Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AASU Congratulations Special Event In Borajool:বৰাজোল আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানত ৪২ গৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

publisher by publisher
August 26, 2023
in Assam, India, News
Reading Time: 1 min read
0
AASU Congratulations Special Event In Borajool:বৰাজোল আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানত ৪২ গৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

AASU Congratulations Special Event In Borajool:

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই আজি বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য, বিজ্ঞানৰ শিক্ষান্ত পৰীক্ষাত স্থান পাবলৈ সক্ষম হোৱা অঞ্চলটোৰ ৪২ গৰাকী ছাত্র-ছাত্রীক অভিনন্দন জনায় ৷

ADVERTISEMENT

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে যিখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি এই স্থান পাবলৈ সক্ষম হ’ল সেই শিক্ষানুষ্ঠানৰ মুৰব্বীক সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আছুনেতা তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ত্ৰিদীপ ভাগৱতীয়ে নিজৰ ভাষণত কয় যে ছাত্ৰ-ছাত্ৰী সকল আমাৰ সম্পদ বুলি উল্লেখ কৰি শিক্ষাৰ্থীসকলে প্ৰথমে ভাল অসমীয়া,তাৰ পিছত ভাল ভাৰতীয় নাগৰিক আৰু বিশ্ব নাগৰিক হোৱাৰ পথলৈ যোৱাৰ আহ্বান জনায় । লগতে ছাত্ৰনেতাগৰাকী ভাষণ প্ৰসংগত কয় যে ছাত্ৰ-ছাত্ৰীক শিপা নাপাহৰিবলৈ নতুনসকলক শিপাৰ লগত সম্পৰ্কিত হৈ থকাৰ লগতে ভাল কাম কৰিবলৈ আৰু পিতৃ-মাতৃ, মাতৃভুমি আৰু মাতৃ ভাষাক মনণ ৰাখিবলৈ আহ্বান জনায়।

বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জীৱন জ‍্যোতি ডেকাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে ক্ৰমে ভাৰপ্ৰাপ্ত সম্পাদক হীৰকজ‍্যোতি দাস আৰু শিক্ষা সম্পাদক বিকাশ বৰ্মনে ।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজদ্দিন আহমেদ, অসম সেনাৰ কেন্দ্ৰীয় নেতা কন্দৰ্প শৰ্মা, সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ‍্যোতি পাঠক,নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, বৰাজোল হাইস্কুলৰ অধ‍্যক্ষ ৰমণী কুমাৰ দাস আদিয়ে কৃতিমান ছাত্র -ছাত্ৰী সকলক নিজৰ লগতে ভৱিষ্যতে অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰাৰ আহ্বান জনায়।
সভাখনত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতা, উপসভাপতি উৎপল কলিতা, কল্প ৰাজবংশী, সাংগঠনিক সম্পাদক হীৰকজ‍্যোতি শৰ্মা, মিলন দাস,অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল লগতে পাঁচশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানত উপস্থিত থাকে । সভাখনৰ কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে কথাশিল্পী অনুপ ডেকাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASU CongratulationsBorajoolNALBARISpecial Event
publisher

publisher

Related Posts

আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

September 9, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

September 9, 2026
Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি
Assam

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

September 9, 2026
Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ
Assam

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

September 9, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d