Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Koch Rajbongshi Sahitya Sabha Pressmeet: ৰাজনৈতিক ক্ষমতাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ বাবে বিশিষ্ট ব্যাক্তি সকললৈ আহ্বান কোচ ৰাজবংশী সাহিত্য সভাৰ

শক্তি আশ্ৰমত কোচ ৰাজবংশী সাহিত্য সভাৰ লগতে -কোচ ৰাজবংশী লেখিকা সভাৰ যৌথ সংবাদমেল

publisher by publisher
July 29, 2024
in Uncategorized
Reading Time: 2 mins read
0
Koch Rajbongshi Sahitya Sabha Pressmeet: ৰাজনৈতিক ক্ষমতাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ বাবে বিশিষ্ট ব্যাক্তি সকললৈ আহ্বান কোচ ৰাজবংশী সাহিত্য সভাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

Koch Rajbongshi Sahitya Sabha Pressmeet:

ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত আগভাগ লবলৈ জনগোষ্ঠীটোৰ বিশিষ্ট লোক সকলক আহ্বান জনাইছে কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাই । আজি কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমস্থিত কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰি উক্ত আহ্বান জনায় ।

ADVERTISEMENT

সংবাদমেলত সৰ্বদিশতে অবহেলিত অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত ৰাজনৈতিক ক্ষমতাৰে আগ ভাগ লবলৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সুসন্তান ব্ৰজেনজিৎ সিংহ, সুভাষ অধিকাৰীৰ দৰে বিশিষ্ট ব্যাক্তি সকলক আহ্বান জনায় কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে ।

RelatedPosts

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

সংবাদ মেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নতুনকৈ দায়িত্ব ভাৰ লোৱা জীবেশ ৰায়ক আঁদৰণি জনাই কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে মুখ্য কাৰ্যবাহী সদস্য জীবেশ ৰায়ে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ এলেকাৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে । বি টি আৰ অঞ্চলত ৰাজবংশী ভাষাৰ প্ৰসাৰ আৰু সম্প্ৰচাৰৰ বাবে ৰাজবংশী ভাষাৰ শিক্ষকৰ মাননি আৰু কোচ ৰাজবংশী সাহিত্য সভাৰ আন্ত: গাথনি উন্নয়নৰ বাবে ঘোষণা কৰা অনুদান অতি সোনকালে মোকলাই দিয়াৰ বাবে বি টি আৰ প্ৰধান প্ৰমোদ বড়োক আহ্বান জনায় ।ass

কে এল অ’ ৰ অধ্যক্ষ জীৱন সিংহৰ লগতে কে এল অ’ৰ সকলো গোটৰ লগত শান্তি আলোচনা কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায় কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ ৰায়ে । ইয়াৰ উপৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ উদ্দেশ্যে বহুধা বিভক্ত আক্ৰাছুৰ গোট সমুহক একত্ৰিত ভাবে আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ আক্ৰাছুৰ নেতৃবৃন্দক আহ্বান সাহিত্য সভাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

উল্লেখ্য যে নৱ গঠিত কোচ ৰাজবংশী লেখিকা সভাই “জাখলা’ নামৰ ৰাজবংশী ভাষাৰ এখন মুখপত্ৰ প্ৰকাশ কৰিব বুলি আজিৰ সংবাদ মেলত কোচ ৰাজবংশী লেখিকা সভাৰ সভানত্ৰী নিবেদিতা ৰায়ে প্ৰকাশ কৰে । উক্ত সংবাদ মেলত কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য সাংগঠনিক সম্পাদক অলকেশ চন্দ্ৰ ৰায়, কোচ ৰাজবংশী লেখিকা সভাৰ সাধাৰণ সম্পাদিকা সৌদা বৰ্মনকে ধৰি লেখিকা সভাৰ নেতৃবৃন্দ উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Koch Rajbongshi Sahitya SabhaKokrajharPressmeet
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d