Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

    জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

    হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

    নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

 Nemsu Pressrelease:চৰকাৰ-প্ৰশাসনে মুছলমানক নিৰ্যাতন চলাইছে-নেমছু

সোণাপুৰত মুছলমান সকলক বাচি বাচি উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীয়ে, ট্ৰাইবেল লোকৰ বাদেও বহুলোকে এতিয়াও বেদখল কৰি আছে বেল্টৰ মাটি

publisher by publisher
September 14, 2024
in Uncategorized
Reading Time: 2 mins read
0
Heated situation in Sonapur over the eviction:উচ্ছেদক লৈ সোণাপুৰৰ কচুতলীত উত্তপ্ত পৰিস্থিতি
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

NEMSU:বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সম-অধিকাৰ দিয়াৰ আহ্বান নেমছু’ৰ

NEMSU press release: চৰকাৰে দাবী পূৰণ কৰিবনে ?

Citizens meeting’ organized by Sachetan Nagarik Manch in Nagaon:ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নগাঁৱত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত’ নাগৰিক সভা’

Nemsu Pressrelease:

সোণাপুৰত অকল মুছলমান সম্প্ৰদায়ৰ লোক সকলে বসবাস কৰি থকা নাই । মুছলমান,ট্ৰাইবেল লোকসকলৰ বাদেও অন্যান্য জাতিৰ লোক সকলেও সোণাপুৰ ট্ৰাইবেল বেল্ট অঞ্চলত বসবাস কৰি আছে। চাহু উপাধিৰ লোকে বহু মাটি দখলৰ লগতে চিমেণ্ট ফেক্টৰী আৰু ইটা ভাটাবোৰ কেতিয়া বন্ধ হব মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেটত অকল মিঞা,মিঞা আৰু মিঞা। তাৰ আঁৰত সাম্প্ৰদায়িক ৰাজনীতি লুকাই আছে বুলি ধাৰণা কৰিছোঁ। যুগ যুগ ধৰি সাতমপুৰুষীয়া ভাতৃত্ত্ববোধ বজাই ৰাখি বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হৈ ধৰ্মীয় সংখ্যালঘু সকলে শান্তিৰে বসবাস কৰি আহিছে।

ADVERTISEMENT

কিন্তু হিমন্ত বিশ্ব শৰ্মা পুনৰ ৰাজগাদী দখল কৰিবলৈ এতিয়া টাৰ্গেট কৰি লৈছে মিঞা মুছলমান লোক সকলক। আচলতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক অংকৰ বলি হৈছে ধৰ্মীয় সংখ্যালঘু লোক সকল। মুখ্যমন্ত্ৰী এতিয়া উঠোতে বহুতে মিঞা, শুবলৈ যাওঁতে, খাবলৈ যাওঁতে মিটিঙলৈ যাওঁতে আৰু বিধান সভাৰ অধিবেশলৈ যাওঁতে অকল মিঞাক দেখা পায়। চকু মুদিলেও মিঞা চকু মেলিলেও মিঞা। মুঠতে মিঞাক অত্যাচাৰ কৰিলে পুনৰ ২০২৬ চনত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব পাৰিব বুলি ধাৰণা কৰি লৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই-এনেধৰণৰ এটা পৰিকল্পনা যুগুতাই ভূল। শেহতীয়া লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ কথাত সংখ্যালঘু সকলে বিজেপিক ভোট দিছিল। এতিয়া বিজেপিৰ ভোট দিয়াৰ ফল ভুগি আছে সংখ্যালঘু সকলে। কোনোধৰণৰ জাননী নিদিয়াকৈ ক্ষমতাৰ বলত সোণাপুৰত সাম্প্ৰদায়িক ভাৱে উচ্ছেদ কৰি আছে চৰকাৰ-প্ৰশাসনে। নিচেই কাষৰ পৰা গুলিয়াই মানুহ মাৰি আছে আৰক্ষীয়ে। মিঞাৰ ঘৰ দুৱাৰ ভাঙি, খেতি-বাতি নষ্ট কৰি মিঞাক আর্থিকভাৱে, ৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে দুৰ্বল কৰাই হৈছে অসমৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৱিত্ৰ লক্ষ্য আৰু উদ্দেশ্য।

দুদিন শান্তিপূৰ্ণ উচ্ছেদ হোৱাৰ পিছত যোৱা বৃহস্পতিবাৰে তাতে বসবাস কৰা লোকসকলে আৰক্ষীক কৰা অত্যাচাৰো বে-আইনী, গৰিহণাৰ যোগ্য। এইবোৰ ৰাইজে কৰিব নালাগিছিল। উচ্ছেদিত ৰাইজে কোৱামতে আৰক্ষীয়ে তেওঁলোকে খাবলৈ লোৱা ভাতৰ কাঁহী লাথ মাৰি । উচ্ছেদ কৰিব বুলি তেওঁলোকে নিজে নিজৰ বয়-বস্তুবোৰ কাষৰ ম্যাদী মাটিত থৈ দিয়াত লাথ মাৰি মাৰি পেলাই দিয়ে আৰু মাৰপিট কৰাৰ ফলত পুলিচ আৰু ৰাইজৰ মাজত সংঘাত হয়।তাৰপিছত এই ঘটনাৰ সুযোগ লয় স্থানীয় কিছুমান সাম্প্ৰদায়িক আৰু ৰাজনৈতিক দলৰ নেতা আৰু সাম্প্ৰদায়িক এজেন্টে। চৰকাৰে অসমত মুছলমান সকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰিবলৈ নেমছুই দাবী জনাইছোঁ।

তাৰোপৰি অসম আৰক্ষীৰ গুলিত সোণাপুৰত যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালক ১ কোটি টকাৰ আৰ্থিক সহায়ৰ লগতে উচ্ছেদিতক পুনঃসংস্হাপনৰ ব্যৱস্থা কৰিব লাগে। এজন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে এটা জাতিক টাৰ্গেট কৰি এনেকুৱা অমানৱীয়ভাৱে উচ্ছেদ কৰাটো বৰ দুৰ্ভাগ্যজনক আখ্যা দিওঁ। বৰ্তমান মানৱ অধিকাৰ আয়োগ আৰু শিশু সুৰক্ষা বিভাগো   ৰাজনীতিৰ দ্বাৰা পৰিচালনা হৈ আছে-ই এক কঠিন প্ৰশ্ন । ইফালে যোৱা নিশা উচ্ছেদিতৰ লোকৰ পৰা গুণ্ডাগিৰী কৰি হাঁহ,কুকুৰা, ছাগলী ইত্যাদি চুৰি-ডকাইতি কৰাটো বৰ লজ্জাজনক কথা। সেইবাবেই কি উচ্ছেদিত লোকৰ কাষলৈ যাবলৈ দিয়া হোৱা নাই নেকি-এই প্ৰশ্ন নেমছু‘ৰ সভাপতি বদৰুল ইছলামৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kasutali eviction INCIDENTNemsu PressreleasePresident Badarul Islam
publisher

publisher

Related Posts

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

September 4, 2026
শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d