Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Betala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

    Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Maharashtra:মহাৰাষ্ট্ৰত আতংক বিয়পিছে বিৰল স্নায়ুৰ ৰোগ !

এজনৰ মৃত্যু

publisher by publisher
January 27, 2025
in Health
Reading Time: 2 mins read
0
Maharashtra:মহাৰাষ্ট্ৰত আতংক বিয়পিছে বিৰল স্নায়ুৰ ৰোগ !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে

GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !

HIV Detection:নিৰ্মূলভাৱে ধৰা পৰিল এইচআইভি

Maharashtra:

মহাৰাষ্ট্ৰত এক বিৰল স্নায়ু ৰোগে আতংক বিয়পাইছে। ইতিমধ্যে এই চিনড্ৰমত শতাধিক লোক আক্ৰান্ত হৈছে । ইয়াৰে এজনৰ দেওবাৰে মৃত্যু হয়। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ পুনে প্ৰশাসনে ঘৰে ঘৰে নিৰীক্ষণ কৰে ।

ADVERTISEMENT

সংবাদ সংস্থা পিটিআইৰ মতে, সম্ভৱত গুলেনবাৰী চিণ্ড্ৰোমত ভুগি থকা এজন ব্যক্তিৰ পুনেত মৃত্যু হৈছে । মহাৰাষ্ট্ৰৰ এজন স্বাস্থ্য বিষয়াই জনাইছে এই বিষয়টো । মৃতব্যক্তিজন চোলাপুৰৰ বাসিন্দা ।

কিন্তু পুনেত আহি গুলেন বাৰীত আক্ৰান্ত আৰু মৃত্যু বৰণ হয় । বৰ্তমান, মহাৰাষ্ট্ৰত কমেও ১০১ জন লোক গুলেনবাৰী চিণ্ড্ৰোমত ভুগি আছে বুলি স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে । তেওঁলোকৰ ভিতৰত ৬৮ জন পুৰুষ আৰু ৩৩ গৰাকী মহিলা ।

ভুক্তভোগীসকলৰ ১৬ জনক বায়ু ভেণ্টিলেচনত ৰখা হৈছে। পুনে আৰু পিম্প্ৰি-চিনচাদত, এই দুটা নিগম অঞ্চলত ৯৫ টা গুলেন বাৰী আক্ৰান্তৰ সন্ধান পোৱা গৈছে।

সাধাৰণতে কোনো গুৰুতৰ সংক্ৰামক ৰোগে শৰীৰত শিপাই গ’লে এই স্নায়ুৰ সমস্যা দেখা যায়। সঠিক সময়ত চিকিৎসা নকৰিলে এই ৰোগ মাৰাত্মক হ’ব পাৰে। অজ্ঞানতা গুলেন বাৰী চিনড্ৰমৰ প্ৰধান লক্ষণ। আৰম্ভণিতে শৰীৰৰ বিভিন্ন অংশত বিষ হ’ব পাৰে।

এই দুৰ্বলতা সংস্পৰ্শলৈ অহাৰ দুসপ্তাহৰ ভিতৰতে স্পষ্ট হৈ পৰে। বহু ক্ষেত্ৰত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ অজ্ঞান হৈ পৰে। ডিঙিৰ পেশীৰ ক্ষতি হয়। চিকিৎসা অবিহনে ৰোগীৰ খোজ কঢ়াতোও অসুবিধা হয় পৰে ।

কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ দুৰ্বল হোৱাৰ বাবে মুখৰ পেশী দুৰ্বল হৈ পৰে, খাদ্য গিলিবলৈ কঠিন হৈ পৰে, চকুৰ পেশী দুৰ্বল হৈ পৰে, ফলত দৃষ্টিশক্তিৰ সমস্যাও দেখা দিয়ে। লগতে শৰীৰৰ বিভিন্ন অংশ যেনে ডিঙি, পিঠি, কঁকালত বিষ হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guillain Barre SyndromeHealth CareInfectedPanic Nervous Disease
publisher

publisher

Related Posts

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে
Health

August 13, 2025
GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !
Assam

GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !

July 19, 2025
Sudden Increase in deaths among youth: যুৱকৰ মাজত আকস্মিক মৃত্যু বৃদ্ধিৰ আঁৰত

July 8, 2025
ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ
Health

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

April 8, 2025
Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !
Health

Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !

February 26, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d