Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

অসমৰ খিলঞ্জীয়া সংখ্যালঘু জনগোষ্ঠীসমূহৰ সমস্যা সমাধানৰ দাবীত সংখ্যালঘু উন্নয়ন মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান জনগোষ্ঠীয় সমন্বয় পৰিষদৰ

publisher by publisher
May 25, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
অসমৰ খিলঞ্জীয়া সংখ্যালঘু জনগোষ্ঠীসমূহৰ সমস্যা সমাধানৰ দাবীত সংখ্যালঘু উন্নয়ন মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান জনগোষ্ঠীয় সমন্বয় পৰিষদৰ
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Assam Ministers lost his constituency: সমষ্টি হেৰুৱালে ৰাজ্যৰ ৰাজনীতিৰ ডেৰকুৰি ৰথী-মহাৰথীয়ে

Assam State Zoo:অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ৮০ টা জন্তু বিভিন্ন ৰাজ্যলৈ স্থানান্তৰ :বনমন্ত্ৰী

Lachit Barphukan Portal : লাচিত বৰফুকন প’ৰ্টেল-এপ মুকলি

অসমত বসবাস কৰা ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু শিখ সম্প্ৰদায়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ সমস্যা সমাধানৰ দাবীত আজি ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমে। আজি ১৮ টা দাবী সম্বলিত স্মাৰকপত্ৰখন প্ৰদান কৰে ৩৩ টা খিলঞ্জীয়া সংখ্যালঘু সংগঠনৰ যৌথমঞ্চ জনগোষ্ঠীয় সমন্বয় পৰিষদৰ মুখ্য আহ্বায়ক চৈয়দ মুমিনুল আৱালে ।

ADVERTISEMENT

স্মাৰকপত্ৰখনৰ জৰিয়তে স্থানীয় সংখ্যালঘু জনগোষ্ঠীসমূহৰ জৰীপ সম্পন্ন কৰা, ৰাজ্যখনৰ সকলো জনগোষ্ঠীৰ লোকে প্ৰতিনিধিত্ব কৰিবপৰাকৈ উচ্চ সদন গঠন, বিধানসভাৰ আসনসমূহ জনগোষ্ঠীয় লোকৰ বাবে সংৰক্ষণ কৰা, স্থানীয় সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক শিক্ষাগ্ৰহণত সহায়ক হোৱাকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা, সংখ্যালঘু জনগোষ্ঠীসমূহৰ বাবে গুৱাহাটীত সামূহিক কেন্দ্ৰ স্থাপন কৰা, উত্তৰ-পূবৰ হজযাত্ৰীৰ হজযাত্ৰাৰ ভাড়া হ্ৰাস কৰা, বৌদ্ধ আৰু জৈন তীৰ্থযাত্ৰীৰ বাবে ৰে’ল সেৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হয় ।

একেদৰে চৰকাৰে পূৰ্বে ঘোষণা কৰা সিদ্ধান্তসমূহো কাৰ্যকৰী কৰিবলৈ স্মাৰকপত্ৰখনৰ জৰিয়তে দাবী জনাইছে পৰিষদে । সেইমৰ্মে গৰিয়া, মৰিয়া, দেশী আৰু চাহ জনগোষ্ঠী জলহাসকলৰ বাবে উন্নয়ন নিগম গঠন কৰা, জনগোষ্ঠী চাৰিটাৰ বাবে ঘোষণা কৰা এশ কোটি টকা মোকলাই দিয়া, ৱাকফ বোৰ্ডৰ সম্পত্তিৰ চৰকাৰী জৰীপ আৰু বেদখলমুক্ত কৰা, কেন্দ্ৰীয় ৱাকফ বোৰ্ডে ২০১৫ তে প্ৰদান কৰা এক কোটি টকা পুঁজিৰে ৱাকফ বোৰ্ডৰ কাৰ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা, জালুকবাৰীত নিৰ্মাণ কৰা হজ ভৱনটো শীঘ্ৰে মুকলিৰ ব্যৱস্থা কৰা, ২০১৬-১৭ বৰ্ষত ঘোষণা কৰা অনুসৰি আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰা আৰু ২০১৬ ৰ পৰা বন্ধ হৈ থকা আজান পীৰ বঁটা পুনৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হয় ।

তদুপৰি ৰাজ্যিক সংখ্যালঘু আয়োগ নতুনকৈ গঠন কৰা, উত্তৰ-পূৰ্বাঞ্চল হজ সমিতিখন পুনৰ গঠন কৰা, ৰাজ্যিক ৱাকফ বোৰ্ড পুনৰ গঠন কৰা আৰু অসম সংখ্যালঘু বিত্ত উন্নয়ন নিগম পুনৰ গঠন কৰিবলৈও স্মাৰকপত্ৰখনৰ জৰিয়তে দাবী জনাইছে জনগোষ্ঠীয় সমন্বয় পৰিষদে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chandra Mohan PatowarySayed Mominul Awal
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d