Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Government has not fixed the wages according to the law:চৰকাৰে আইন অনুসৰি নিৰ্ধাৰণ কৰা নাই মজুৰি

কল্যাণমূলক আঁচনি ৰূপায়ণ-মজুৰি নিৰ্ধাৰণ-স্বাস্থ্য-শিক্ষা সকলো ক্ষেত্ৰতে শোচনীয় পৰিস্থিতিত জীৱন নির্বাহ চাহ শ্ৰমিকসকলৰ

publisher by publisher
September 5, 2024
in Uncategorized
Reading Time: 5 mins read
0
Government has not fixed the wages according to the law:চৰকাৰে আইন অনুসৰি নিৰ্ধাৰণ কৰা নাই মজুৰি
2
SHARES
21
VIEWS
ShareShareShareShare

Government has not fixed the wages according to the law:

ৰাজ্যৰ ৰাজনীতিত চাহ শ্রমিকসকলক লৈ দশকৰ পাছত দশক ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মাজত টনা- আঁজোৰা অব্যাহত আছে। অসমৰ অৰ্থনীতি, সমাজ-সংস্কৃতি জীৱনলৈ প্রভূত বৰঙণি আগবঢ়োৱা এইসকল চাহ শ্রমিকৰ মজুৰি দুর্ভাগ্যজনকভাবে আজিও উপযুক্ত পৰিমাণৰ নিৰ্ধাৰণ কৰা নহ’ল, যাৰ জৰিয়তে এটা পৰিয়ালে সুস্থ জীৱন যাপন কৰিব পাৰে। বিভিন্ন ব্যক্তিগত কোম্পানীৰ মালিকানাধীন তথা অসম চৰকাৰৰ দ্বাৰাও পৰিচালিত চাহ বাগিচাসমূহৰ আজিৰ বজাৰ দৰৰ তুলনাত অতি সামান্য।

ADVERTISEMENT

চাহ বাগিচাসমূহত শ্রমিক আইন ৰূপায়ণ আৰু শ্রমিক কল্যাণৰ ব্যৱস্থাৱলী বলবৎ কৰাৰ ক্ষেত্ৰত থকা বঞ্চনাৰ কাহিনীৰ বিশেষ সালসলনি বিগত দশকসমূহত ঘটা নাই। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণৰ ক্ষেত্ৰত আছে বহু কোটি, আছে ব্যর্থতাৰ অভিযোগ। এনে এক গভীৰ উদ্বেগৰ ছবিয়ে শেহতীয়া কেগ (মহাগাণনিক)ৰ প্ৰতিবেদনত প্রতিফলিত হৈছে।

RelatedPosts

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

ন্যূনতম মজুৰি আইন, ১৯৪৮ৰ জৰিয়তে সংশ্লিষ্ট চৰকাৰে দক্ষ আৰু অদক্ষ শ্রমিকসকলৰ মজুৰি দিব লাগে। ন্যূনতম মজুৰি হাৰতকৈ কম পৰিমাণৰ মজুৰি আদায় বলপূর্বক শ্ৰমৰ সমান হয়। কেগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এই আইনৰ অধীনত শ্রমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণত চৰকাৰৰ হস্তক্ষেপ যথেষ্ট নহয়। শ্ৰমিকসকলৰ জীৱনৰ মান উন্নয়নৰ প্রচেষ্টাও যথোপযুক্ত নহয় বুলি কেগৰ প্ৰতিবেদনত কোৱা হৈছে। আইনৰ ধাৰা-তিনি অনুসৰি চৰকাৰে এই শ্ৰমিকসকলৰ মজুৰিৰ হাৰ নিৰ্ধাৰণ কৰিব লাগে। কেগে চাহ শ্রমিকসকলৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ণৰ মান নির্ধাৰণৰ বাবে পাৰদৰ্শিতাৰ হিচাপ পৰীক্ষণ সম্পন্ন কবে।

চাহ শ্রমিকসকলৰ শোচনীয় আর্থ-সামাজিক, স্বাস্থ্য আৰু শিক্ষাৰ অনগ্ৰসৰতাৰ বাবে এই হিচাপ পৰীক্ষণ কৰা হয়। ২০১৫-১৬ৰ পৰা ২০১৯-২০লৈ কেগে এই হিচাপ পৰীক্ষণ কৰে। কাছাৰ, ডিব্ৰুগড়, নগাঁও আৰু শোণিতপুৰ এই চাৰিটা মণ্ডলত হিচাপ পৰীক্ষণ কৰা হয়। পূব অসম, পশ্চিম অসম আৰু বৰাক উপত্যকা সামৰি এই হিচাপ পৰীক্ষণ কৰা হয়। চাৰিটা মণ্ডলত থকা মুঠ ৩৯০খন চাহ বাগিচাৰ ভিতৰত ১০ শতাংশ অর্থাৎ ৪০খন চাহ বাগিচাত চলোৱা হিচাপ পৰীক্ষণত দেখা গ’ল যে নিম্ন আয় আৰু শিক্ষাৰ অনগ্রসবতা ৰাজ্যখনৰ চাহ শ্রমিকসকলৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত বৃহৎ প্রতিবন্ধক হৈ দেখা দিছে।

কেগে প্রতিবেদনত উল্লেখ কৰা অনুসৰি, চাহ বাগিচাৰ আকাৰ আৰু নিয়োজিত শ্রমিকৰ ওপৰত নিৰ্ভব কবি হিচাপ পৰীক্ষণৰ বাবে বাগিচাসমূহ নির্ধাৰণ কৰা হৈছে। এই পৰীক্ষণকালত তথ্যপাতিৰ পুনৰীক্ষণৰ উপৰি নিৰ্ধাৰিত বাগিচাসমূহৰ ৫৯০জন শ্রমিকৰ সাক্ষাৎকাৰো গ্ৰহণ কৰা হয়। উল্লেখ্য যে চাহ শ্রমিক কল্যাণ বিভাগৰ সঞ্চালকে মহকুমা পৰ্যায়ৰ শ্রমিক কল্যাণ বিষয়াসকলৰ জৰিয়তে জিলা আৰু মহকুমা পর্যায়ত কল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ কৰে।

কেগে উল্লেখ কৰে যে পৰীক্ষণকালত বিভাগীয় সঞ্চালকে ৰূপায়ণ কৰা ১০খন আঁচনিৰো পৰীক্ষা কৰা হৈছে। কেগে কয় যে পৰীক্ষণকালত লাভ কৰা তথ্য অনুসৰি অসমৰ চাহ শ্রমিকসকল শোচনীয় সামাজিক আৰু অর্থনৈতিক অৱস্থাৰ মাজত বাস কৰি আছে। তেওঁলোকৰ নিম্ন আয় আৰু শিক্ষাৰ অভাৱেই এইসকল শ্রমিকৰ সামগ্রিক বিকাশৰ ক্ষেত্ৰত বৃহৎ প্রতিবন্ধক হৈ থিয় দিছে। চাহ শ্রমিক কল্যাণ বিভাগে এনে বিষয়সমূহৰ স’তে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে যদিও তেওঁলোকৰ হাতত নাই কোনো আর্থ-সামাজিক পৰিসংখ্যা। তদুপৰি জধে-মধে পদক্ষেপ গ্রহণ কৰিছে বিভাগে।

ইয়াৰ ফলত চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে গ্রহণ কৰা আঁচনিসমূহে তেওঁলোকৰ জীৱনৰ মান উন্নয়নৰ ক্ষেত্ৰত কোনো লক্ষ্যণীয় পদক্ষেপ গ্রহণ কৰিব পৰা নাই। আনকি বহু শ্রমিকে এই বিভাগৰ অস্তিত্ব আৰু তেওঁলোকৰ প্ৰতি বিভাগৰ কৰণীয় সম্পর্কে সামান্যও অবগত নহয়। কেগে কয় যে চাহ শ্রমিকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ প্ৰভাৱ সম্পর্কে কোনো ধৰণৰ মূল্যায়ন কৰা নহয়। তদুপৰি আভ্যন্তৰীণ নিয়ন্ত্ৰণ আৰু পুনৰীক্ষণৰ অভাৱ আছে। সামগ্রিকভাবে চাহ শ্রমিকৰ জীৱনৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত আছে বহু ত্রুটি। যাৰ ফলত কোনো লক্ষ্যণীয় পৰিৱর্তন সাধন হোৱা নাই।

কেগে কয় যে চাহ শ্রমিক আইন-১৯৫১ আৰু ন্যূনতম মজুৰি আইন-১৯৪৮ চাহ বাগিচাসমূহত ৰূপায়ণৰ ক্ষেত্ৰত আছে বহু ত্রুটি। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কেগে উদ্ধাৰ কৰে যে অসমৰ চাহ বাগিচাত হাস্পতাল নাই আৰু যিসমূহত আছে,সেইসমূহ আন্তঃগাঁথনি আৰু কৰ্মচাৰীৰ অভাৱত কক্‌বকাই আছে। শিক্ষা খণ্ডতো এই কেগৰ পৰীক্ষণত উদ্ধাৰ হোৱা তথ্য অনুসৰি অপর্যাপ্ত আন্তঃগাঁথনি, শিক্ষকৰ অভাৱ তথা চাহ বাগিচা পৰিচালিত (টিজিএম) বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া ইউনিফর্মৰ অভাৱ অত্যন্ত গুৰুতৰ বিষয়। যাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত বিৰূপ প্ৰভাৱ পৰিছে। দিনক দিনে ছাত্র-ছাত্রীৰ নামভৰ্তিৰ প্ৰৱণতা নিম্নগামী হৈছে।

তদুপৰি শ্রমিকসকলৰ আৱাসগৃহসমূহৰ অৱস্থাও তথৈবচ। অতি শোচনীয় অৱস্থা এই ঘৰবোৰৰ। তেওঁলোকৰ নাই উপযুক্ত খোৱাপানীৰ ব্যবস্থা। শ্রমিক গৃহ-লাইনসমূহত খোৱাপানীৰ অভাব, অনাময় ব্যবস্থা আৰু অন্যান্য সা-সুবিধাৰ অভাৱ এই পৰীক্ষণকালত কেগৰ দৃষ্টিগোচৰ হয়। তদুপৰি শ্ৰমিকসকলৰ বাবে কামলৈ যোৱাৰ সময়ত সপ্তান লালন-পালনৰ বাবে থাকিবলগীয়া গৃহৰ অভাৱ, নাই কেন্টিন অথবা অন্যান্য আমোদ- শ্ৰমিকসকলৰ মজুৰি ইপিনে, ন্যূনতম মজুৰি আইন ৰূপায়ণৰ ক্ষেত্ৰত চাহ শ্রমিকসকলৰ বাবে ন্যূনতম মজুৰি নির্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ পর্যাপ্ত নহয়।

কর্তৃত্ববিহীনভাবে চাহ বাগিচাসমূহত শ্রমিকক ধনৰ বিকল্প অন্যান্য সা-সুবিধাৰ জৰিয়তে মজুৰিৰ এটা অংশ আদায়ৰ ব্যৱস্থা অব্যাহত আছে। তদুপৰি এনে সা-সামগ্রী শ্রমিকক দিয়াৰ বিপৰীতে ইয়াৰ নগদ ধনৰ মূল্য কিমান হ’ব, সেই কথা নিশ্চিত কৰাৰো কোনো ব্যৱস্থা নাই। বহু ক্ষেত্রত দেখা গৈছে যে চুক্তি অনুসৰি বাগিচা মালিক সন্থাই মজুৰি আদায় নিদি কমকৈ মজুৰি আদায় দিয়ে।

ইয়াৰ উপৰি কিছুমান বাগিচাত শ্ৰমিকৰ বাবে ৰছদ আৰু খৰিও নাই। কেগে কয় যে সামগ্রিকভাবে বাগিচাসমূহত শ্রমিক আইন আৰু শ্রমিক কল্যাণৰ ব্যৱস্থাৱলী ৰূপায়ণৰ ক্ষেত্ৰত বহু ত্রুটি আছে। কেগে বিভিন্ন ক্ষেত্রত উদ্বেগ ব্যক্তও কৰে। মন কৰিবলগীয়া যে যোৱা ২০১৫-১৬ৰ পৰা ২০২০-২১লৈ চাহ শ্রমিক কল্যাণ বিভাগৰ সঞ্চালকে ১৮৭খন আঁচনি ৰূপায়ণ কৰে আৰু ইয়াৰ বিনিময়ত বাজেট আছিল ৬০০.১৯ কোটি।

অথচ বাস্তৱ ক্ষেত্রত মাত্র ৮২খন আঁচনিহে ৰূপায়ণ কৰা হয়, যাৰ বিনিময়ত ব্যয় হোৱা ধনৰ পৰিমাণ হৈছে ২০২.৬৫ কোটি আৰু বাজেট আৱণ্টিত ধনৰ পৰিমাণ হৈছে ৩৬৫.৬০ কোটি। ২০১৫-১৬ আৰু ২০০৯-২০ বৰ্ষৰ ভিতৰত কেগে পৰীক্ষা কৰা ১০খন আঁচনিৰ ভিতৰত আছিল ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি, যক্ষ্মা আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বিত্তীয় অনুদান, পিকআপ ভানৰ দৰে বাহন আদি ক্রয়। এইসমূহ আঁচনি ৰূপায়ণ কৰিব পৰা নগ’ল আৰু এই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ অপাৰগতা প্ৰকাশৰ মূল কাৰণ হৈছে হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰাত ব্যৰ্থতা।

যাৰ ফলত বাজেট নিৰ্ধাৰিত ৯৬.৪৪ কোটি টকা ব্যয় নোহোৱাকৈ পৰি ব’ল। ইপিনে, ২০১৫-১৬ আৰু ২০১৯-২০ বর্ষৰ ভিতৰত অসম চৰকাৰৰ বাজেট বক্তৃতাত ঘোষণা কৰা ? কৰা হৈছিল চাহ শ্রমিক কল্যাণৰ বাবে ৪৪খন আঁচনি। ইয়াৰ ভিতৰত ২৫খন আঁচনি ৰূপায়ণৰ দায়িত্ব আছিল চাহ শ্রমিক কল্যাণ বিভাগৰ। এই ২৫খনৰ ভিতৰত নখন পুঁজি লাভ নকৰাৰ ফলত ৰূপায়ণ কৰিব পৰা নগ’ল। তদুপৰি ৰূপায়িত হোৱা অন্যান্য আঁচনিসমূহতো কেগে উদ্ধাৰ কৰিলে বৃহৎ বিসংগতি। অতি দুর্ভাগ্যজনক বিষয়টো হৈছে যে চাহ জনগোষ্ঠীৰ বাবে থকা এইসমূহ আঁচনি ৰূপায়ণৰ সন্দৰ্ভত। চাহ শ্রমিকৰ অজ্ঞতা।

ইয়াৰ মূল কাৰণ হৈছে শিক্ষাৰ অনগ্ৰসৰতা। কেগে কয় যে অতি উদ্বেগজনকভাৱে চাহ শ্ৰমিকৰ শিক্ষাৰ মান অতিশয় নিম্ন। মাত্র ৪১ শতাংশ শ্রমিকহে শিক্ষিত। এতিয়া প্রশ্ন হয় যে দীর্ঘদিন ধৰি চাহ শ্রমিকক ভোটৰ আহিলাৰূপে ব্যৱহাৰ কৰা বুলি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে থকা চর্চা দৰাচলতে বাস্তৱ নেকি ? কেগৰ প্ৰতিবেদনে ৰাজ্য চৰকাৰকে ধৰি চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি অহা বুলি দাবী কৰা বিভিন্ন দল-সংগঠনৰ চকু মেল খুৱাবনে ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtOthers CompaniesTea WorkersWages Havenot Been FixedWages Of Workers
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d