Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Less than 50 Per Cent of Paddy Procurement in Assam: ৰাজ্যত ৫০ শতাংশও নহ’ল ধান ক্রয়

লক্ষ্য হ্রাস কৰিও ৰাজ্যত ব্যর্থ ধান ক্রয় আঁচনি, ন্যূনতম সমর্থিত মূল্য বৃদ্ধিৰেও কৃষককমধ্যভোগীৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে চৰকাৰে, ফাইলতে আবদ্ধ আঁচনি

publisher by publisher
June 14, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Less than 50 Per Cent of Paddy Procurement in Assam: ৰাজ্যত ৫০ শতাংশও নহ’ল ধান ক্রয়
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Less than 50 Per Cent of Paddy Procurement in Assam:

পৰিকল্পনাহীন চৰকাৰী ব্যৱস্থাৰ পৰিণতিত ৰাজ্যত ব্যৰ্থ হৈছে ইখনৰ পাছত সিখন অভিলাষী আঁচনি। অসমত তেনে আঁচনিৰ তালিকাত এইবাবো সংযোজিত হোৱাটো নিশ্চিত হৈছে চৰকাৰী সংস্থাৰ জৰিয়তে ন্যৃততম সমর্থিত মূল্যত কৃষকৰ পৰাধান ক্রয় ব্যৱস্থা। অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনস্থ খাদ্য আৰু অসামাৰক যোগান নিগমৰ তত্ত্বাবধানত চলা আাঁচনিখন ৰাজ্যত ৰূপায়ণ কৰাৰে পৰা চুড়ান্তভাৱে ব্যৰ্থ হৈ আহিছে। ইয়াৰ পৰিপ্রেক্ষিতত ধান ক্রয় সংস্থাৰ সংখ্যা পূর্বৰ ছটাৰ পৰা এইবাৰ চাৰিটালে হ্রাস কৰা হয়।

ADVERTISEMENT

আনকি ক্রয় কৰিবলগীয়া ধানৰ পৰামাণো হ্রাস কৰা হয়। ইয়াৰ বিপৰীতে এইবাৰ প্রতি কুইন্টল ধানৰ ন্যূনতম সমর্থিত মূল্যও বৃদ্ধি কৰা হয় ৷ তৎসত্বেও এইবাৰো আঁচনিখন ব্যর্থ হোৱাটোৱে ইতিমধ্যে স্পষ্ট হৈ পৰিছে। অথচ চৰকাৰীভাবে কৃষকৰ সকাহ দিয়াৰ বিষয়ে বিভিন্ন দাবী কৰি অহা হৈছে।

যোৱা পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ কৰা ধান ক্রয় প্রক্রিয়াটো অহা ৩০ জুনত সমাপ্ত হ’ব। মাজত ১৬ দিনহে আছে যদিও এই পর্যন্ত ক্রয় কৰা ধানৰ হাৰ মাত্র ৪১ শতাংশ। ৰাজ্যৰ দুখীয়া কৃষকৰ মধ্যভোগীৰ নিৰ্যাতনব পৰা সকাহ দি অধিক লাভ আদায়ৰ সূযোগ দিয়া

তেনেদৰে পূৰ্বৰ ১০ লাখ মেট্রিক টনৰ পৰা এইবাৰ ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ চাৰে ছয় লাখ মেট্রিক টনলৈ হ্রাস কৰা হয়; কিন্তু এয়া স্পষ্ট হৈছে যে এইবাৰৰ ব্যৰ্থতাও পূৰ্বৰ তুলনাত কম নহ’ব। এই পর্যন্ত ৫০ শতাংশও ধান ক্রয় নোহোৱা সন্দৰ্ভত খাদ্য আৰু অসামৰিক যোগান নিগমৰ সূত্ৰই সদৰী কৰে যে দায়বদ্ধহীন পৰিকল্পনা ব্যৱস্থাৰ বাবেই এই অৱস্থাৰ সৃষ্টি হৈছে। কৃষকক আকৰ্ষণৰ বাবে ন্যূনতম সমর্থিত মূল্য বৃদ্ধি কৰাতেই সকলো শেষ নহয়।

ধান বিক্ৰীৰ বাবে কৃষকক কি কি সুবিধা কৰি দিয়া হৈছে সেইটোও অন্যতম মূল বিষয়। চৰকাৰৰ দায়বদ্ধহীন ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰি সূত্ৰটোৱে কয় যে যদিও এইবাৰৰ খাৰিফ শস্যৰ বতৰত কৃষকৰ পৰা ধান ক্ৰয়ৰ সময় যোৱা পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ হয়, ইয়াৰ জাননী জাৰি কৰা হয় জানুৱাৰীতহে। গতিকে কৃষকে জানুৱাৰীৰ মাজ ভাগৰ পৰাহে ধান বিক্ৰী কৰিবলৈ সক্ষম হয়।

আকৌ ধান বিক্ৰী কৰিবলৈ কৃষকক যি ধৰণৰ ব্যৱস্থা কৰি দিয়া হৈছে, সেই অনুসৰি কৃষকে চৰকাৰৰ পৰিৱৰ্তে মধ্যভোগীৰ হাততে ধান বিক্ৰী কৰিবলৈ অধিক আগ্রহ প্রকাশ কৰে। মধ্যভোগীয়ে প্রায়ে কৃষকৰ ঘৰৰ পৰাই ধান ক্রয় কৰে। ধানৰ গুণাগুণৰ ক্ষেত্ৰতো মধ্যভোগীয়ে নিজে দায়িত্ব লৈ বহু সময়ত আপোচ কৰে। ইয়াৰ বিপৰীতে চৰকাৰী সংস্থাৰ ওচৰত বিক্ৰী কৰিব লাগিলে ধানবোৰ এক নির্দিষ্ট মানলৈ শুকুৱাই কৃষকে যথেষ্ট দূৰে দূৰে স্থাপন কৰা বিক্ৰী কেন্দ্ৰলৈ নিজে নিব লাগে।

ইয়াৰ ফলত পৰিবহণ ব্যয় বাঢ়ি যায়। ধানবোৰ শুকুওৱাত সামান্য ইফাল-সিফাল হ’লেই কেন্দ্ৰবোৰত ক্ৰয় কৰা নহয়। ফলত বিক্ৰী নহ’লে আকৌ ঘূৰাই নিব লাগে। যিহেতু কেন্দ্রবোৰ যথেষ্ট দূৰে দূৰে স্থাপন কৰা হৈছে, তেনে ক্ষেত্রত দ্বিতীয়বাৰ ধানবোৰ বিক্ৰী কেন্দ্ৰলৈ নিবলৈ অধিকাংশ কৃষক আগ্রহী নহয়। গতিকে হাতৰ ওচৰতে পোৱাত তেওঁলোকে মধ্যভোগীৰ ওচৰতে ধান বিক্রী কৰিবলৈ বাধ্য হয়।

অথচ কৃষকক আকৰ্ষণৰ বাবেই প্রতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য এইবাৰ ২,১৮৩ টকালৈ বৃদ্ধি কৰা হয়। ২০২২-২৩ত এই পৰিমাণ আছিল ২,০৪০ টকা। এইবাৰ যি চাৰিটা সংস্থাক ধান ক্রয়ৰ দায়িত্ব দিয়া হৈছিল তাতো আন এক তথ্য পোহৰলৈ আহিছে। সেই অনুসৰি ধান ক্রয়ত এইবাৰ আটাইতকৈ ব্যর্থ হৈছে দুটা ৰাষ্ট্ৰীয় সংস্থা। ইয়াৰ ভিতৰত অন্যতম হ’ল ভাৰতীয় খাদ্য নিগম (এফচিআই)। অসমৰ কৃষকৰ পৰা ধান ক্রয়ক গুৰুত্ব নিদিয়াৰ অভিযোগ এফচিআইৰ বিৰুদ্ধে অৱশ্যে দীর্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে।

যোৱা তিনিটা বছৰৰ প্ৰতিবাৰতে লক্ষ্য নিৰ্ধাৰিত ধান ক্ৰয়ৰ পৰিমাণ আছিল ১০ লাখ মেট্রিক টনকৈ। কোনো ধৰণে এই লক্ষ্য স্পর্শ কৰাটো সম্ভৱ নহ’ল। এনে ব্যর্থতাৰ বাবেই ২০২৩-২৪ত ক্রয় সংস্থাৰ ছটাৰ পৰা চাৰিটালৈ হ্রাস কৰাৰ লগতে ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ নির্ধাৰণ কৰা হয় ৬,৫৩,৭০০ মেট্রিক টন। এই পর্যন্ত ইয়াৰে ২,৬৯,৭০৯ মেট্রিক টনহে ক্ৰয় কৰা হৈছে। সুত্রত প্রকাশ যে এতিয়া আৰু খেতিয়কে হোৰা-হোৰে ধান বিক্ৰীৰ কোনো পৰিৱেশ নাই।

বিক্ৰী কৰিবলৈ খেতিয়কৰ হাতত ধানো আৰু নাই। এতিয়া ৰাজ্যৰ কৃষক নিজৰ পথাৰত ব্যস্ত হৈছে। তথ্য অনুসৰি ভাৰতীয় খাদ্য নিগমৰ ধান ক্রয়ৰ লক্ষ্য আছিল ৭৬ হেজাৰ মেট্রিকটন। সংস্থাটোৱে এতিয়ালৈকে ইয়াৰে মাত্র ১০,০২০ মেট্রিকটনহে ক্রয় কৰিছে। আনটো ৰাষ্ট্ৰীয় সংস্থা নেছনেল এগ্রিকালচাৰেল কোঅপাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া (নাফেড) ব লক্ষ্য নির্ধাৰিত ধান ক্ৰয়ৰ পৰিমাণ আছিল ১,০৪,০০০ মেট্রিকটন।

ইয়াৰে এতিয়ালৈকে ক্রয় কৰা হৈছে মাত্র ২৪,৯১৮.৬৫ মেট্রিকটন। ইপিনে, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ক্রয় কৰিবলগীয়া ধানৰ পৰিমাণ আছিল ৪,৬৮,৭০০ মেট্রিকটন। ইয়াৰে এই পর্যন্ত ক্ৰয় কৰা হৈছে ২,৩১,৫৫১ মেট্রিকটন। তেনেদৰে অসম কৃষি বিপণন পৰিষদেও নিৰ্ধাৰিত লক্ষ্য অনুসৰি ধান ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই। গতিকে চাৰিটা সংস্থাই লক্ষ্য নির্ধাৰিত ৬,৫৩,৭০০ মেট্রিকটনৰ বিপৰীতে হাতত মাত্র ১৬ দিন থকা অৱস্থাত ক্ৰয় কৰিবলৈ সক্ষম হৈছে মাত্র ২,৬৯,৭০৯.২৬ মেট্রিকটন ধানহে। শতাংশ হিচাপত এই পৰিমাণ ৪১ শতাংশৰ সামান্য বেছি।

প্রসংগক্রমে উল্লেখ্য যে এইবাৰ ধান ক্ৰয়ৰ দায়িত্বৰ পৰা যি দুটা সংস্থাক বাদ দিয়া হৈছিল সেই দুটা হ’ল নেছনেল ফেডাৰেছন অৱ ফার্মাৰ্ছ প্রকিউৰমেন্ট প্রচেছিং এণ্ড বিটেইলিং কো-অপাৰেটিভ অৱ ইণ্ডিয়া লিমিটেড (এনএচিওএফ) আৰু নেছনেল কো-অপাৰেটিভ কঞ্জুমার্চ ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেড (এনচিচিএফ)। ছটা সংস্থাৰ বাবে ৰাজ্যজুৰি ধান ক্রয় কেন্দ্ৰ স্থাপন কৰা হৈছিল কমেও ২৭২ টা। চাৰিটা সংস্থাৰ বাবে এইবাৰ ৰাজ্যত ক্রয় কেন্দ্ৰ স্থাপন কৰা হয় ১৭০ টা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 50 Per CentAssam GovtPaddy Procurement
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d