Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Acms Medical Camp:এচিএমএছ পানীতোলা শাখা আৰু আ’ল এনজিঅৰ স্বাস্থ্য শিৱিৰ

চাহ বাগিছাৰ চিকিৎসালয় চৰকাৰে অধিগ্রহন কৰক:প্রাক্তন বিধায়ক ৰাজু চাহু

publisher by publisher
July 19, 2024
in Uncategorized
Reading Time: 2 mins read
0
Acms Medical Camp:এচিএমএছ পানীতোলা শাখা আৰু আ’ল এনজিঅৰ স্বাস্থ্য শিৱিৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon :জুবিন গাৰ্গৰ ওপজা দিনৰ উপলক্ষে বৰজহাত বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ

ACMS Organizes Health Camp at Panitola :এচিএমএছ আৰু আ’ল এনজিঅৰ সৌজন্যত আৰু জিলা স্বাস্থ্য বিভাগৰ মেডিকেল টিমৰ সহযোগত চাহ বাগিছাত স্বাস্থ্য পৰীক্ষা শিবিৰ

Udalguri Medical Camp:ওদালগুৰিত বৃহৎ স্বাস্থ্য শিৱিৰ তথা সজাগতা সভা

Acms Medical Camp:

অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক তথা প্রাঃ বিধায়ক ৰাজু চাহুৱে এক প্রেছ বিবৃতি যোগে জনাইছে যে শুক্ৰবাৰে অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখা সংঘ আৰু আ’ল এনজিঅৰ সৌজন্যত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু বালিজান নর্থ চাহ বাগিছাৰ অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ উদ্যোগত বালিজান নর্থ চাহ বাগিছাৰ চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্টিত কৰা হয়।

ADVERTISEMENT

তিনিচুকীয়াৰ অগ্রনী আ’ল নামৰ এন,জি, অই বিভিন্ন সময়ত বহু বছৰ ধৰি সামাজিক বিশেষকৈ চাহ বাগিছা অঞ্চলত জনকল্যাণমূলক কাম কাজ কৰি থকা দেখিবলৈ পোৱা যায়। এই আ’ল এন,জি, অৰ লগত সহযোগীতা কৰি অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাই বান পীড়িত চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্রদান কৰি একেৰাহে প্রায় বিশ খন মান চাহ বাগিছাত স্বাস্থ্য শিবিৰ অনুষ্টিত কৰি আছে। আজি বালিজান নর্থ চাহ বাগিছাৰ চিকিৎসালয়ত এছডিএমঅকে আদি কৰি ৪ জন অভিজ্ঞ চিকিৎসকে প্রায় দুই শতাধিক ৰোগীক স্থাস্থ্য পৰীক্ষা কৰে। এনেধৰনৰ চাহ বাগিছাৰ শ্ৰমিক সকলৰ অভূতপূর্ব সহাৰিয়ে অসম চাহ মজদুৰ সংঘই অনাগত দিনত এনে ধৰনৰ শিবিৰ অনুষ্টিত কৰাৰ অনুপ্ৰেৰনা পাব। বিশেষকৈ চাহ বাগিছাত বানপানীৰ পিছত বিভিন্ন ধৰনৰ ৰোগ হোৱা দেখিবলৈ পোৱা যায়।

যোৱা কালি শিয়ালকটী চাহ বাগিছাৰ ৰঙামাটি চিকিৎসালয়ত স্বাস্থ্য শিবিৰ অনুষ্টিত কৰা হৈছিল। শিয়ালকটী চিকিৎসালয়ত স্থায়ী চিকিৎসক নাই। বাহিৰৰ পৰা সপ্তাহত দুদিন এজন চিকিৎসক বাগিছালৈ গৈ চিকিৎসা প্রদান কৰি আছে যদিও ৰোগীৰ তুলনাত সেয়া পৰ্য্যাপ্ত নহয়। যাৰ বাবে শ্রমিকে চিকিৎসা পোৱাত অসুবিধা পাইছে। এনে ধৰনৰ চাহ বাগিছাত বাগিছাৰ শ্ৰমিক সকল অলপ হলেও উপকৃত হয় তাৰ ওপৰত গুৰুত্ব প্রদান কৰি এনে ধৰনৰ স্থাস্থ্য শিবিৰ অনুষ্টিত কৰিবলৈ সংঘৰ ফালৰ পৰা উদ্যোগ লোৱা হৈছে।

চাহ বাগিছাৰ শ্ৰমিক সকলৰ বহু সংখ্যক ৰোগীৰ জ্বৰ, কাঁহ ওপৰিও ৰক্তহীনতাত ভোগা ৰোগীৰ সংখ্যা অধিক পোৱা গৈছে। তেখেত সকলে বাগিছাৰ চিকিৎসালয়ত অনুষ্টিত কৰা স্থাস্থ্য শিৱিৰত তেজ পৰীক্ষা কৰাৰ সুবিধা পাই উপকৃত হোৱা দেখা পোৱা গৈছে। বাগিছাৰ বয়োজ্যেষ্ঠ ব্যক্তি, কন কন শিশু, প্রসুতি মাতৃ সকল বা বহু দুখীযা টকা পইচাৰ অভাৱত ভোগা শ্রমিক তেওঁলোকৰ চিকিৎসা কৰাবলৈ অসমর্থ হোৱাত বাগিছাতেই বিভিন্ন ৰোগত আক্রান্ত হৈ কষ্ট পায় থাকে। যদি এনেধৰনৰ সুবিধা বাগিছাতেই পায় তেনে এক প্রচেষ্টা হাতত লোৱা হৈছে।

ইয়াৰওপৰি স্বাস্থ্য শিবিৰৰ কাৰ্য্যসূচীৰ পিছতেই আজি বালিজান নর্থ চাহ বাগিছাৰ ৪ নং চেকচনত হোৱা গড়াখহনীয়া বালিজান নর্থ চাহ বাগিছাৰ অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ সৈতে পৰিদৰ্শন কৰোঁ। প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সেনোৱালৰ বাসগৃহৰ সমীপৱর্তী বালিজান নর্থ চাহ বাগিছাৰ ৪ নং চেকচনটো ইতিমধ্যে যোৱা কেইদিনৰ বানত মথাউৰিৰ প্ৰায় ৩৫ টা কংকীটৰ খোটা খহাই প্রায় ১৫০ মিটাৰ খহাই লৈ গৈছে।

যিটো নেকি বালিজান নর্থ চাহ বাগিছাৰ ফেক্টীৰৰ পৰা প্রায় ৫০ মিটাৰ দূৰত্বত। যোৱা বছৰে চেংচন হোৱা মথাউৰি ঠিকাদাৰৰ গাফিলটীত এতিয়ালৈকে নির্মান নোহোৱাটো অতি দূভাগ্যজনক। আৰু অতি পৰিতাপৰ কথা যে এই ঠাইডোখৰত মাটি পেলাই কোনোমতে নৈৰ বুকুৰ পৰা ৰক্ষা কৰা হৈছে। এনেদৰে থাকিলে পৰবৰ্ত্ত বানত বালিজান নৰ্থ চাহ বাগিছা নৈৰ বুকুত নোহোৱা হব। যোৱা কেইদিনৰ বানত স্থানীয় বালিজান নর্থ বাসী শ্রমিকৰ নেৰানেপেৰা চেষ্টা নকৰা হলে বালিজান নর্থ ফেক্টৰী নৈৰ বুকুত জাহ গল হয়। সেয়ে ইয়াৰ উচিত পদক্ষেপ অতি সোনকালে লবলৈ চৰকাৰক দাবী জনায় ৷

ইতিমধ্যে যোৱা কেইদিনৰ হৈ যোৱা স্বাস্থ্য শিবিৰত উপস্থিত থকা সকলো শ্রমিকক ক্রমে: নলনী, দিনজান, ৰঙাগড়া, হাতীআলি, শিয়ালকটী চাহ বাগিছাৰ ৰাইজক ইয়াৰ জৰিয়তে আন্তৰিক অভিনন্দন জনাই প্ৰাক্তন বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে ২০ জুলাইত খাৰজান চাহ বাগিছাৰ চিকিৎসালয়, ২২ জুলাইত লিম্বুগুৰি চাহ বাগিছাৰ চিকিৎসালয়,২৩ জুলাইত গিলাপুখুৰী চাহ বাগিচাৰ চিকিৎসালয়,২৪ জুলাইত ধেলাখাট চাহ বাগিছা চিকিৎসালয়, আৰু ২৫ জুলাইত চান্দমাৰি চাহ বাগিছাৰ চিকিৎসালয়ত ৰাতিপুৱা ১০ বজাৰ পৰা স্থাস্থ্য শিবিৰ অনুষ্টিত হ’ব।

এই শিৱিৰ সমূহত উল্লিখিত চাহ বাগিছাৰ শ্ৰমিক সকলক স্বাস্থ্য শিবিৰত উপস্থিত থাকি নিজৰ স্থাস্থ্য পৰীক্ষা কৰাৰ সুবিধা লবলৈ ইয়াৰ দ্বাৰাই অনুৰোধ জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ACMSFree medical campTinsukia Panitola Tea ESTATAE aREA
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d