Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam State TMC:২৬ৰ বিধানসভা নির্বাচনত ৰাজ্যৰ আটাইকেইটা সমষ্টিতে প্রার্থী দিব তৃণমূল কংগ্ৰেছে

পঞ্চায়ত- বিটিআৰৰ নির্বাচনটো প্ৰতিদ্বন্দ্বীতা কৰিব টিএম চিয়ে, টিএম চি ৰাজ্যিক মুখ্য সমন্বয়ক দুলু আহমেদৰ ঘোষণা

publisher by publisher
December 16, 2024
in India, Assam, News
Reading Time: 1 min read
0
Jal Jeevan Mission :শ শ কোটি টকা কাৰ জেপত সোমাল ?
4
SHARES
43
VIEWS
ShareShareShareShare

২০২৬ৰ অসম বিধানসভা নির্বাচনত ৰাজ্যৰ আটাইকেইটা সমষ্টিতে প্রার্থী দিব তৃণমূল কংগ্ৰেছে ৷ আনকি দলটোৱে আগন্তুক পঞ্চায়ত আৰু বিটিআৰৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৰাজ্যিক টিএমচিৰ মুখ্য সমন্বয়ক দুলু আহমেদে ৷

ADVERTISEMENT

এক বিবৃতিত আহমেদে কয়,২৬ৰ অসম বিধানসভা নির্বাচনত সাম্প্রদায়িক বি-জে-পি দলক অসমৰ শাসনৰ পৰা উৎখাত কৰি এখন বি-জে-পি বিৰোধী গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ উদ্দেশ্যৰে সমূহ বিৰোধী দলক কেইখন আসন নিৰ্বাচনৰ বাবে এৰি দিব আৰু নিজে কিমান আসনত যুঁজিব সেই সন্দৰ্ভত কংগ্ৰেছ দলৰ পিএচি (ৰাজনৈতিক পৰিক্ৰমা বিভাগ) সমিটিয়ে দেওবাৰে এক প্রস্তাৱ গ্ৰহণ কৰিছে। কংগ্ৰেছ দলে লোৱা প্ৰস্তাৱ সন্দর্ভত সৰ্বভাৰতীয় তৃণমূল কংগ্রেছ দলে কোনো মন্তব্য এই মূহুর্তত দিব বিছৰা নাই কাৰণ এয়া কংগ্ৰেছ দলৰ আভ্যন্তৰীণ সিদ্ধান্ত।

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

কিন্তু ভাৰতবৰ্ষত বিজেপিৰ মুখ্য বিৰোধী ৰাজনৈতিক দল হিচাপে প্রায় ২২৫ গৰাকী বিধায়ক আৰু প্ৰায় ৪৬ গৰাকী লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ থকা একমাত্র দল হল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দল। সেয়ে এনে প্ৰেক্ষাপটত টিএম চিয়ে এটা কথা স্পষ্ট কৰি দিয়ে যে ভাৰতবৰ্ষৰ দ্বিতীয় সর্ববৃহৎ বিজেপি বিৰোধী ৰাজনৈতিক দল হিচাপে তৃণমূল কংগ্ৰেছে ২০২৬ ৰ বিধানসভা নির্বাচনত বিজেপি, অগপ, এ আই ইউ ডি এফ আৰু ইউ পিপি এল দলৰ বিধায়ক থকা প্ৰতিটো সমষ্টিত দলে প্রার্থী প্ৰক্ষেপ কৰিব আৰু লগতে দলৰ শক্তিশালী সংগঠন থকা তথা জয়ী হোৱাৰ সম্ভাৱনা থকা লগতে কংগ্ৰেছ দলৰ বিধায়ক থকা বহু কেইটা সমষ্টিত প্রার্থী দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে টিএমচিৰ মুখ্য সমন্বয়ক গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State TMCChief Co-ordinator Dulu AhmedPress release
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d