Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

NFSU Guwahati Campus:ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন

শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰত ভাৰ্ছুৱেলী স্থাপন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

publisher by publisher
May 25, 2023
in Uncategorized
Reading Time: 2 mins read
0
NFSU Guwahati Campus:ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Batadrava Project:৬০ হাজাৰ ভকত-বৈষ্ণৱৰ সমাৱেশত গৃহমন্ত্রী অমিত শ্বাহে মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্র

Batadova :ক্ষন্তেক পাছতে আজি উদ্বোধন হ’ব বটদ্ৰৱা প্ৰকল্পৰ আৰ্বিভাৱ ক্ষেত্ৰ

Lok Kalyan Diwas: ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত লোকপ্রিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস উদযাপন

NFSU Guwahati Campus:

বৃহস্পতিবাৰে মহানগৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

ADVERTISEMENT

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গৃহমন্ত্ৰী গৰাকীয়ে ভাৰ্ছুৱেলী আধাৰ শিলা স্থাপন কৰা ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদ স্থায়ীভাৱে প্ৰায় ৩০০ কোটি ব্যয়ৰে ৫০ একৰ ভূমিত নিৰ্মাণ হ’ব উত্তৰ গুৱাহাটীৰ চাংসাৰি মলঙত ৷

kalakhetra 2উল্লেখ্য যে,মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,আধাৰশিলা স্থাপন হোৱা ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ে অঞ্চলটোত অপৰাধীক অভিযুক্ত কৰাৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাপে বিবেচিত হ’ব ৷ বিশ্ববিদ্যালয় খনত বিভিন্ন বিভাগত ২০০০ খন আসন শিক্ষাৰ্থী বাবে মুকলি থাকিব ৷

সদ্যহতে গুৱাহাটী চৌহদ স্থায়ীভাৱে নিৰ্মাণ হৈ নুঠালৈকে পাঠ্যক্ৰম সমূহ অস্থায়ীভাৱে আৰম্ভ হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদৰ পৰা ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে চাংসাৰিৰ মলঙত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব ২০২৬ ৰ মাজভাগত ৷

উল্লেখ্য যে,এই সভাতে অসম ‘আৰক্ষী সেৱা সেতু‘এপ মুকলি কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ মনকৰিবলগীয়া যে,এই এপ মুকলি হোৱাৰ পাছতে অসম আৰক্ষীৰ এই এপৰ জৰিয়তে দিব পাৰিব এজাহাৰ। ঘৰতে বহি গুৰুত্বৰ অপৰাধৰ এজাহাৰ দিব পাৰিব ৷আনহাতে এই পৰ্টেলৰ জৰিয়তে ২৬টা সেৱা উপলব্ধ হ’ব।

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে কয়,আজি গুৱাহাটীত আধাৰশিলা স্থাপন হোৱা ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদে উত্তৰ পূৰ্বাঞ্চল শিক্ষাৰ্থী সকলে দিল্লী বা দেশৰ আন স্থানলৈ নোযোৱাকৈয়ে ফৰেনছিক বিজ্ঞানৰ পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় ৷

পৰৱৰ্তী সময়ত শিক্ষাৰ্থী সকল এজন সফল ফৰেনছিক বিশেষজ্ঞ হৈ উঠিব বুলি উল্লেখ কৰে ৷ আনহাতে এই বিশ্ববিদ্যালয় খনত উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া দেশৰ লগতে নেপালৰ শিক্ষাৰ্থীয়ে পঢ়াৰ সুবিধা লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে ৷ ফৰেনছিক বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদ দেশৰ এঘাৰ সংখ্যক চৌহদ বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ৷

গাম্ভীৰ্যপূৰ্ণ সভাখনত কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ কে’বাগৰাকী কেবিনেট মন্ত্ৰী সহ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জয়ন্ত ব্যাস উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: fOUNDATION STONE LAYING CEREMONYNFSU Guwahati CAMPUSSrimanta Sankaradeva KalakshetraUnion Home Minister Amit Shah
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d