Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 Rakibul Hussain:ৰকিবুল হুছেইনক আক্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ,কংগ্ৰেছ সহ বিভিন্ন দল- সংগঠনৰ গৰিহণা,দোষীক কঠোৰ শাস্তিৰ দাবী

publisher by publisher
February 20, 2025
in Assam, Crime, India, News
Reading Time: 3 mins read
0
 Rakibul Hussain:ৰকিবুল হুছেইনক আক্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ,কংগ্ৰেছ সহ বিভিন্ন দল- সংগঠনৰ গৰিহণা,দোষীক কঠোৰ শাস্তিৰ দাবী
5
SHARES
54
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Rakibul Hussain:ৰকিবুল হুছেইনক আক্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ৰাজ্য বিধান সভাৰ বাজেট অধিবেশনৰ প্ৰশ্নোত্তৰ কালছোৱাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিশেষ বিষয়ত ভাষণ দি থকা সময়তে সদনত বিৰোধী বিধায়ক এজনে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে যে ৰূপহীহাটত দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হৈছে সাংসদ ৰকিবুল হুছেইন ৷
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে মন্তব্য দি কয় যে ৰকিবুল হুছেইনক দিয়া হ’ব অতিৰিক্ত নিৰাপত্তা ৷ চামগুৰি, ৰূপহীহাটত সাংসদ গৰাকী গ’লে তেওঁক এতিয়াৰ পৰা অতিৰিক্ত নিৰাপত্তা দিয়াৰ ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে এবছৰৰ পৰা ৰকিবুলৰ ওপৰত বাঢ়িছে আক্ৰমণৰ ঘটনা ৷ এনে ক্ষেত্ৰত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি সময়োচিত ব্যৱস্থা ল’ব ৷

ADVERTISEMENT

# ৰকিবুল হুছেইনক আক্ৰমণ সম্পৰ্কত আৰক্ষী সঞ্চালক প্ৰধানৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া:

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণক লৈ ডিজিপি হৰমিত সিঙে সদৰি কৰে যে ৰূপহীহাটত সাংসদ গৰাকীক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

আনহাতে এই ঘটনাত সাংসদ গৰাকী দুই পিএছঅ’ সামান্য পৰিমাণে আঘাতপ্রাপ্ত হৈছে৷ একেদৰে সাংসদ হুছেইন বর্তমান সম্পূর্ণ সুস্থ অৱস্থাত আছে ৷ ইতিমধ্যে তেওঁ অংশগ্ৰহণ কৰিছে দলীয় এক ৰাজহুৱা সভাত ৷

ঘটনাৰ স’তে জড়িত কোনো অভিযুক্ত সাৰি যাব নোৱাৰে৷ আৰক্ষীয়ে দোষীক চিনাক্ত কৰি আটক কৰিব ৷

#নগাঁৱৰ ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ  সাংসদ গৰাকীৰ:

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাৰ পাছতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ গৰাকীয়ে জনাইছে যে , পৰিক্ষাসমূহ চলি থকাৰ বাবে এখন ঘৰৰ চোতালতে মিটিং দিয়া হৈছিল । তিনিখন মটৰ চাইকেলেৰে তেওঁলোক আহি থকাৰ সময়তে ৰূপহিলৈ যোৱাৰ পথতে তেওঁক দুৰ্বৃত্তই আক্ৰমণ কৰে ।

তেওঁৰ কয়, নিৰ্বাচনৰ সময়ত এনে ঘটনাৰ পাছতো কোনো এক্সন নোলোৱাত মাৰ্ডৰ, চুৰ, ডকাইতৰ দৰে লোকে এনে ঘটনা সংঘটিত কৰি আহিছে। আনহাতে তেওঁ কয়, “মোক ব্যক্তিগত ভাৱে আক্ৰমণ কৰা হৈছে , আক্ৰমণকাৰীয়ে হাতত বিভিন্ন ধৰনৰ অস্ত্ৰ সস্ত্ৰ লৈ মোক মাৰিবলৈ আগ বাঢ়ি আহিছে।এনেতে মোৰ এগৰাকী নিৰাপত্তাৰক্ষী এই পৰিস্থিতি দেখি ভয়ত পলায়ন কৰে । ইয়াৰ পাছতে তিনিখনকৈ মটৰ চাইকেল আক্ৰমণকাৰীয়ে ভাঙি চূৰ মাৰ কৰে ।”

লগতে তেওঁৰ অভিযোগ আক্ৰমণকাৰী কেইজনে হত্যা কৰিবলৈ অহাৰ বাদেও তেওঁক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে । বৰ্তমানেও তেওঁ এই ক্ষেত্ৰত গোচৰ ৰুজু কৰা নাই বুলি জনাই । উল্লেখ্য যে বৰ্তমানৰ লৈকে চাৰিবাৰকৈ আক্ৰমণ কৰা হৈছে সাংসদ ৰকিবুল হুছেইনক।

# সাংসদ আক্ৰমণৰ ঘটনাক ‘অসম’ৰ গৰিহণা, ‘ভয়াৱহ ভৱিষ্যতৰ আগজাননী আখ্যা :

 সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ‘অসম সন্মিলিত মর্চা’ চমুকৈ ‘অসম’ৰ ৷ বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰজোঁট ‘অসম’ৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে উক্ত ঘটনাক ভয়ানক ভৱিষ্যতৰ আগজাননী বুলি অভিহিত কৰি কয় যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত এক ভয়ানক হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবৰ বাবে যে খোদ চৰকাৰেই পৰিৱেশ ৰচনা কৰি আছে, এই ঘটনা তাৰ স্পষ্ট ইংগিত ৷

ভূঞা আৰু গগৈয়ে কয় যে হিন্দী বলয়ৰ ৰাজ্য সমূহত বিজেপিয়ে এনেদৰে হিংসা আৰু ত্ৰাসৰ পৰিৱেশৰ মাজতে শাসনত বৰ্তি হৈ আহিছে৷ অসমতো বিজেপিৰ চৰকাৰে একে পৰিৱেশ ৰচনাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বহু উদাহৰণ আছে ৷বিগত উপনিৰ্বাচনৰ সময়ত চামগুৰি সমষ্টিত আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে উপযুক্তভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’লে আজি এগৰাকী সাংসদক দুৰ্বৃত্তই এনেদৰে আক্ৰমণ কৰাৰ সাহস নকৰিলেহেতেন বুলি উল্লেখ কৰি ভূঞা আৰু গগৈয়ে কয় যে চৰকাৰে অসম আৰক্ষীক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ এয়া পৰিণাম ৷ আজিৰ সাংসদ আক্ৰমণৰ ঘটনাত জড়িত দোষীক তংকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক আইনগত শাস্তিৰ ব্যৱস্থা কৰিবলৈ ‘অসম’ মিত্ৰজোঁটে আৰক্ষী তথা চৰকাৰক দাবী জনায়৷

# চৰম অৰাজকতা ! গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ , প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ পদত্যাগ দাবী গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ :

“হিমন্ত বিশ্ব শৰ্মাই অসমক এক অন্ধকাৰ যুগলৈ ঠেলি দিছে।”এই মন্তব্য অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা (সাংগঠনিক) পূৰ্বশ্ৰী গগৈৰ | এজন নিৰ্বাচিত জনপ্ৰতিনিধিও যদি সুৰক্ষিত নহয়, তেন্তে সাধাৰণ ৰাইজে কিদৰে নিৰাপত্তা অনুভৱ কৰিব? দিনৰ পোহৰত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা নিৰ্লজ্জ আৰু নৃশংস আক্ৰমণ গণতন্ত্ৰৰ ওপৰত এটা ভয়ংকৰ আঘাত। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা এই জঘন্য আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক চিনাক্ত কৰি অতি সোনকালে গ্ৰেপ্তাৰ,  ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত আৰু বিজেপি চৰকাৰৰ গুণ্ডাবাহিনীৰ ওপৰত কঠোৰ পদক্ষেপ লওক।

আনহাতে এই ঘটনাৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে আজি সন্ধিয়া অসমৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

# ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক কৰা আক্ৰমনক তীব্ৰ গৰিহণা নেমছু’ৰ,উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি নিদিলে ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন তেওঁৰ পুত্ৰ আৰু দেহৰক্ষীক কৰা আক্ৰমনক গৰিহণা নেমছু’ৰ সভাপতি বদৰুল ইছলামৰ।ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী বদৰুল ইছলামৰ।যদি দোষীক শাস্তি দিয়া নহয় তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ নেমছু’ৰ।এজন সংসদৰ যদি নিৰাপত্তা নাই এই চৰকাৰৰ সময়ত তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা ক’ত বুলি প্ৰশ্ন ছাত্ৰনেতা গৰাকীৰ ।সাধাৰণ জনতাই নিৰাপত্তা হীনতাত ভোগাটো স্বাভাৱিক কথা।নে বৰ্তমান চৰকাৰৰ সময়ত জনসাধাৰণক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে বৰ্তমানৰ চৰকাৰে।যদি ব্যৰ্থ হৈছে তেন্তে পদত্যাগ কৰাৰ দাবী জনাইছে নেমছু।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apcc Condemnsasmassam state youth congressCm Himanta Biswa SarmaDGP AssamNEMSURakibul Hussain Attacked
publisher

publisher

Related Posts

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d