Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কিমান অনুপ্ৰৱেশকাৰীৰ বোজা ল’ব উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলে?

উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ প্ৰতি সৰৱ হৈ পৰিছে উত্তৰ-পূব খিলঞ্জীয়া মঞ্চ ।

publisher by publisher
December 19, 2024
in Assam, News
Reading Time: 2 mins read
0
খিলঞ্জীয়া
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ প্ৰতি সৰৱ হৈ পৰিছে উত্তৰ-পূব খিলঞ্জীয়া মঞ্চ । চুবুৰীয়া ৰাষ্ট্ৰ চীন, ম্যানমাৰ আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমাই উত্তৰ-পূৰ্বাঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে বুলি দাবী উত্থাপন কৰিছে উত্তৰ-পূব খিলঞ্জীয়া মঞ্চই । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিদেশী নাগৰিকৰ ৰুদ্ধহীন অনুপ্ৰৱেশ প্ৰতিৰোধৰ বাবে পর্যাপ্ত সাংবিধানিক ব্যৱস্থা আৰু প্রশাসনীয় কাৰ্য ব্যৱস্থা শূণ্য বুলি ক্ষোভ প্ৰকাশ কৰিছে উত্তৰ-পূব খিলঞ্জীয়া মঞ্চই ।

ADVERTISEMENT

বৃহস্পতিবাৰে হাতীগাঁওস্থিত উত্তৰ-পূব খিলঞ্জীয়া মঞ্চৰ কাৰ্যালয়ত এক সংবাদমেলযোগে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে উত্তৰ-পূব খিলঞ্জীয়া মঞ্চৰ সভাপতি/ অধ্যক্ষ অনুপ চেতিয়া আৰু মহাসচিব এন. ইবুংগোঢৌবিয়ে । সংবাদমেলখনত সভাপতিগৰাকীয়ে উল্লেখ কৰে, “খিলঞ্জীয়া লোকসকলে বহুদিন ধৰি সন্মুখীন হৈ অহা জটিলতম পৰিস্থিতিৰ ভয়াবহতাই আমাক গভীৰভাৱে চিন্তিত কৰি তোলাৰ পটভূমিত আপোনালোকৰ তাৎক্ষণিক দৃষ্টি আক হস্তক্ষেপ বিচাৰিবলৈ বাধ্য কৰাইছে ।”

“ভাৰত উপমহাদেশৰ উত্তৰ-পূৱ অঞ্চল হ’ল সাংস্কৃতিক আৰু জাতিগত অনির্বাচনীয় বৈচিত্র্যৰ এক অনন্য সমাহাৰ- যি অঞ্চলত খিলঞ্জীয়া জনগোষ্ঠীসমূহে যুগ যুগ ধৰি বসবাস কৰি আহিছে আৰু সাধাৰণ আৰ্থ-সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক প্রত্যাহ্বানসমূহৰ অংশীদাৰ হৈ আহিছে। এইসমূহৰ এক জৰুৰী আৰু আতংকজনক বিষয় হ’ল চুবুৰীয়া চীন, ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভয়াৱহ প্রভাব। এই প্রভাৱ ইমানেই গভীৰ তথা জটিল যে তাৰ ফলতেই অঞ্চলটোলৈ বিদেশী নাগৰিকৰ ৰুদ্ধহীন অনুপ্ৰৱেশ প্ৰতিৰোধৰ বাবে পর্যাপ্ত সাংবিধানিক ব্যৱস্থাৰ অনুপস্থিতি আৰু প্রশাসনীয় কাৰ্য ব্যৱস্থাৰ শূণ্যতাই ইতিমধ্যে আমাৰ অঞ্চলৰ জনসাধাৰণে ভোগ কৰি অহা পৰিস্থিতি দিনক দিনে অধিক ভয়াবহ কৰি তুলিছে।” সভাপতিগৰাকীয়ে প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

প্ৰেছ বিবৃতিখনত উল্লেখ কৰে, “শেহতীয়া বছৰসমূহত আমাৰ অঞ্চলটোৰ পৰিৱৰ্তিত অনাকাংক্ষিত জনগাঁথনিয়ে বহুমুখী সংকটৰ সৃষ্টি কৰিছে, যাৰ ফলত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুসম অস্তিত্বৰ প্রতি ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰিছে। ইতমিধ্যে দ্রুতগতিৰে বিকশিত হোৱা সাম্প্রতিক বিশ্বত খিলঞ্জীয়া লোকসকলৰ বাবে তেওঁলোকে হেৰুৱাই পেলোৱা অর্থনৈতিক আৰু ৰাজনৈতিক সুযোগসমূহৰ পটভূমিত এক কৃত্রিম তথা বিৰাট ব্যৱধানৰ সৃষ্টি হৈছে, যাৰ ফলত এই জনগোষ্ঠীসমূহক অধিক সংশয়তাৰ পিনে তথা অনিশ্চয়তাৰ পিনে ঠেলি পঠিওৱা হৈছে। এনে উদ্বেগবোৰৰ পৰিপ্ৰেক্ষিতত, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক প্রতিনিধিত্ব কৰা লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্যকে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বাৰ্থৰক্ষাৰ বাবে এক ঐক্যবদ্ধ পন্থা গ্রহণ কৰিবলৈ আমি আহ্বান জনাইছো। যিহেতু খিলঞ্জীয়া লোকসকলে সম্মুখীন হোৱা ক্রমবর্দ্ধমান প্রত্যাহ্বানসমূহ অতি সুনিশ্চিতভাবে, জৰুৰীভাবে সামুহিক সংকল্পৰে মোকাবিলা কৰাটো সাম্প্ৰতিক সময়ছোৱাত অতিশয় জৰুৰী হৈ পৰিছে।”

সভাপতিগৰাকীয়ে সকলোকে আহ্বান জনায় সংবাদমেলখনত কয়, “আমি আপোনালোকক আহ্বান জনাইছো- আপোনালোকে এই অঞ্চলৰ নিৰ্বাচিত প্রতিনিধি হিচাপে, উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদ হিচাপে, ঐক্যবদ্ধ হৈ অইন সাংসদসকলৰ সৈতেও সমন্বয় সাধন কৰি এখন উমৈহতীয়া মঞ্চ সৃষ্টি কৰি কাৰ্যপন্থা গ্রহণ কৰক। উত্তৰ-পূব খিলঞ্জীয়া মঞ্চ (North East Indigeuons Peoples’ Forum) ই আপোনালোকৰ এনে প্রচেষ্টাৰ সৈতে জড়িত হৈ প্রত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে ।”

আনহাতে সংবাদমেলখনত মহাসচিব এন. ইবুংগোঢৌবিয়ে সংসদৰ লগতে ৰাজ্য পৰ্যায়ৰ প্ৰতিনিধিসকলক উদ্দেশ্যি অনুৰোধ কৰে যে এক শক্তিশালী উমৈহতীয়া মঞ্চ সৃষ্টি কৰি খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা জনগাঁথনিগত পৰিৱৰ্তন ৰোধ কৰিবলৈ নীতি নিৰ্দ্ধাৰণ সুৰক্ষাৰ বাবেও যথাযথ ব্যৱস্থাৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগে । খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অর্থনৈতিক ভিত্তি সবল কৰিবলৈ আৰু উন্নয়ন সাধন কৰিবলৈ লক্ষ্য নিৰ্দ্ধাৰণ কৰা অর্থনৈতিক সুযোগ কঢ়িয়াই অনাৰ বাবে সকলোৱে অগ্ৰসৰ হোৱাটো বাঞ্চনীয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: North East Indigeuons Peoples' Forumঅনুপ চেতিয়ামহাসচিব এন. ইবুংগোঢৌবি
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d