Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Akrsu Pressmeet:ভণ্ড নেতাৰ পৰা সাৱধান, বিবেক ভোটৰ আহ্বান আক্ৰাছুৰ

publisher by publisher
April 19, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Akrsu Pressmeet:ভণ্ড নেতাৰ পৰা সাৱধান, বিবেক ভোটৰ আহ্বান আক্ৰাছুৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

NHAI opens Telipara toll gate :পুনৰ জনতাক ৰামটাঙোন !

Young Sericulture Scientist Award presented to young scientist Tamal Das:ভাওঁৰাগুৰীৰ যুৱ বৈজ্ঞানিক তমাল দাসলৈ ইয়ং ছেৰিকালচাৰেল ছাইনটিষ্ট এৱাৰ্ড প্ৰদান

Akrsu Pressmeet:

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনসহ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ প্রতিশ্রুতি দি নির্বাচনী বৈতৰণী পাৰ হোৱা বিজেপিয়ে সমস্যা সমাধানৰ নামত অনুষ্ঠিত কৰা আলোচনাক নাটক আখ্যা দিছে আক্রাছুৱে।

ADVERTISEMENT

গোসাইগাঁও প্রেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ সম্পাদক সুনাধৰ ৰায়ে কয় যে বিগত ২০১৪ৰ নির্বাচনত প্রধানমন্ত্রী স্বয়ং নৰেন্দ্র মোদীয়ে কোচ বাজবংশী জনগোষ্ঠীক দিয়া প্রতিশ্রুতি ১০ বছৰে কার্যকৰী নকৰাত বিজেপি চৰকাৰৰ এই প্রতিশ্রুতিক মিথ্যাচাৰ আৰু নাটক বুলি অভিহিত কৰি আক্ৰাছুৱে কোচ ৰাজবংশী জনগোষ্ঠীলৈ মুকলি আহ্বান জনাইছে। সংবাদমেলত সাধাৰণ সম্পাদক ৰায়ে কয়, ‘নির্বাচন আহিলেই বিজেপিয়ে কোচ ৰাজবংশী জনগোষ্ঠীক ভোটৰ লালসাত ভুৱা প্রতিশ্রুতি আৰু আশ্বাস দি আছে।

অসমৰ বৃহৎ জনগোষ্ঠীৰ যি মূল সমস্যা, সেই সমস্যা সমাধানৰ নামত চৰকাৰে বাৰে বাবে প্রতাৰণা কৰি আহিছে। কোছ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিয়ে কোচ ৰাজবংশীসকলক বিভিন্ন গোটত বহুধা বিভক্ত কৰি ৰাজনৈতিক সুবিধা আদায় কৰিবলৈ নিকৃষ্টতম পন্থা অবলম্বন কৰিছে।

প্রতিবাৰে নির্বাচনৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠীক ৰামঠগন দিয়ান পৰিপ্রেক্ষিতত এইবাৰ নির্বাচনৰ পূর্বেই চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছিল, কিন্তু কোছ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰৰ তিলমানো সদিচ্ছা আৰু সহানুভূতি পৰিলক্ষিত নহ’ল।’

তেওঁ লগতে কয় যে বিগত সময়ত কংগ্রেছ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্রততৰণা কৰি অহাৰ দৰেই বিজেপি চৰকাবেও ক্ষমতাত বহিলেই ছমাহৰ ভিভবত সমস্যা সমাধান কৰিবলৈ প্রদান কৰা প্রতিশ্রুতি ভেকোভাওনাত পৰিণত হৈছে। যাৰ পৰিপ্রেক্ষিতত নির্বাচনৰ পূর্বে কংগ্রেছ আৰু বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল, কিন্তু কোনো এটা দলেই কোছ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ সদিচ্ছা প্রকাশ কৰা দেখা নগ’ল।

ইমানৰ পাছতো কোচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ ভণ্ড নেতাই তলে তলে বিজেপিৰ পৰা শকত ধনৰ টোপোলা লৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভেটি বিক্রী কৰিবলৈ বিভিন্ন অঞ্চলত প্রচাৰ চলাই গৈছে বুলি ৰায়ে কয়। তেওঁ কয়, ‘কোচ ৰাজবংশী জনগোষ্ঠীৰ তথাকথিত ছদ্মবেশী নেতাসকলে কোচ ৰাজবংশী জনগোষ্ঠীক বিজেপিৰ ওচৰত বন্ধকত থৈ ভোট বিক্রীৰ ঠিকা লোৱাসকলৰ পৰা সাৱধানে থাকিব লাগিব কোচ ৰাজবংশী জনগোষ্ঠীটোৱে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Akrsu PressmeetGen Secy Sunadhar RayGoshaigaon
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d