Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Gonotsav:গুণোৎসৱৰ ১২ জিলাৰ উত্তৰবহী হেৰাল

ৰাজ্যৰ শিক্ষাখণ্ডত ভয়ংকৰ কাণ্ড,তৃতীয় পৰ্যায়ৰ লগতে প্রথম পৰ্যায়ৰ দুখন জিলাৰো বহু অ'এমআৰ শ্বিটৰ তথ্য নাই, জিলাবোৰলৈ জৰুৰী নির্দেশনা সমগ্র শিক্ষা অসমৰ

publisher by publisher
February 25, 2025
in Assam, India, News
Reading Time: 1 min read
0
Gonotsav:গুণোৎসৱৰ ১২ জিলাৰ উত্তৰবহী হেৰাল
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

TET Cum Recruitment Test:২৯ ডিচেম্বৰৰ পৰিৱৰ্তে ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব টেট নিযুক্তি পৰীক্ষা

Hailakandi:হাইলাকান্দি বদলাবদলী এম ই স্কুলত অঘটন

বিটিআৰত শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ,গোসাঁইগাঁৱত কৰ্তব্যত গাফিলতি ৰুৱেন মুৰ্মু নামৰ এজন শিক্ষকৰ। স্কুলত নহাকৈ সহকাৰী শিক্ষক ৰুৱেন মুৰ্মুয়ে ভোগ কৰি আছে চৰকাৰী দৰমহা। অগ্ৰদূত বাৰ্তা দোতমা ১৮ জানুৱাৰীঃ- গোসাঁইগাঁও মহকুমাৰ এখন প্ৰাথমিক স্কুল। স্কুলখনৰ শিক্ষক নাহে স্কুলত। ঘৰত বহি খাইছে চৰকাৰী দৰমহা। কেৰেপ নকৰে কাকো। স্কুলখন হৈছে গোসাঁইগাঁও মহকুমাৰ কচুগাঁও শিক্ষা খণ্ডৰ হাতীগড় চান্তালী বি এল পি স্কুল। পূৰ্বতে স্কুলখনত এগৰাকী শিক্ষক আছিল। কিন্তু বৰ্তমান দুজন শিক্ষক। সহকাৰী শিক্ষক ৰুৱেন মুৰ্মু স্কুলত নাহি চৰকাৰী দৰমহা ভোগ কৰি আহিছে। প্ৰধান শিক্ষক গৰাকী অকলে শ্ৰেণী কাৰ্য চলাই আহিছে। সহকাৰী শিক্ষক গৰাকী সপ্তাহত দুই – এদিন আহি চহী কৰি গুচি যায়। শিক্ষক গৰাকী স্কুলত নহাত ইয়াৰ পূৰ্বে ৰঙা চিয়াহিৰে অনুপস্থিত লিখি দিয়ে কৰ্তৃপক্ষই। প্ৰায় ৭৫ গৰাকী ছাত্ৰ ছাত্ৰী থকা এইখন চৰকাৰী স্কুলৰ জুৰুলা অৱস্থাই বিটিআৰৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিছে। উল্লেখ যে, শিক্ষক ৰুৱেন মুৰ্মু পূৰ্বে উক্ত স্কুলৰ প্ৰধান শিক্ষক আছিল যদিও স্কুলত উপস্থিত নথকাত তেওঁক সহকাৰী শিক্ষকৰ পদত দিয়ে যদিও তথাপিও নাহে স্কুলত। উক্ত বিষয়টোৰ ওপৰত বিভাগীয় কতৃপক্ষই সহকাৰী শিক্ষক ৰুৱেন মুৰ্মুৰ ওপৰত কি ব্যবস্থা গ্রহণ কৰে সেয়া হব লক্ষণীয়

Gonotsav:

ৰাজ্যৰ শিক্ষাখণ্ডত সংঘটিত হৈছে আৰু এক ভয়ংকৰ কাণ্ড। নিত্য নতুন বিতৰ্কৰ আৱৰ্তত সোমাই থকা শিক্ষা বিভাগত এইবাৰ হেৰাইছে হেজাৰ হেজাৰ উত্তৰ বহী। এই উত্তৰ বহী হ’ল শিক্ষানুষ্ঠানবোৰৰ মান নিৰূপণৰ বাবে অনুষ্ঠিত কৰা চলিত বৰ্ষৰ গুণোৎসৱৰ। এইবাৰো ৰাজ্যৰ তিনিটা পর্যায়ত ব্যাপক ঢাক-ঢোলেৰে গুণোৎসৱ অনুষ্ঠিত হয়।

ADVERTISEMENT

ইয়াৰে তৃতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছিল যোৱা চাৰিৰ পৰা সাত ফেব্ৰুৱাৰীলৈ। ১০ খন জিলাত এই পর্যায়ত গুণোৎসব অনুষ্ঠিত হৈছিল। এই জিলা কেইখনৰে বৃহৎ সংখ্যক অ’এমআৰ উত্তৰপত্ৰ বিচাৰি পোৱা নাই সমগ্র শিক্ষা অসমে। এই জিলাকেইখন হ’ল ক্রমে বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, মাজুলী, মৰিগাঁও আৰু নলবাৰী।

তদুপৰি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰো একাংশ শিক্ষানুষ্ঠানৰ অ’এমআৰ শ্বিট হেৰাইছে। ইয়াকে লৈ সমগ্র শিক্ষা অসমত হাহাকাৰ লাগিছে। এই সন্দর্ভত সমগ্র শিক্ষা অসমৰ পৰা সকলো জিলাৰ মিছন সমন্বয়কসকললৈ জৰুৰীপত্ৰ প্ৰেৰণ কৰা হৈছে। তথ্য অনুসৰি, বিদ্যালয়বোৰত ছাত্র-ছাত্রীৰ উপস্থিতি আছে। অর্থাৎ তেওঁলোকে গুণোৎসৱৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে; অথচ তাৰে কে’বাশ ছাত্ৰ-ছাত্ৰীৰ অ’এমআৰ শ্বিট পাবলৈ জিলাবোৰৰ পৰা উত্তৰপত্ৰবোৰ ছীল, মোহৰ মাৰি টোপোলা বান্ধি সমগ্র শিক্ষা কার্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। সেই টোপোলা খোলোতে কে’বাশ উত্তৰপত্ৰ নথকাটো ধৰা পৰে।

লগে লগে বিষয়টো জিলাবোৰক অৱগত কৰি সকলো তথ্য পৰীক্ষা কৰিবলৈ সমন্বয়কসকলক নির্দেশ দিয়া হৈছে। এই নির্দেশনাত জিলাৰ নডেল বিষয়াজনকো অহা ২৬ ফেব্ৰুৱাৰীত সমগ্র শিক্ষা অসমৰ কাৰ্যালয়ত উপস্থিত হৈ অ’এমআৰ শ্বিটৰ পেকেটবোৰ পৰীক্ষা কৰাৰ বাবে জৰুৰী নির্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হোৱা শিক্ষানুষ্ঠানৰ সংখ্যা হ’ল ৪৪,০৭৮ খন। তেনেদৰে গুণোৎসৱত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ৩৮,৮৮,৪৬৪ গৰাকী। প্ৰথমৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত গুণোৎসৱৰ প্ৰথম পৰ্যায়ত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ১১,৭২,৪০১ গৰাকী। তেওঁলোকে অধ্যয়ন কৰা বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ সংখ্যা হ’ল ১৩,৩৫৬ খন। উল্লেখ্য যে এনেদৰে উত্তৰপত্ৰ নোহোৱা হোৱা বিষয়টোও ধৰা পৰাৰ পাছত এই তথ্য ৰাজহুৱা নহ’বলৈ শিক্ষা বিভাগে সর্বোচ্চ চেষ্টা চলাই আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Answersheet LostEDUCATION DEPTGonotsav
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d