Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hit and run incidents: Wife of a Senior journalist was Arrested by Panbazar police:মহানগৰীৰ দীঘলীপুখুৰী হিট এণ্ড ৰাণৰ ঘটনা

জ্যেষ্ঠ সাংবাদিকৰ শিক্ষয়িত্ৰী পত্নীক গ্ৰেপ্তাৰ পানবজাৰ আৰক্ষীৰ, গ্ৰেপ্তাৰ কটন কলেজিয়েটৰ শিক্ষয়িত্ৰী প্ৰিয়ংকা তামুলী ফুকন, শিক্ষয়িত্ৰী গৰাকীৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছিল সৰুপেটাৰ ভাৰ্গৱজ্যোতি নামৰ প্ৰতিভাৱান খেলৱৈ জন, পানবজাৰৰ আৰক্ষীৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ প্ৰিয়ংকা ফুকনক

publisher by publisher
July 3, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Hit and run incidents: Wife of a Senior journalist was Arrested by Panbazar police:মহানগৰীৰ দীঘলীপুখুৰী হিট এণ্ড ৰাণৰ ঘটনা
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

Heroin Seized in Panbazar:মহানগৰীৰ পানবজাৰ আৰক্ষীৰ জালত হে’ৰইন সহ সৰবৰাহকাৰী

Roi Roi Binale:ৰৈ ৰৈ বিনালে” পাইৰেচী কৰি পানবজাৰ আৰক্ষী জালত লক্ষীপুৰৰ ৰফিকুল ইছলাম

Hit and Run Incidents: Wife of a Senior Journalist was Arrested by Panbazar Police:

মহানগৰীৰত পুনৰ সংঘটিত আন এক ‘হিট এণ্ড ৰাণ‘ৰ ঘটনা। জ্যেষ্ঠ সাংবাদিকৰ শিক্ষয়িত্ৰী পত্নীক গ্ৰেপ্তাৰ পানবজাৰ আৰক্ষীৰ ৷ গ্ৰেপ্তাৰ কটন কলেজিয়েটৰ শিক্ষয়িত্ৰী প্ৰিয়ংকা তামুলী ফুকন ৷ শিক্ষয়িত্ৰী গৰাকীৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছিল সৰুপেটাৰ ভাৰ্গৱজ্যোতি নামৰ প্ৰতিভাৱান খেলৱৈ জন ৷

ADVERTISEMENT

পানবজাৰৰ আৰক্ষীয়ে শিক্ষয়িত্ৰী গৰাকীক থানাত হাজিৰ হ’বলৈ তলৱ কৰিছিল ৷ সেই অনুসৰি আজি দিনৰ ভাগত শিক্ষয়িত্ৰী প্ৰিয়ংকা তামুলী ফুকন থানাত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে প্ৰিয়ংকা ফুকনক ৷

উল্লেখ্য যে,যোৱা ২৯ জুনৰ পুৱা সংঘটিত এই ঘটনা আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ পাছতে কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষত্ৰিয়ী গৰাকীৰ বিৰুদ্ধে গোচৰ কৰিছিল পাণবজাৰ আৰক্ষীয়ে। মনকৰিবলগীয়া যে শিক্ষয়িত্রী প্রিয়ংকা তামূলী ফুকনৰ বাহনৰ মৃত্যু হৈছিল বজালীৰ সৰুপেটাৰ গোমূৰা গাঁৱৰ ভাৰ্গৱজ্যোতি (৩০)ৰ। ২৯ জুনৰ পুৱা মহানগৰীৰ সন্দিকৈ মহাবিদ্যালয়ৰ সমীপত সংঘটিত এক পথ দুর্ঘটনাত থিতাতে হেৰুৱাইছিল যুৱকজনে। নিহত যুৱকজন সুদক্ষ কাৰাটে আৰু এটা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী আছিল।

ৰাজপথত পৰি থকা অৱস্থাত স্থানীয় যুৱকজনক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল। আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাৰ ফলতে যুৱকজনৰ হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল যদিও দুর্ঘটনাটো কোনে সংঘটিত হ’ল সেয়া নিশ্চিত কৰিব পৰা নাছিল। কোনোৱে যুৱকজনে ডিভাইডাৰত খুন্দা ফলতে এই দুর্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছিল যদিও বাহনে এখনে মহতিয়াই নিয়াৰ ফলত দুর্ঘটনাটো সংঘটিত হোৱা তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহে।

পাণবজাৰৰ যান-বাহন আৰক্ষীয়ে সদৰী কৰা অনুসৰি, দুর্ঘটনা সংঘটিত হোৱাৰ দিনা ঘটনস্থলীৰ পৰা এখন ক’লা ৰঙৰ বাহন সম্মুখৰ এটা ভঙা অংশ উদ্ধাৰ কৰিছিল। আৰক্ষী নিশ্চিত হৈছিল যে যুৱকজনৰ স্কুটীখনত কলা ৰঙৰ এখন বাহনে প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে দুর্ঘটনাটো সংঘটিত হৈছিল আৰু দুর্ঘটনা সংঘটিত কৰি বাহনখনে পলায়ন কৰিছিল। শেষত আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা এএছ-০১ বি ৱাই-০০৪৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বাহনখনৰ গৰাকী গুৱাহাটীৰ এজন জ্যেষ্ঠ সাংবাদিকৰ পত্নী হোৱাৰ উপৰি কটন কলেজিয়েটৰ শিক্ষয়িত্রী প্রিয়ংকা তামুলী ফুকন বুলি আৰক্ষী নিশ্চিত হয়৷

পাণবজাৰ আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ১৫৫/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি অৱশেষত আজি গ্ৰেপ্তাৰ কৰে কটন কলেজিয়েটৰ শিক্ষয়িত্রী প্রিয়ংকা তামুলী ফুকনক ৷ উল্লেখ্য যে মৃত যুৱকজন অৱসৰপ্ৰাপ্ত বন বিভাগৰ কৰ্মচাৰী তথা সমাজকর্মী দশৰথ বৰ্মন আৰু বিজুলী বৰ্মনৰ পুত্ৰ আছিল। সাত মাহৰ পূৰ্বে তেওঁ বাংলীপাৰা গাঁৱৰ প্ৰিয়ংকা কলিতাৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, পত্নীৰ লগতে এগৰাকীকৈ ভ্রাতৃ আৰু ভগ্নীক ইহসংসাৰত এৰি গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hit and Run IncidentsPanbazar PoliceSenior Journalis Wife Arrested
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d