BIG BREAKING সন্ধান উলাইছে নিৰুদ্দেশ হোৱা ৫ ছাত্ৰৰ ।
ADVERTISEMENT
## বৰদলনি লিটিল গড মডেল স্কুলৰ ৫ ছাত্ৰ সন্ধান উলাইছে শিলচৰত।
## ৰক্তিম মুক্তিয়াৰে যোগাযোগ কৰিছে পৰিয়ালৰ লোকৰ সৈতে।
## আৰক্ষীয়ে শিলচৰত উদ্ধাৰ কৰিছে ৫ ছাত্ৰক।
***সম্প্ৰতি শিলচৰ আৰক্ষী থানাত আছে ছাত্ৰ কেইজন।
গোগামুখৰ পৰা বিপ্লৱ বড়া ৰিপ’ৰ্ট।































