Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

5.8 million Liters Of Liquor Consumed in Assam In 11 Months:১১ মাহত অসমত সুৰাপান ৫৮ লাখ লিটাৰ

অসমৰ সুৰাপায়ীয়ে চহকী কৰিছে মহাৰাষ্ট্ৰৰ অর্থনীতি, কেবল গুৱাহাটীতে ২৩ লাখ লিটাৰ সুৰা বিক্ৰী, অসমৰ সুৰাপায়ীৰ পছন্দৰ শীৰ্ষত হুইস্কি, দ্বিতীয় স্থানত বীয়েৰ

publisher by publisher
January 10, 2024
in Assam, India, News
Reading Time: 3 mins read
0
5.8 million Liters Of Liquor Consumed in Assam In 11 Months:১১ মাহত অসমত সুৰাপান ৫৮ লাখ লিটাৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

5.8 million Liters Of Liquor Consumed in Assam In 11 Months:

নিয়মীয়াকৈ সুৰাপান কৰি ৰাজ্যৰ লক্ষ লক্ষ সুৰাপায়ীয়ে কেৱল অসমৰে নহয়, মহাৰাষ্ট্ৰৰ অৰ্থনীতিও টনকিয়াল কৰাত আগবঢ়াইছে অনবদ্য অৰিহণা।
অসমৰ সুৰাপায়ীৰ স’তে মহাৰাষ্ট্ৰৰ অৰ্থনীতিৰ সম্পৰ্ক ক’ত বুলি প্ৰশ্নৰ উদ্রেক হ’ব পাৰে যদিও বাস্তব ক্ষেত্রত এয়াই সত্য যে মহাৰাষ্ট্ৰৰ অৰ্থনীতি টনকিয়াল কৰাত অসমৰ লাখ লাখ সুৰাপায়ীয়ে নিয়মীয়াকৈ আগবঢ়াই আহিছে অৰিহণা।

ADVERTISEMENT

লক্ষ্যণীয় যে সমগ্র দেশতে বিক্রী হোবা দেশত প্রস্তুত বিদেশী সুৰা (আইএমএফএল)ৰ ৯০ শতাংশ উৎপাদন কৰে মহাৰাষ্ট্ৰই এবছৰতে প্রায় ১.৬ কোটি লিটাৰ সুৰা উৎপাদনৰে সমগ্র দেশতে আইএমএফএল সুৰাৰ চাহিদা পূৰণ কৰি আহিছে মহাৰাষ্ট্ৰই। দেশৰ আন ৰাজ্যৰ লগতে সুৰাপায়ীৰ সংখ্যাধিকাৰে ভৰপূৰ অসমলৈও নিয়মীয়াকৈ বিদেশী সুৰা যোগান ধৰি মহাৰাষ্ট্ৰই অসমৰ পৰা প্ৰতিদিনে উলিয়াই নিবলৈ সক্ষম হৈছে কোটি কোটি টকাৰ ৰাজহ। এই হিচাপত অৱশ্যে ধৰা হোৱা নাই অসমত বিক্রী হোৱা দেশীয় সুৰাৰ পৰিমাণ।

উল্লেখ্য যে দেশৰ ভিতৰতে সুৰাপায়ীৰ সংখ্যাবে অন্যতম বৃহৎ উপভোক্তা বাজ্য অসমত বিগত ২০২৩ত নবেম্বৰলৈকে অর্থাৎ ১১ মাহত সুৰাপায়ীয়ে সেৱন কৰিছে ৫৭.৯ লাখ লিটাৰ সুৰা। ৰাজ্যৰ আবকাৰী বিভাগে প্রকাশ কৰা তথ্য মতে, ১১ মাহতে ৫৭.৯ লাখ লিটাৰ সুৰা সেৱন কৰা অসমে এই বৃহৎ পৰিমাণৰ সুৰাৰ মূল্যৰ বাবদ মহাৰাষ্ট্ৰক আদায় দিবলগীয়া হৈছে ৰাজ্যখনৰ অর্থনীতি টনকিয়াল কৰিব পৰা জোখাৰে এক বৃহৎ অংকৰ ধন।

নিঃসন্দেহে অসমৰ সুৰাপায়ীয়ে নিয়মীয়াকৈ সুৰা সেৱন কৰি ৰাজ্যৰ বাজকোষলৈও আবকাৰী ৰাজহ প্রদান কৰি অসমৰ অর্থনীতি টনকিয়াল কৰাত অন্যতম ভূমিকা গ্রহণ কৰিছে যদিও সমান্তৰালকৈ অসম, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, দিল্লী আদিৰ দৰে কে’বাখনো ৰাজ্যৰ সুৰাপায়ীয়ে নিয়মীয়াকৈ মহাৰাষ্ট্ৰৰ অৰ্থনীতি দেশৰ ভিতৰতে শক্তিশালী কৰি গঢ়ি তোলাত আগবঢ়াই আহিছে বিশেষ ভূমিকা।

লক্ষ্যণীয় যে অসমত বিগত ২০২৩ৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈকে এই ১১ মাহত বিক্রী হোৱা ৫৭.৯ লাখ লিটাৰ সুৰাৰ ভিতৰত আকৌ সর্বাধিক সংখ্যক বিক্রী হৈছে কেবল গুৱাহাটীত। আবকাৰী বিভাগৰ মতে, গুৱাহাটীত বিগত বৰ্ষৰ ১১ মাহত বিক্ৰী হৈছিল ২৩,১৬৬,৩৪০.৩০ লিটাৰ সুৰা। উল্লেখ্য যে সুৰাৰ এটা বটলত থকা ‘লগুন প্রুফ লিটাৰ’ (এলপিএল)’ সুৰাৰ প্ৰকৃত পৰিমাণ হ’ল ৭৫০ মিলিলিটাৰ। প্রতি বটলত ৭৫০ মিলিলিটাৰকৈ সুৰা থকা মুঠতে ১২ টা বৃটলৰে একোটা কেচ বাণ্ডিল কৰা হয় আৰু সেই সূত্রে একোটা কেচত থাকে মুঠতে ন লিটাৰকৈ সুৰা।

উল্লেখ্য যে বিগত বৰ্ষটোত গুৱাহাটীত বিক্রী হোৱা মুঠ সুৰাৰ ভিতৰত সর্বাধিক বিক্রী হোৱা সুৰা আছিল হুইস্কি। গুৱাহাটীত বছৰটোত বিক্রী হোৱা হুইস্কিৰ পৰিমাণ আছিল ১.২ লাখ লিটাৰ। হুইস্কিৰ পাছতে প্রায় ৫০.৯ লাখ লিটাৰ বীয়েৰ বিক্ৰী হৈছিল গুৱাহাটীত। ইফালে, সমগ্র বাজ্যখনতে বিগত ১১ টা মাহত বিক্রী হোৱা ৫৭.৯ লাখ লিটাৰ সুবাৰ ভিতৰত সর্বাধিক সংখ্যক ৯.২ লাখ লিটাৰ অৰ্থাৎ ১,০৩,৯০,৪৩৮ কেচ আছিল কেৱল হুইস্কি।

অর্থাৎ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যখনতে সুৰাপায়ীসকলৰ মাজত সর্বাধিক জনপ্রিয় পানীয় আছিল হুইস্কি। একেদৰে ৰাজ্যখনত বিগত ১১ টা মাহত বিক্রী হৈছিল ৪৮,৯৩,৮৬৩ কেচ ধীয়েৰ। বিক্ৰীৰ দিশেৰে বীয়েৰৰ স্থান দ্বিতীয়ত থাকিলেও এইটো কথা ঠিক যে অসমত কেৱল গ্রীষ্মৰ দিনকেইটাতহে বীয়েৰৰ বিক্ৰী বৃদ্ধি পায়।

দেশৰ ছখন ৰাজ্য ক্রমে মণিপুৰ, লাক্ষাদ্বীপ, বিহাৰ, গুজৰাট, মিজোৰাম আৰু নগালেণ্ডত সুৰা বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা আছে। এই ৰাজ্যকেইখনক বাদ দিলে আন ৰাজ্যসমূহৰ তালিকাত সুৰা বিক্রী তথা সুৰাপায়ী হাৰবে অসমৰ ভূমিকাও অন্যতম। সৰ্বভাৰতীয় পৰ্যায়ত সুৰা ব্যৱহাৰকাৰীৰ পৰিমাণ হ’ল ১৮.৭ শতাংশ। ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা- পাঁচত প্রকাশিত তথ্য মতে, দেশৰ ভিতৰতে সংখ্যাৰ হাৰৰে সৰ্বাধিক সংখ্যক সুৰাপায়ীৰ ৰাজ্য হ’ল অৰুণাচল। য’ত ৫৩ শতাংশ পুৰুষ আৰু ২৪ শতাংশ মহিলাই সুৰাপান কৰে। ইয়াৰ বিপৰীতে লাক্ষাদ্বীপ আৰু গুজৰাটত দেশৰ ভিতৰতে সুৰাপায়ীৰ সংখ্যা সর্বনিম্ন। ইফালে, মহিলা সুৰাপায়ীৰ সংখ্যাৰে দেশৰ শীৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত তিনি নম্বৰ স্থানত আছে অসম।

ৰাজ্যখনত মহিলা সুৰাপায়ীৰ হাৰ হ’ল ৫.৫ শতাংশ। ‘অল ইণ্ডিয়া ৱাইন প্রডিউচাৰ্ছ এছ’চিয়েছন’-এ প্রকাশ কৰা তথ্য মতে বিগত ২০২৩ত মহাৰাষ্ট্রৰ সুৰা নিৰ্মাতা
কোম্পানীসমূহে প্রায় ২০ হেজাৰ মেট্রিক টন আঙুৰৰ ৰস উলিয়াই প্রস্তুত কৰিছিল ১.৪ কোটি লিটাৰ সুৰা। পূৰ্বতকৈ বহুলাংশে বৃদ্ধি পাইছিল সুৰা উৎপাদনৰ হাৰ। ৰাজ্যখনত প্ৰায় ৪০ৰ পৰা ৪৫ টা সুৰা উৎপাদনকাৰী প্রতিষ্ঠান আছে।

ইয়াৰে ভিতৰত ১৫ৰ পৰা ২০ টা গোটে পোনপটীয়াকৈ বজাৰলৈ উৎপাদন প্ৰেৰণ কৰাৰ বিপৰীতে বাকীকেইটা কোম্পানী হ’ল প্রস্তুতকর্তাহে। আশ্চর্যজনক যে ইয়াৰে ৬৫ শতাংশ ব্যৱসায় হ’ল কেবল মহাৰাষ্ট্ৰৰ। ৰাজ্যখনৰ নাচিকত আছে সর্বাধিক সংখ্যক সুৰা উৎপাদনকাৰী প্রতিষ্ঠান।

সমগ্র দেশৰ সুৰা উদ্যোগৰ ব্যৱসায়ৰ মুঠ পৰিমাণৰ যিহেতু ৬৫ শতাংশই মহাৰাষ্ট্রৰ সেয়েহে এই কথা স্পষ্ট যে অসমৰো লাখ লাখ সুৰাপায়ীয়ে এবছৰতে ৫৭ লাখ লিটাৰ পৰ্যন্ত সুৰাপান কৰি পৰোক্ষভাবে চহকী কৰি আহিছে মহাৰাষ্ট্রৰ অর্থনীতিক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 11 Months5.8 million LitersAssamLiquor Consumed
publisher

publisher

Related Posts

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d