Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Doctors Reduced their Age to 22 Years:নিজৰ বয়স ২২ বছৰ কমালে চিকিৎসকে !

বাস্তৱতে পৌৰাণিক যযাতি ৰজাৰ পুনৰ যৌৱন লাভৰ সদৃশ ঘটনা, বিৰল সফলতাৰ গোপন মন্ত্ৰ ৰাজহুৱা কৰিলে ডাঃ মাইকেল ৰ'ইজেনে, বিশ্বজুৰি ব্যাপক উৎসুকতা

publisher by publisher
July 26, 2024
in Uncategorized
Reading Time: 3 mins read
0
Doctors Reduced their Age to 22 Years:নিজৰ বয়স ২২ বছৰ কমালে চিকিৎসকে !
1
SHARES
13
VIEWS
ShareShareShareShare

Doctors Reduced their Age to 22 Years:

পৌৰাণিক যযাতি ৰজাৰ পুনৰ যৌৱনপ্ৰাপ্তিৰ উপাখ্যান ভাৰতত যথেষ্ট জনপ্রিয়। পিতৃৰ ইচ্ছা পূৰণৰ বাবে ৰজাক নিজৰ যৌৱন দান দিছিল তেওঁৰ কনিষ্ঠ পুত্রই। পুত্ৰৰ বদান্যতাত পুনৰ যৌৱন প্ৰাপ্তিৰ পাছত বহুকাল তৰুণ হৈ থাকি ৰজাই ৰাজ্য শাসন কৰিছিল।

ADVERTISEMENT

সম্প্রতি এই পৌৰাণিক উপাখ্যানৰ দৰে এক নতুন ঘটনা পোহৰলৈ আহিল আমেৰিকাৰ অহাইঅ’ৰ এজন চিকিৎসকৰ ক্ষেত্ৰত। অহাইঅ’ৰ ক্লীভলেণ্ডৰ চিকিৎসক ডাঃ মাইকেল ৰ’ইজেনৰ জৈৱিক বয়স (বায়’লজিকেল এজ) ৭৮ বছৰ। ৰজা যযাতিৰ দৰেই চিকিৎসকজনে একপ্ৰকাৰ নিজৰ যৌৱন ঘূৰাই পোৱাৰ ইচ্ছা কৰে। স্বাভাৱিকতে চিকিৎসকজনৰ সপোন অবান্তৰ যেন বোধ হ’ব; কিন্তু বহুতৰ বাবে অবিশ্বাস্য হ’লেও প্রৌঢ় চিকিৎসকজনে নিজৰ বয়স ঘূৰাই পাবলৈ সক্ষম হৈছে।

RelatedPosts

No Content Available

অৱশ্যে ৰজা যযাতিৰ দৰে আন কাৰোবাৰ বদান্যতাত নহয়, বৰঞ্চ নিজৰ আশাশুধীয়া ঐকান্তিক চেষ্টাৰ বলতহে তেওঁ নিজৰ বয়স হ্রাস কৰিবলৈ সক্ষম হৈছে। প্রকাশিত তথ্য অনুসৰি, চিকিৎসক ডাঃ ৰ’ইজেনে নিজৰ জৈৱিক তথা প্রকৃত বয়স ২২ বছৰ হ্ৰাস কৰিছে। ফলত তেওঁৰ বয়স সম্প্ৰতি ৫৭.৬ বছৰ হৈছে, যিটো তেওঁৰ প্ৰকৃত বয়সতকৈ ২২ বছৰ কম। চিকিৎসকজনৰ এই অসাধ্য সাধন সমগ্র বিশ্বজুৰি চিকিৎসা বিজ্ঞানীসকলৰ মাজতো চৰ্চাৰ বিষয়ত বয়স ২২ বছৰ হ্ৰাস কৰিলে চিকিৎসকে পৰিণত হৈছে।

আনহাতে, কেনেদৰে নিজৰ জৈৱিক বয়স ২২ বছৰ হ্ৰাস কৰিবলৈ সক্ষম হ’ল, সেয়া সম্প্রতি চিকিৎসক ৰ’ইজেনে প্রকাশ কৰিছে। জৈৱিক বয়স হাসৰ গোপন মন্ত্রৰূপে চিকিৎসকজনে গণ্য কৰা এই সফলপ্রাপ্তিৰ তিনিটা অভ্যাসগত কর্ম আছে। লগতে আছে এক স্বাস্থ্যসম্মত খাদ্যশৈলীও। এই কর্ম তিনিটা নিয়মীয়াকৈ সম্পাদন বা অনুশীলন তথা সুস্থ খাদ্য শৈলীৰ জৰিয়তেহে এই সফলতা অর্জন কৰিছে চিকিৎসকজনে। দৈনন্দিন ব্যক্ত কৰ্মসূচীৰ মাজতে তেওঁ এই কাম তিনিটাক প্রাত্যহিক জীৱনৰ অংগত পৰিণত কৰে। অসাধ্য সাধন কৰা এই চিকিৎসকজনে ব্যাখ্যা কৰা কৰ্ম তিনিটা হ’ল:

#হৃদযন্ত্র সবল ৰখাৰ উদ্দেশ্যে ব্যায়াম-অনুশীলন:

চিকিৎসক ৰ’ইজেনে নিজৰ হৃদযন্ত্র শক্তিশালী তথা নিৰোগী কৰি ৰখাৰ উদ্দেশ্যে নিয়মীয়া ব্যায়াম-অনুশীলনৰ প্রতি নিজকে উৎসর্গা কৰে। সপ্তাহত তেওঁ তিনিবাৰকৈ হৃদযন্ত্ৰ আৰু দেহৰ ৰক্তবাহী নলিকাসমূহ শক্তিশালী কৰি ৰখাৰ উদ্দেশ্যে ব্যায়াম-অনুশীলন কৰে। এই ব্যায়াম তেওঁ ট্রেডমিল অথবা শাৰীৰিক ব্যায়াম কৰাৰ বাবে ব্যৱহৃত বাইকত কৰে। পূর্বে তেওঁ স্কোৱাছ খেলৰ অনুৰাগী আছিল। এই খেলৰ দ্বাৰা অনুপ্রাণিত হৈ তেওঁ এই ব্যায়াম-অনুশীলনৰ অভ্যাস গঢ়ি তোলে। সেই অনুসৰি তেওঁ প্রতি সপ্তাহৰ বুধবাৰৰ সন্ধিয়া তথা শনিবাৰ আৰু দেওবাৰে এইব্যায়াম-অনুশীলন কৰি আহিছে। এই ব্যায়াম- অনুশীলনৰ বাবে তেওঁ তাৰ মাজতে সামাজিক মিলা-মিছা আদিও বৰ্তাই ৰাখিছে। কেৱল হৃদপেশীৰ বাবে ব্যায়াম কৰিয়েই ডাঃ ৰ’ইজেন ক্ষান্ত থকা নাই। এই নিয়মীয়া ব্যায়াম-অনুশীলনৰ অভ্যাসৰউপৰি তেওঁ প্রতিদিনে খোজকঢ়াৰ এক সু-অভ্যাসো গঢ়ি তোলে। সেই অনুসৰি তেওঁ নিতৌ ১০ হেজাৰটা খোজ পেলায়।

তদুপৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ চিকিৎসকজনে ট্রেডমিল ডেস্কতো শাৰীৰিক ব্যায়াম-অনুশীলনৰ অভ্যাস গঢ়ি তোলে। লগতে তেওঁ সপ্তাহৰ প্রতিটো দিনৰ গোটেই সময়ছোৱা সক্রিয়-সতেজ হৈ থকাৰ সংকল্পও গ্রহণ কৰে। অত্যন্ত কর্ম-ব্যস্ততাৰ মাজতো তেওঁ সক্রিয় হৈ থকাৰ চেষ্টা কৰি আহিছে। উল্লেখ্য যে প্রতি সপ্তাহৰ পাঁচটা দিনত নিয়মীয়াভাৱে ৩০মিনিট সময় খৰধৰকৈ খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিলে এজন ব্যক্তিৰ হৃদযন্ত্ৰজনিত ৰোগৰ আশংকা বৃহৎ হাৰত হ্রাস পায়বুলি শেহতীয়া এক গবেষণাত পোহৰলৈ আহিছে। তদুপৰি খোজকঢ়াৰ এনে নিয়মীয়া অভ্যাসে মধুমেহ (টাইপ-দুই ডায়েবেটিছ)ৰ আশংকাও হ্রাস কৰাৰ লগতে মন আৰু শৰীৰ উজ্জীৱিত ৰাখি আয়ুস বা জীৱনকালো বৃদ্ধি কৰে।

#ভাৰোত্তোলনৰ নিয়মীয়া অভ্যাসঃ ন শতাংশ হ্রাস কৰে কৰ্কট ৰোগৰ আশংকাও:

শাৰীৰিক ব্যায়াম-অনুশীলন বা নিয়মীয়া খোজকঢ়াৰ সমান্তৰালভাৱে চিকিৎসক ৰ’ইজেনে ভাৰোত্তোলন বা রেইট লিফটিঙৰ এক অভ্যাসো গঢ়ি তোলে। তেওঁ সপ্তাহত দুবাৰকৈ ভাৰোত্তোলনৰ অনুশীলন কৰে। ইয়ে শৰীৰৰ মাংসপেশীৰ বিকাশ সাধন কৰাৰ লগতে জীৱনকাল দীঘলীয়া কৰে। উল্লেখ্য যে ২০২২ত ‘ব্রিটিছ জার্নেল অৱ স্পটৰ্ছ মেডিচিন’ শীর্ষক পত্রিকাত প্রকাশিত এক প্রতিবেদন অনুসৰি সপ্তাহত আধা ঘণ্টাৰ পৰা এঘণ্টা সময় নিয়মীয়াকৈ ভাৰোত্তোলনৰ অভ্যাস গঢ়ি তুলিলে এজন ব্যক্তিৰ মৃত্যুৰ আশংকা (যিকোনো কাৰকৰ দ্বাৰা) ১৭ শতাংশ হ্রাস পায়। একেদৰে এনে অভ্যাসে হৃদযন্ত্রজনিত ৰোগৰ আশংকাও ১৮শতাংশ হ্রাস কৰে। আনকি কৰ্কট ৰোগৰ আশংকাও ন শতাংশ হ্রাস কৰে। আনহাতে, তেওঁক প্রকৃত বয়স হ্ৰাসৰ ক্ষেত্ৰত সহায় কৰা খাদ্যশৈলীৰ কথাও চিকিৎসকজনে প্রকাশ কৰিছে। তেওঁ প্ৰকাশ কৰা তেওঁৰ দৈনিক খাদ্য-তালিকাৰ অন্তর্ভুক্ত সকলো উপাদানেই স্বাস্থ্যসম্মত। তেওঁৰ এই খাদ্য-তালিকা হ’ল:

#দীর্ঘজীৱন দান কৰা আহাৰ:

নিজৰ জৈৱিক বয়স হ্ৰাসৰ বাবে ডাঃ ৰ’ইজেনে কম কেল’ৰিযুক্ত আহাৰ গ্ৰহণৰ অভ্যাস গঢ়ি তোলে। ইয়াৰ সমান্তৰালভাৱে তেওঁ শাক-পাচলি, ফলমূল, চর্বিহীন মাংস, দাইল আদি প্ৰচুৰ পৰিমাণে খাবলৈ লয়। তদুপৰি জলফাই তেল খোৱাটো তেওঁ অভ্যাসত পৰিণত কৰে। আনহাতে, দেহৰ হজমী শক্তি বৃদ্ধিৰ উদ্দেশ্য তেওঁ মাজে-সময়ে উপবাসো পালন কৰে। তেওঁ আঁহজাতীয় আৰু কিম্বনকৃত আহাৰ গ্ৰহণতো গুৰুত্ব আৰোপ কৰে।

#দিনৰ ১১ বজাৰ পৰা নিশা সাত বজাৰ ভিতৰত আহাৰ গ্ৰহণ:

খাদ্য গ্রহণৰ ক্ষেত্ৰত ডাঃ ৰ’ইজেনে গুৰুত্ব দিয়া এটা দিশ হ’ল খাদ্যগ্রহণৰ সময়। তেওঁ প্রতিদিনে দিনৰ আহাৰ ১১বজাৰ ভিতৰত আৰু নিশাৰ আহাৰ সাত বজাৰ ভিতৰত গ্ৰহণ কৰে। এনেদৰে তেওঁ এক সবিৰাম উপবাস পালন কৰে। ইয়ে
দেহৰ হজমী শক্তি বৃদ্ধিত অৰিহণা যোগায়।

#দুপৰীয়া আহাৰক দিনটোৰ প্ৰধান আহাৰ ৰূপে গ্রহণ:

ডাঃ ৰ’ইজেনে দুপৰীয়া আহাৰক একোটা দিনৰ প্ৰধান আহাৰৰূপে গ্রহণ কৰি আহিছে। ইয়াৰ বিপৰীতে তেওঁ নিশাৰ আহাৰৰূপে প্রায়ে চালাদহে গ্রহণ কৰে।

#ভূমধ্য সাগৰীয় খাদ্য:

নিজৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ডাঃ ৰ’ইজেনে ভূমধ্য সাগৰীয় খাদ্য গ্রহণৰো অভ্যাস গঢ়ি তোলে। তেওঁ ভূমধ্য সাগৰীয় খাদ্যৰ মাজত শাক-পাচলি, কম স্নেহ দ্রব্যযুক্ত প্রটিন আৰু দুগ্ধজাত সামগ্রীক অন্তর্ভুক্ত কৰে।
উল্লেখ্য যে ভূমধ্য সাগৰীয় খাদ্য সু-স্বাদু হোৱাৰ লগতে হৃদযন্ত্ৰৰ বাবে উপকাৰী। এনে খাদ্যই মানুহৰ আয়ুস বা জীৱনকাল বৃদ্ধি কৰে বুলিও বিশ্বাস কৰা হয়। ভূমধ্য সাগৰীয় খাদ্যত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, অ’মেগা-৩ ফেটী এচিড আৰু আঁহ পোৱা যায়। ডাঃ ৰ’ইজনে এনে খাদ্য গ্রহণৰ অভ্যাস গঢ়ি তোলাৰ সমান্তৰালভাৱে মাংস, সংসাধিত খাদ্য (প্রচেছড ফুড) আৰু সুৰাপান সম্পূৰ্ণৰূপে ত্যাগ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dr. Micheal RoizenMaintain A BIOLOGICAL aGEReduced their Age to 22 Years
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d