Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia-Ukraine War:যুদ্ধত গৃহহীন হৈছে ইউক্ৰেইনৰ অৰ্ধেকাংশতকৈও অধিক শিশু

publisher by publisher
March 27, 2022
in International
Reading Time: 1 min read
0
Russia-Ukraine War:যুদ্ধত গৃহহীন হৈছে ইউক্ৰেইনৰ অৰ্ধেকাংশতকৈও অধিক শিশু

img

2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

পোলেণ্ডৰ আকাশমাৰ্গত প্ৰৱেশ ৰাছিয়াৰ ড্ৰোন!সতৰ্কতা জাৰি,

ইউক্রেনত পুনৰ ক্ষেপণাস্ত্র আক্ৰমণ ৰাছিয়াৰ, মৃত অন্তত ১০

North Korea sends 10,000 troops to help Russia:ৰাছিয়াক সহায়ৰ বাবে ১০,০০০ সৈনিকক প্ৰেৰণ উত্তৰ কোৰিয়াৰ

ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাই থকাৰ এমাহৰো অধিক সময় হ’ল। যোৱা এমাহ ধৰি চলি থকা যুদ্ধত ভলোডিমিৰ জেলেনস্কি চৰকাৰে তেওঁলোকৰ দেশত হেজাৰ হেজাৰ নিৰীহ নাগৰিকৰ প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও, বিধ্বস্ত হৈছে ইউক্ৰেইনৰ শিশুসকলৰ জীৱন ।

ADVERTISEMENT

এতিয়ালৈকে দুয়োখন দেশৰ মাজত সংঘৰ্ষত কমেও ১৩৬ জন ইউক্ৰেইনৰ শিশু নিহত হৈছে। ৰাষ্ট্ৰসংঘৰ শিশু সংক্ৰান্ত সংগঠন ইউনিচেফে কালি এক প্ৰতিবেদনত জনাইছে যে ইউক্ৰেইনত এতিয়াও অৰ্ধেকাংশ শিশুয়ে গৃহহীন হৈ পৰিছে।

ইউনিচেফৰ তৰফৰ পৰা কেথেৰিন ৰাছেলে জনাইছে, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এইটো প্ৰথম কোনো দেশত ইমান কম সময়ৰ ভিতৰত ইমান সংখ্যক শিশু গৃহহীন হৈছে। ইউনিচেফৰ পৰিসংখ্যা অনুসৰি, ইউক্ৰেইনৰ মুঠ ৭৫লাখ শিশুৰ ভিতৰত, প্ৰায় ৪০লাখে এতিয়া গৃহহীন।

তেওঁলোকৰ ভিতৰত কিছুমানে আন কোনো দেশত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। আৰু ইয়াৰ বাকী খিনি চহৰ আৰু ঘৰ বাৰী এৰি ইউক্ৰেইনৰ আন কোনো প্ৰান্তত আছে । তেওঁলোকৰ কিছুমানৰ লগত মাতৃ থাকিলেও কিন্তু বেছিভাগৰ লগতে পিতৃ নাই। তেওঁলোকে যুদ্ধক্ষেত্ৰত যুঁজ দি আছে।

কেথেৰিনৰ ভাষাত, “এই পৰিস্থিতি স্বাভাৱিক হ’বলৈ কে’বাটাও প্ৰজন্ম লাগিব পাৰে। এই যুদ্ধপৰিস্থিতিত শিশুসকলৰ নিৰাপত্তা, অত্যাৱশ্যকীয় সকলোবোৰ বিপদত আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি, যুদ্ধত আহত হোৱাৰ পাছত এতিয়া ২০০ তকৈও অধিক শিশুক বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে উদ্বেগ প্ৰকাশ কৰিছে যে এই মুহূৰ্তত, শিশুসহ ইউক্ৰেইনৰ বেছিভাগ বাসিন্দাৰ সঠিক চিকিৎসা সেৱা প্ৰাপ্ত কৰা নাই। কিয়নো এম্বুলেন্সৰ পৰা চিকিৎসালয়লৈ – ৰাছিয়াৰ আক্ৰমণৰ পৰা কোনেও বাচিব নোৱাৰে। বহুতো চিকিৎসালয় ৰাছিয়ান সেনাৰ দ্বাৰা দখল কৰা হৈছে। তেওঁলোকৰ ওপৰত ৰোগীসকলক কবচ হিচাপে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

ইউনিচেফে লগতে জনাইছে, ৰাছিয়াই জনবসতিপূৰ্ণ এলেকা বা অসামৰিক লোকক লক্ষ্য নকৰাৰ প্ৰতিশ্ৰুতি পালন কৰা নাই, কিন্তু সমগ্ৰ ইউক্ৰেইনত ৫০০ তকৈও অধিক বিদ্যালয় বা শিক্ষানুষ্ঠানআক্ৰমণ কৰিছে। খাদ্য, ঔষধ বা অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে, সমগ্ৰ ইউক্ৰেইনত খোৱা পানীও হাহাকাৰ লাগিছে।

কেথেৰিনে কয়,”মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে এই যুদ্ধই ইউক্ৰেইনৰ শিশুসকলৰ ওপৰত এক ভয়ংকৰ প্ৰভাৱ পেলাইছে। তেওঁলোকে তাৎক্ষণিক শান্তি আৰু নিৰাপত্তা বিচাৰে। শিশুৰ অধিকাৰ ৰক্ষা কৰা। হওক ”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Russia Ukraine War
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d