ, গীতিকাৰ, বাঁহীবাদক, কবি , চিত্ৰ-ভাস্কৰ্য শিল্পী তথা সদ্যঘোষিত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ শিল্পী পেঞ্চনাৰ অশ্বিনী শৰ্মাক জীৱনযোৰা সাধনাৰ বাবে ফুলাম গামোচা, জাপি, চেলেং, শ্বল, শৰাই, সম্বৰ্ধনা পত্ৰ আৰু শিল্পী স্মাৰকেৰে ‘শিল্পী’ সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধনাৰ উত্তৰত শিল্পী গৰাকীয়ে তেওঁৰ জীৱনৰ এক বুজাব নোৱাৰা অনুভুতি আজিৰ সম্বৰ্ধনাই দিয়া বুলি উল্লেখ কৰে ৷ শিল্পীজনৰ জীৱন ভিত্তিক তথ্য চিত্ৰ সভাত প্ৰদৰ্শন কৰাৰ লগতে বাঁহীবাদনৰ জৰিয়তে বৰগীত আৰু জ্যোতি সংগীতৰ সুমধুৰ লয়লাস সৃষ্টি কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।

চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক সমবেত গীতেৰে আৰম্ভ হোৱা সভাত শিল্পী গীতিকাৰ গিৰিশ শৰ্মা, মালা শৰ্মা, সদানন্দ বৰ্মণ, অলকা মহন্ত আৰু বিদিশা চৌধুৰীৰ মনোমোহা জ্যোতি সংগীত, শাখা সভাৰ সাংস্কৃতিক সম্পাদক হৰিনাৰায়ণ বৰ্মণৰ সুমধুৰ বাঁহীবাদন আৰু শান্তনা দাস বৰ্মণৰ জ্যোতিপ্ৰসাদৰ কবিতা আবৃতি, শাখাৰ উপ-সভাপতি অন্নপ্ৰভা কাকতি ৰূপকোঁৱৰ শীৰ্ষক স্বৰচিত কবিতা পাঠে উপস্থিত সকলোকে আপ্লুত কৰে ৷

সভাপতিৰ ভাষণত সাহিত্যিক থানেশ্বৰ মালাকাৰে ৰূপকোঁৱৰৰ জীৱন দৰ্শন আৰু সৃষ্টিৰাজিৰ মাজত থকা বহু কেইটা উল্লেখনীয় দিশ ব্যক্ত কৰে ৷ সভাত প্ৰাক্তন সভাপতি লোহিত হাজৰিকা, ভুপেন্দ্ৰ নাথ দাস, শাখাৰ উপ-সভাপতি কনক চন্দ্ৰ মহন্ত, ৰামধেনু শাখাৰ সম্পাদক ড° বুধীণ শইকীয়া, আকাশ শাখাৰ সম্পাদক মঞ্জু দত্ত আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে সভাৰ সৌস্তভ বৃদ্ধি কৰে ৷ শাখাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে আঁতধৰা মুকলি সভাৰ অসম সংগীতেৰে সফল সামৰণি পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: SasalSatadal sahitya sabhaSilpi Divas
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d