Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Advantage Assam 2.0:চাৰে আঠ হেজাৰটকীয়া প্রতিসাঁজ খাদ্যৰে অতিথি আপ্যায়ন

মেক্সিকান চিলি ৰাইচৰ পৰা গাজৰ হালোৱালৈ ৩৫ বিধ ব্যঞ্জন

publisher by publisher
February 27, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Advantage Assam 2.0:চাৰে আঠ হেজাৰটকীয়া প্রতিসাঁজ খাদ্যৰে অতিথি আপ্যায়ন
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Advantage Assam In kamrup Metro:কামৰূপ মহানগৰ জিলাত  ৭৬ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

 Advantage Assam In Chirang:এডভান্টেজ আছাম, চিৰাঙতো ৯ বিনিয়োগকাৰীৰে চুক্তি স্বাক্ষৰ জিলা আয়ুক্তৰ

Advantage Assam2.0 Road Show In Seoul: ছিউলত এডভাণ্টেজ আছাম-২.০ৰ ৰোড শ্ব’ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Advantage Assam 2.0:

অসম চৰকাৰৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত বহু চর্চিত ‘এডভান্টেজ আছাম ২.০’ৰ বুধবাৰে সামৰণি পৰে।

ADVERTISEMENT

দুদিনীয়াকৈ অনুষ্ঠিত এই বিশ্ব বিনিয়োগ সম্মিলনত অংশগ্ৰহণকাৰী দেশী-বিদেশী প্রতিনিধিয়ে ৰাজ্যৰ নৈসর্গিক শোভা প্রত্যক্ষ কৰাৰ লগতে বিভিন্ন সুস্বাদু খাদ্যৰো জুতি লয়। খানাপাৰত অনুষ্ঠিত সম্মিলনৰ মূল অনুষ্ঠানত দেশ-বিদেশৰ অতিথিক আপ্যায়ন কৰিবলৈ বিশেষ ব্যৱস্থা হাতত লয় ইয়াৰ আয়োজক ৰাজ্য চৰকাৰে।

বিনিয়োগ সম্মিলনস্থলীত পৃথকে পৃথকে সাজি উলিওৱা হয় কে’বাটাও বৃহৎ খাদ্যগৃহ, য’ত বিবিধ ব্যঞ্জনৰ জুতি লয় প্রতিনিধিসকলে। ইয়াৰ খাদ্য তালিকাত আছিল মেক্সিকান চিলি ৰাইচৰ পৰা গাজৰ হালোৱালৈ। অৱশ্যে বিদেশী উদ্যোগপতি আৰু দেশৰ শীৰ্ষ উদ্যোগপতি তথা ভিভিআইপিৰ বাবে অতিৰিক্তভাৱে বিশেষ খাদ্যৰ ব্যৱস্থা কৰা হয়।

তাৰ মাজতে অন্যতম চৰ্চাৰ বিষয়টো হৈছে যে ইয়াত যোগান ধৰা প্ৰতি প্লেট খাদ্যৰ বাবদ সর্বাধিক ব্যয় ধাৰ্য কৰা হয় চাৰে আঠ হেজাৰ টকা। ভিভিআইপি, ভিআইপিক এই খাদ্য যোগান ধৰা হয়। ইয়াৰ বিপৰীতে পাটকাই খাদ্যগৃহকে ধৰি আন দুই-তিনিটা খাদ্যগৃহত যোগান ধৰা প্ৰতি প্লেট খাদ্যৰ বাবদ ব্যয় কৰা হয় ২৫শ টকাকৈ। অর্থাৎ এই সম্মিলনত প্রতিসাঁজ খাদ্য ২৫শ টকাৰ পৰা চাৰে আঠ হেজাৰ টকাত যোগান ধৰা হয়।

উল্লেখ্য যে এই সম্মিলনত ব্যক্তি বিশেষকে পৃথকে পৃথকে খাদ্যব যোগান ধৰা হয়। দায়িত্বত থকা কে’বাজনো কৰ্মচাৰীয়ে সদৰী কৰা অনুসৰি, ২৫শৰ পৰা ৪,৪০০ টকীয়া প্রতিপ্লেট নিৰামিষ খাদ্যত প্রায় ৩৫ বিধ ব্যঞ্জন যোগান ধৰা হৈছিল, য’ত ইণ্ডিয়ান আৰু চাইনীজ খাদ্য আছিল।

ইয়াৰ ভিতৰত অন্যতম কেইবিধমান ব্যঞ্জন হৈছে ক্রমে জহা ৰাইচ, মেক্সিকান চিলি ৰাইচ, নেমু ধনীয়াৰ চুপ, গোমধানৰ চুপ, বেংগন চোখা, আলু পিটিকা, অমৃতসৰী আলু বদিয়ান, ভজা মছলা দিয়া আলু দম, কঢ়াই চজি, কধি পাকডি, সৰু আলু-শাক ভাজি, ডালমা, চোলাৰ দাইল, ফুলকবি ৰ’ষ্ট কটেজ চীজ আৰু জলকীয়া ক’লা বীন চচ, বার্ণ গাৰলিক নুডলছ, ষ্ট্র ফাইড ভেজিটেবুলছ ইন মিল্ড গাৰলিক চচ, বজৰে কা খীৰ, গাজৰ হালোৱা, ফিৰিনি। ইয়াৰ উপৰি কে’বাবিধ চালাদ, পনীৰ তৰকাৰী, মিঠাই, বাটাৰ নানৰ জুতি ল’লে উপস্থিত প্রতিনিধিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Advantage AssamAppetizersDELICIOUS FoodGuest From Home And Abroadvipvvip
publisher

publisher

Related Posts

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d