Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Congrass Leader Debabrata Saikia:মুখ্যমন্ত্ৰীয়ে সত্য কথা নকয়, সংবিধান অনুসৰি কাম নকৰেঃ দেৱব্ৰত শইকীয়া

publisher by publisher
September 13, 2024
in Uncategorized
Reading Time: 2 mins read
0
Congrass Leader Debabrata Saikia:মুখ্যমন্ত্ৰীয়ে সত্য কথা নকয়, সংবিধান অনুসৰি কাম নকৰেঃ দেৱব্ৰত শইকীয়া
5
SHARES
54
VIEWS
ShareShareShareShare

RelatedPosts

Hagrama Mohilary:মই আইনৰ মাষ্টাৰ নহয়, আইনে চাব এইবিলাক:হাগ্ৰামা মহিলাৰী

Debabrata Saikia:বিৰোধী মিত্ৰতাৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়া

Guwahati:ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ

Congrass Leader Debabrata Saikia:

ADVERTISEMENT

সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰাৰ ভিত্তি কি সেয়া জানিব খোজে শইকীয়াই৷ লগতে শইকীয়াই কয় যে যিহেতু সংবাদমাধ্যমে সেইখিনি লোকক সন্দেহজনক বুলি কৈছে সেয়েহে তেনে লোকক কংগ্ৰেছ দল আৰু দেৱব্ৰত শইকীয়াই কেতিয়াও সহায় কৰা নাই বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে দাবী কৰা সকলো অভিযোগ মিছা বুলি দাবী কৰে বিৰোধী দলপতি শইকীয়াই৷ বিৰোধী দলপতি শইকীয়াই কয়, ”২৯ আগষ্টত আৰটিআই যোগে দিয়া তথ্য অনুসৰি সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই উক্ত অঞ্চলৰ চৰকাৰী ভূমি, গ্ৰেজিং, ভিজিআৰ, পিজিআৰ বা আন ভূমিতো কোনো ধৰণৰ বেদখল হোৱা নাই বুলি জনাইছিল।

কাৰোবাক উচ্ছেদ কৰা হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰতো তেনে কৰিবলৈ তাত কোনো বেদখল নাই বুলি উল্লেখ কৰিছিল বিষয়াগৰাকীয়ে। সেয়ে চৰকাৰী বিষয়াই ২৯ আগষ্টত দিয়া তথ্য কেনেকৈ হঠাৎ সলনি হৈ পৰিল নে চৰকাৰৰ বিভাগসমূহৰ মাজত কোনো সমন্বয় নাই নে আৰটিআইৰ প্ৰশ্নৰ উত্তৰত তথ্য ভুলকৈ দিয়া হৈছিল বুলিহে মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলো।’’

শইকীয়াই লগতে কয় যে অসম আৰক্ষীয়ে কেতবোৰ ব্যক্তিক আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ কৰিবলৈ গৈ গুলীয়াই হত্যা কৰিলে৷ ই অতি দুৰ্ভাগ্যজনক আৰু মুখ্যমন্ত্ৰী মহোদয়ে এনে হত্যাক সমৰ্থন কৰাটো অতি দুৰ্ভাগ্যজনক৷ উচ্ছেদৰ পূৰ্বে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি আগতীয়াকৈ জাননী দিব লাগে ৷

কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে যে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিবৰ সময়ত কোনো ধৰণৰ জাননী দিয়াৰ প্ৰয়োজন নাই৷ যিটো সত্যৰ অপলাপ, মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ এক শ্ৰেণীৰ মানুহৰ মাজত ভয়, ভাবুকি, প্ৰলোভন আদিৰ এজেণ্ডা চলাব খুজিছে নেকি সেয়া মই নাজানো বুলিও মন্তব্য কৰে শইকীয়াই৷ মুখ্যমন্ত্ৰীয়ে সত্য কথা কোৱা নাই আৰু সংবিধান অনুসৰি কাম কৰা নাই বুলিও বিৰোধী দলপতিয়ে অভিযোগ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCC Senior Leader Debabrata SaikiaKasutali eviction INCIDENTREACTION
publisher

publisher

Related Posts

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ
Uncategorized

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

September 3, 2026
Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !
Uncategorized

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d