Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assembly itself, which makes laws, has become the epicenter of irregularities:আইন প্রণয়ন কৰা স্বয়ং বিধানসভাই পৰিণত হৈছে অনিয়মৰ অভিকেন্দ্রত

নিযুক্তি-পদোন্নতি-সৌন্দর্যবর্ধন-নিৰ্মাণ আদিৰ নামত অব্যাহত ব্যাপক দুর্নীতি-অনিয়ম

publisher by publisher
November 22, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Assembly itself, which makes laws, has become the epicenter of irregularities:আইন প্রণয়ন কৰা স্বয়ং বিধানসভাই পৰিণত হৈছে অনিয়মৰ অভিকেন্দ্রত
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

Assembly itself, which makes laws, has become the epicenter of irregularities:

অসম বিধানসভাক বাহ্যিকভাৱে চমকৰ ওপৰত চমক দিয়াত কার্পণ্য কৰা নাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। তাৰ বিপৰীতে অভ্যন্তৰত চলিছে লুণ্ঠনৰ মাৰাথন দৌৰ। ইয়াৰ সমানেই অন্যান্য নানা অনিয়মৰ পাহাৰো গঢ়ি উঠিছে বিধানসভাৰ দৰে পবিত্র এক অনুষ্ঠানত।

ADVERTISEMENT

নিযুক্তি, পদোন্নতি, বাহ্যিক সৌন্দর্যবর্ধন, নির্মাণ কার্য আদি সকলো ক্ষেত্রতে বিধানসভাত যি কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠি আহিছে, তেনে অভিযোগ পূর্বে কেতিয়াও উঠা নাছিল বুলি এতিয়া বিধানসভা সচিবালয়ত মুকলি চর্চা চলিছে।

এনে অনিয়মবোৰক লৈ কোনোবাই মাত মাতিলেই অধ্যক্ষই শাস্তিমূলক ব্যৱস্থা গ্রহণৰো মৌখিক নির্দেশনা দিয়া বুলি বিধানসভা সচিবালয়ৰ সূত্ৰই ‘দৈনিক অগ্রদূত’ক সদৰী কৰে। তদুপৰি সন্দেহৰ ভিত্তিত একাধিক বিষয়া- কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে শাস্তিমূলক ব্যৱস্থা। বিধানসভাত সংঘটিত বিভিন্ন অনিয়মৰ প্ৰতিবেদন ‘দৈনিক অগ্রদূত’ত সঘনে প্রকাশ পাই আহিছে। এনে প্রতিবেদনৰ তথ্য যোগান ধৰাৰ সন্দেহত এজন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অংশ হিচাপে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা নহ’ল।

শেহতীয়াকৈ দুজন বিষয়াক বেআইনীভাবে যুটীয়া সচিবলৈ পদোন্নতি দিয়া হয়। সম্পূর্ণ আইন বিৰুদ্ধভাৱে অধ্যক্ষই এই পদোন্নতি দিয়ে। পদোন্নতিৰ বিষয়টোত উপাধ্যক্ষৰ কর্তৃত্ব থাকে। অথচ উপাধ্যক্ষ ডাঃ নোমল মমিনে তাৰ ভুকে নাপালে। তাকে লৈ অধ্যক্ষ আৰু উপাধ্যক্ষৰ মাজত শীতল যুঁজ অব্যাহত আছে।

বিধানসভাই আইন প্রণয়ন কৰে। সেই আইন মতে ৰাজ্যৰ প্ৰশাসন চলে। অথচ বিধানসভাকে বেআইনী কাৰ্যকলাপৰ অভিকেন্দ্ৰৰূপে গঢ়ি তোলাটো অতি ভয়ংকৰ ৰূপে বিবেচিত হৈছে। এই বিষয়টোক লৈ বিধানসভাৰ একাংশ কৰ্মচাৰীয়ে আজি গভীৰ আক্ষেপ প্রকাশ কৰে।

উল্লেখ্য যে অসম বিধানসভাৰ কে’বাটাও নতুন প্রকল্প বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰে। এই কাৰ্যসূচীৰ প্ৰসংগতে বিধানসভাত বাহাল থকা পৰিস্থিতিক লৈ আক্ষেপ কৰি একাধিক বিষয়া-কর্মচাৰীয়ে মন্তব্য কৰে যে বাহিৰে ৰং-চং, ভিতৰে কোৱাভাতুৰীৰ দৰে চলিছে অসম বিধানসভা। ৰাজহুৱা ধনৰ চৰম অপচয়ৰো কেন্দ্ৰভূমি হৈ পৰিছে এই বিধানসভা। কেৱল চমকৰ পাছত অসম বিধানসভাক দৌৰাই ফুৰিছে অধ্যক্ষ দৈমাৰীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Legislative Assemblyepicenter of irregularitiesSpeaker Biswajit Daimari
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d