Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Dibugarh Youth Dead:ডিব্ৰুগড়ত হঠাৎ ঢলি পৰি যুৱকৰ আকস্মিক মৃত্যু

publisher by publisher
February 3, 2025
in Assam, India, News
Reading Time: 1 min read
0
Dibugarh Youth Dead:ডিব্ৰুগড়ত হঠাৎ ঢলি পৰি যুৱকৰ আকস্মিক মৃত্যু
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Sarbananda Pressmeet in Dibrugarh :ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল সম্বোধন

Dibugarh Youth Dead:

‘চৰণেহে জানে মৰণৰ ঠাই।’ এই আপ্তবাক্যশাৰীকেই প্রমাণিত কৰি ৰাজপথত হঠাতে ঢলি পৰি আকস্মিক মৃত্যুক আকোৱালি ল’লে যুৱকে। ডিব্ৰুগড় মহানগৰৰ মিলন নগৰত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি কৰিছে তীব্র চাঞ্চল্য। আজি বিয়লিৰ ভাগত ডিব্ৰুগড়ত সংঘটিত হোৱা ঘটনাটোক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। প্রাপ্ত খবৰ অনুসৰি মটৰ চাইকেলত অহা জ্যোতি হাজৰিকা নামৰ এজন ৩৮ বছৰীয়া যুৱকে হঠাৎ মূৰ ঘূমোৱাত মটৰ চাইকেলখন মানকটা পথৰ কাষত ৰখাই মিলন নগৰৰ নায়াৰ পেট্রল পাম্পৰ সন্মুখতে ঢলি পৰে।

ADVERTISEMENT

ডিব্ৰুগড়ৰ চানমাৰিত ঘৰ জ্যোতি হাজৰিকাই মাটিত ঢলি পৰাৰ লগে লগে স্থানীয় লোকে পৰিয়ালৰ লোকক খবৰ দিয়ে। পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ সহযোগত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।

ইফালে যুৱকজন যুৱকজন মাটিত ঢলি পৰাৰ সময়ত মূৰত আঘাতপ্রাপ্ত হৈ তেজ নিগৰি অহা বুলি জানিবলৈ দিছে স্থানীয় লোকে। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈয়েই যুৱকজন মূৰ ঘূৰাই ঢলি পৰি মৃত্যুক আকোৱালি লোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক গতাই দিয়ে।

আনহাতে এই আকস্মিক ঘটনাটোক লৈ অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। মৃত যুৱকজন আছিল বিবাহিত। এবছৰ পূৰ্বে যুৱকজনৰ কনমানি পুত্র সন্তানটি মগজুৰ টিউমাৰত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল। এগৰাকী শিক্ষয়িত্ৰীৰ গাড়ীচালক হিচাপে কৰ্মৰত যুৱকজনৰ মৃত্যুত সমগ্ৰ চানমাৰি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM MEDICAL COLLEGEDIBRUGARHYouth Dead
publisher

publisher

Related Posts

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d