Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Health : মুখৰ দুর্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ কোন কেইটা উপায় অৱলম্বন কৰিব !

publisher by publisher
October 16, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Health : মুখৰ দুর্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ কোন কেইটা উপায় অৱলম্বন কৰিব !
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Black Neck Remedy : ডিঙিত পৰা ক’লা দাগ নিৰ্মূল কৰাৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানিবলৈ পঢ়ক —

নিমৰ ৰসৰ স’তে সহজে ওজন হ্ৰাস কৰাৰ পাঁচটা উপায়

মুখৰ দুৰ্গন্ধ ? কোন কেইটা ফল নিয়মীয়াকৈ খালে মুক্তি পাব এই সমস্যাৰ পৰা ?

গাৰ ছাল হ‌ওক বা চুলি, হজমৰ সমস্যাৰ পৰা চৰ্দি-কাহ — গোটেই বছথ কম-বেছি পৰিমাণে অনেকে এইসমূহ নানা অসুখত ভোগে । অৱশ্যে এইবোৰ অসুখ নিয়ন্ত্ৰণত ৰাখিবলৈ ঔষধৰ লগতে সতর্কতাও অৱলম্বন কৰিব লাগিব । আয়ুর্বেদ শাস্ত্র মতে, এইসমূহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ নিম বেচ উপকাৰী ।

ADVERTISEMENT

যিদৰে নিমৰ জীৱাণুনাশক ক্ষমতা আছে, তেনেদৰেই ইয়াৰ এন্টি-অক্সিডেন্টে শৰীৰৰ প্ৰদূষিত পদার্থ দূৰ কৰি সুস্থ-সৱল কৰি ৰাখে । নিম পাত পিহি লগালে নানা অসুখ প্রতিহত হোৱাৰ লগতে, খালেও বহু অসুখ দূৰত থাকে । জানি ল‌ওক কেনেদৰে নিম আমাৰ দৈনন্দিন জীৱনৰ কামত আহিব পাৰে ।

নিমৰ ডাল : নিম গছৰ ডালতো এন্টিবেক্টেৰিয়েল গুণ থাকে । এতিয়াও গাঁৱত অনেকেই নিমৰ ডাল দাঁতুন হিচাপে ব্যৱহাৰ কৰে । মুখৰ দুর্গন্ধ দূৰ কৰিবলৈ, দাঁতৰ ফাঁকত জীৱাণু সংক্রমণ ৰোধ কৰিবলৈ, দাঁতৰ গুৰি শক্তিশালী কৰিবলৈ আৰু দাঁতৰ ফৰা হোৱা ৰক্তক্ষৰণ হ্ৰাস কৰিবলৈ নিম বেচ কার্যকৰী । তদুপৰি কৃমি হ’লে, জ্বৰ হ’লেও আয়ুর্বেদ শাস্ত্রত নিম ডালৰ ব্যৱহাৰ কৰা হয় ।

নিমৰ গুৰি : নিমপাত শুকান কৰি তাৰ গুৰি তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে । নিমৰ গুৰিৰ পানীয় বনাই খালে পেটৰ সমস্যা দূৰ হয় । শৰীৰৰ ৰোগ-প্রতিৰোধ ক্ষমতা বাঢ়ে । নিমত ‘এজাডাইৰেক্টিন’ আৰু ‘নিমবাইডিন’ নামক দুটা উপাদান থাকে । উকনি পৰা পৰিত্ৰাণ, ওফিৰ সমস্য আৰু মূৰৰ ছাল গুচাৰ সমস্যাৰ ক্ষেত্ৰত এই উপাদানবোৰ অতি কার্যকৰী । সেয়ে হেয়াৰ পেকতো এই গুৰি ব্যৱহাৰ কৰিব পাৰে ।

নিমপাত : বহু সময়ত কটা-ছিঙা ক্ষতস্থানত নিমপাতাৰ ৰস লগোৱা হয় । নিমৰ এন্টিবেক্টেৰিয়েল গুণে ক্ষত নিৰাময় কৰাত সাহায় কৰে । ছালত খৰ-খজুৱতি সংক্রমণো ৰোধ কৰে নিমে । ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ নিয়মিত নিমপাতাৰ স’তে কেঁচা হালধি পিহি খাব পাৰে । অৱশ্যে মিশ্রণত নিমপাততকৈ হালধিৰ পৰিমাণ যেন কম হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NeemRemedySmelly Mouth
publisher

publisher

Related Posts

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d