Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Golakganj Theft:হালাকুৰাত দিন দুপৰতে বাইক চুৰি

চিচি কেমেৰাত আবদ্ধ সকলো ছবি

publisher by publisher
January 8, 2025
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Golakganj Theft:হালাকুৰাত দিন দুপৰতে বাইক চুৰি
2
SHARES
16
VIEWS
ShareShareShareShare

Golakganj Theft:

ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষী তালাচী চকীৰ হালাকুৰা বজাৰ সংলগ্ন জনবসতিপূৰ্ণ গলিৰ পৰা কালি দিন দুপৰতে সংঘটিত বাইক চুৰিৰ ঘটনা চিচি কেমেৰাত আবদ্ধ হোৱাৰ পিছতো আৰক্ষীয়ে চোৰৰ সন্ধান উলিয়াব নোৱাৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ADVERTISEMENT

cctv 2প্ৰাপ্ত তথ্য মতে, বিদ্যাৰডাবৰী দ্বিতীয় খণ্ড খণ্ড গাঁৱৰ অজিত কুমাৰ সিংহ দিনৰ এক বজাত নিজৰ AS 17G 2049 নম্বৰৰ গ্লেমাৰ বাইক খন বজাৰ সংলগ্ন জনবসতিপূৰ্ণ গলিটোত থৈ ওচৰতে থকা নিজ দোকানত ব্যস্ত হৈ আছিল। বিয়লি তিনি বজাত নিৰ্দিষ্ট স্থানত বাইক খন নাপাই হুৱাদুৱা লাগে।

RelatedPosts

Karbianglong Missing:কাৰ্বি আংলঙত নির্বাচনী বিষয়া নিৰুদ্দেশ !

Dhubri:ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

GMCH Incident:গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন !

চাৰিওফালে বিচাৰ খোচাৰ কৰি কোনা সন্ধান নোলায়। কাষতে চিচি কেমেৰাৰ ভিজুৱেল অনুসন্ধান কৰাত সকলো পোহৰলৈ আহে। ভিজুৱেলত স্পষ্ট দেখা পোৱা যায় এজন কলা পেন্ট -ছাৰ্ট পিন্ধা যুৱক ম’বাইলত কথা কোৱাৰ ভংগীৰে সদম্ভে গলিটোত সোমাই বাইক খনৰ পিনে আগবাঢ়ি যায়।

cctv 3বাইকত উঠি নিমিষতেই লক্ খুলি ষ্টাৰ্ট দি বতাহৰ গতিত ওলাই যায়। সন্ধিয়া বাইকৰ গৰাকী অজিতে চিচি কেমেৰাৰ ভিজুৱেল সহ হালাকুৰা আৰক্ষী চকীত এজাহাৰ দিয়ে। কিন্তু ঘটনা সংঘটিত হোৱাৰ চব্বিশ ঘন্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে চোৰৰ শুংসূত্ৰ উলিয়াব নোৱাৰাত অঞ্চলটোৰ ৰাইজ অসন্তুষ্টি প্ৰকাশ কৰিছে। হালাকুৰা অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰিৰ ঘটনা।

cctv 5একে স্থানৰ পৰা পাঁচ ছয় মাহ পূৰ্বে চাইকেল চুৰি হৈছিল। কিন্তু আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়া বাবে একে ঘটনাৰ পুনৰাবৃত্তি হোৱা বুলি ৰাইজ অভিযোগ উত্থাপন কৰিছে। তদুপৰি হালাকুৰা তালাচী চকী এলেকাত ড্ৰাগছ আৰু জুৱাৰ পয়োভৰৰ বাবে চুৰি কাৰ্যৰ বৃদ্ধি পাইছে।

লক্ষণীয় যে চোৰক আটক কৰিবলৈ সক্ষম নোহোৱা হালাকুৰা আৰক্ষীয়ে যোৱা নিশা বিদ্যাৰডাবৰী পঞ্চম খণ্ড গাঁৱৰ এঘৰৰ পৰা জাহাঙ্গীৰ,মইনুলকে ধৰি চাৰিজন জুৱাৰীক হাতে লোটে আটক কৰি চকীলৈ নিয়ে। সোনাউল্লা নামৰ এজনক আটক কৰিবলৈ সক্ষম হোৱা নাছিল যদিও আৰক্ষীয়ে তেওঁৰ ম’বাইলটো চকীত লৈ আহে ।

cctv4কিন্তু নিশাতে গোপন বুজাবুজি কৰি আটাইকেইজনক মুকলি কৰি দিয়ে। আৰক্ষীৰ লগত অসাধু চক্ৰৰ মিতিৰালিয়ে হালাকুৰাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FIR filedGolakganj TheftHlakura Bazar
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d