Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সতীৰ্থৰ মৃতদেহ উদ্ধাৰৰ চেষ্টাত সংঘৰ্ষত ধৰাশায়ী ১০ কুকি বিদ্রোহী

সতীৰ্থৰ মৃতদেহ উদ্ধাৰৰ চেষ্টাত সংঘৰ্ষত ধৰাশায়ী ১০ কুকি বিদ্রোহী ভাৰত-ম্যানমাৰ সীমান্তত পুনৰ দুই উগ্ৰপন্থী সংগঠনৰ মাজত তুমুল সংঘৰ্ষত বহু সংখ্যকৰ মৃত্যু: ম্যানমাৰ সেনাকো আক্ৰমণ: তিনিখন ট্রাকত তুলি নিলে হতাহতক :কঠোৰ সতর্কতা জাৰি আছাম ৰাইফলছৰ

publisher by publisher
February 3, 2025
in India, Insurgency, International, News
Reading Time: 1 min read
0
সতীৰ্থৰ মৃতদেহ উদ্ধাৰৰ চেষ্টাত সংঘৰ্ষত ধৰাশায়ী ১০ কুকি বিদ্রোহী
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

Dainik Agradoot Today’s Edition : 18th Oct 2026

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

সতীৰ্থৰ মৃতদেহ উদ্ধাৰৰ চেষ্টাত সংঘৰ্ষত ধৰাশায়ী ১০ কুকি বিদ্রোহী

ভাৰত-ম্যানমাৰ সীমান্তত পুনৰ দুই উগ্ৰপন্থী সংগঠনৰ মাজত তুমুল সংঘৰ্ষত বহু সংখ্যকৰ মৃত্যু

ম্যানমাৰ সেনাকো আক্ৰমণ

তিনিখন ট্রাকত তুলি নিলে হতাহতক

কঠোৰ সতর্কতা জাৰি আছাম ৰাইফলছৰ

:দীর্ঘদিন ধৰি অৰাজক হৈ থকা মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত পুনৰ কুকি আৰু মণিপুৰৰ উগ্ৰপন্থীৰ মাজত হোৱা এক তুমুল সংঘর্ষত কমেও ১০ জন কুকি উগ্রপন্থী ধৰাশায়ী হোৱাৰ তথ্য পোৱা গৈছে।

ADVERTISEMENT

সূত্রই প্ৰকাশ কৰা অনুসৰি, ভাৰত-ম্যানমাৰ সীমান্তৰ ৭৩ নম্বৰ স্তম্ভৰ ওচৰত দুর্গম ঘন
অৰণ্যত শনিবাৰে কুকি উগ্রপন্থী সংগঠন আৰু মণিপুৰস্থিত উগ্রপন্থী সংগঠনৰ মাজত তয়াময়া সংঘৰ্ষৰ সূত্রপাত ঘটে। দুয়োপক্ষই অত্যাধুনিক তথা স্বয়ংক্রিয় অস্ত্র-শস্ত্ৰ ব্যৱহাৰ কৰা এই সংঘৰ্ষ সীমান্তৰ ৮৫/৮৬ স্তম্ভৰ ওচৰৰ অঞ্চললৈ প্ৰসাৰিত হয় বুলি সূত্রই সদৰী কৰিছে।

সূত্রই জনোৱা মতে, এই তুমুল সংঘর্ষত কমেও ১০ জন কুকি উগ্রপন্থীয়ে প্রাণ হেৰুৱায়। সূত্রই লগতে সন্দেহ প্রকাশ কৰা অনুসৰি, ভাৰতৰ ভূমিত বাস কৰা একাংশই কুকি উগ্রপন্থীক ৰচদপাতি যোগান ধৰি আহিছে। লক্ষ্যণীয় যে ২০২৩ৰ মে’ত মণিপুৰৰ মেইটেই আৰু কুকি-জ’ জনগোষ্ঠীৰ মাজত ভয়াৱহ গোষ্ঠী সংঘাতৰ সূত্রপাত ঘটে। দুই শতাধিক লোকৰ প্ৰাণহানি কৰা এই গোষ্ঠীসংঘৰ্ষৰ জুই বর্তমানেও সম্পূর্ণরূপে নুমুৱা নাই। ইয়াৰ সমান্তৰালভাৱে দুয়োটা জনগোষ্ঠী উগ্রপন্থী সংগঠনৰ মাজতো মাজে-সময়ে সংঘৰ্ষৰ সূত্রপাত ঘটি আহিছে।

ইপিনে, ভাৰত-ম্যানমাৰ সীমান্তও প্রায়ে উত্তাল হৈ আহিছে। মণিপুৰৰ বিভিন্ন উগ্রপন্থী সংগঠন আৰু ম্যানমাৰৰ উগ্রপন্থী সংগঠনৰ ভূস্বর্গরূপে এই সীমান্ত অঞ্চল চিহ্নিত হৈ আহিছে। কিছুদিন পূর্বেও কুকি উগ্রপন্থী সংগঠন আৰু মেইটেই জনগোষ্ঠীয় উগ্রপন্থী সংগঠনৰ মাজত ভাৰত-ম্যানমাৰ সীমান্তত হোৱা এক সংঘর্ষত কমেও চাৰিজন কুকি উগ্রপন্থীৰ মৃত্যু হয়।

ইপিনে, সূত্রই জনোৱা মতে, সংঘৰ্ষত নিহত সতীৰ্থসকলৰ মৃতদেহ কুকি উগ্রপন্থী সংগঠনে উদ্ধাৰ কৰি নিয়াৰ চেষ্টা কৰে যদিও আনটো পক্ষই ধাৰাসাৰ গুলিবর্ষণ অব্যাহত ৰখাত কুকি উগ্রপন্থীৰ বাবে সেই কার্য সম্পন্ন কৰা সম্ভৱ নহ’ল। আনহাতে, এক সূত্ৰৰ মতে, কুকি উগ্রপন্থী সংগঠনৰ স’তে ম্যানমাৰৰ সামৰিক জুণ্টা বিৰোধী পিপ’লছ ডিফেন্স ফ’র্চ (পিডিএফ)ৰ সম্পৰ্ক আছে। শেহতীয়াভারে কুকি উগ্রপন্থীয়ে ম্যানমাৰৰ ছাগাইং অঞ্চলত ম্যানমাৰ সেনাৰ এটা চকীত আক্ৰমণ কৰে।

ম্যানমাৰ সেনাই ইয়াৰ প্ৰত্যুত্তৰ ৰকেট আৰু মর্টাৰেৰে দিয়ে। ফলত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত বহুসংখ্যকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। সূত্ৰৰ মতে, হতাহতসকলক উদ্ধাৰত তিনিখন মিনি ট্রাক তিনিখন মিনি ব্যৱহাৰ কৰা হয়। আনহাতে, ৩৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্ত পুনৰ উগ্রপন্থী সংগঠনে অশান্ত কৰি তোলাত আছাম ৰাইফলছে সীমান্তত কঠোৰ সতর্কতা জাৰি কৰিছে। এনে অৱস্থাতে একাংশ নিৰাপত্তা পর্যবেক্ষকে প্রকাশ কৰা অনুসৰি, ভাৰতে ম্যানমাৰ সীমান্তত সুস্থিৰতা সৃষ্টিৰ যি পদক্ষেপ গ্রহণ কৰিছে, সেই পদক্ষেপ সীমান্তত সংঘটিত শেহতীয়া হিংসাত্মক ঘটনাৱলীয়ে জটিল কৰি তোলাৰ আশংকা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d