Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

PM MODI BHUTAN VISIT:দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

দিল্লীৰ বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰীৰ মন্তব্য- আক্রমণকাৰীসকলক কোনোপধ্যেই ৰেহাই দিয়া নহ'ব

publisher by publisher
November 11, 2025
in International, News
Reading Time: 1 min read
0
PM MODI BHUTAN VISIT:দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Bomb blast:দিল্লী বিস্ফোৰণঃ দুই বছৰৰ ধৰি পৰিকল্পিত এই আক্ৰমণ

Assam Police:দিল্লী বিস্ফোৰণক ছ’চিয়েল মেডিয়াত সমৰ্থন কৰি আৰক্ষীৰ জালত ৫ ব্যক্তি

Cachar:দিল্লীৰ বিস্ফোৰণক লৈ ছ’চিয়েল মেডিয়াত বিতৰ্কিত মন্তব্য কৰি আটক অৱসৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলাম বৰভূঞা

PM MODI BHUTAN VISIT:

দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি পুৱা হিমালয়ান দেশ ভূটানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ পাৰো বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উস্ম আদৰণি জনায় ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই ৷

ADVERTISEMENT

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত মোদীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু প্ৰধানমন্ত্ৰী টবগেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব ৷ দুই চুবুৰীয়া দেশে একত্ৰিতভাৱে নিৰ্মাণ সম্পূৰ্ণ কৰা ১০২০ মেগাৱাট শক্তিৰ পুনাটছাংচু-দ্বিতীয় জলবিদ্যুৎ প্ৰকল্পটো মোদী আৰু ৰজা ৱাংচুকে যৌথভাৱে উদ্বোধন কৰিব ৷ প্রধানমন্ত্রী মোদীয়ে এই সময়ত ভূটানৰ চতুৰ্থ ৰজা জিগমে ৱাংচুকৰ ৭০ বছৰীয়া জন্মোৎসৱ অনুষ্ঠানতো অংশ ল’ব, যাক দেশৰ বাবে এটা ঐতিহাসিক ক্ষণ বুলি গণ্য কৰা হৈছে।

আনহাতে মোদীৰ এই ভ্ৰমণৰ সময়ত তেওঁ ভূটান চৰকাৰৰ দ্বাৰা আয়োজিত ‘গ্ল’বেল পীচ প্ৰেয়াৰ ফেষ্টিভেল’ত অংশগ্ৰহণ কৰিব, যিটো অনুষ্ঠান বিশ্ব শান্তি আৰু মানৱতাৰ উন্নতিৰ উদ্দেশ্যে আয়োজন কৰা হৈছে।

উল্লেখ্য যে ভূটানত উপস্থিত হোৱাৰ পিছতে দিল্লীত সংঘটিত হোৱা বোমা বিস্ফোৰণ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় আক্রমণকাৰীসকলক কোনোপধ্যেই ৰেহাই দিয়া নহ’ব ৷ সমগ্র দেশ ভুক্তভোগী পৰিয়াল সকলৰ কাষত আছে ৷ আমি এই আক্ৰমণৰ আঁৰৰ শিপা উঘালি পেলাম৷ আমাৰ চোৰাংচোৱা আৰু ঘটনা তদন্তকাৰী সংস্থাই এই আক্ৰমণৰ অনুসন্ধান কৰি আছে৷ আনকি মই কালি দিল্লীত থকা সময়ত ওৰে নিশা ঘটনাৰ বুজ লৈ আছিলোঁ ৷ তদনঁ সকলো সংস্থাই ষড়যন্ত্ৰৰ গভীৰতালৈ যাব আৰু দোষীক সকলোৰে কাষলৈ আনিব। তেওঁ উল্লেখ কৰে যে তেওঁ ভুক্তভোগীৰ দুখ বুজি পায় ৷প্রতিজন দোষীক কঠোৰ শাস্তি বিহা হ’ব ৷ তেওঁলোক সাৰি বা লুকাই সাৰিব নোৱাৰিব ৷

মই আজি ইয়ালৈ আহিছো যদিও অত্যন্ত অতি দুখী হৃদয় লৈ ৷ উল্লেখ্য যে বুধবাৰে ভূটান ভ্রমণ সামৰি দিল্লীলৈ উভতি অহাৰ পিছতে এক জৰুৰী কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দেশৰ নিৰাপত্তা সন্দর্ভতো হ’ব আলোচনা আৰু কেতবোৰ কঠোৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে এঘাৰ বছৰত চতুৰ্থবাৰৰ বাবে ভূটান ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: delhi bomb blastPM MODI BHUTAN VISITpm ReactionThimphu
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d