Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Bollywood

প্রাক্তন প্রেয়সী ৰেখাৰ সহায় ল’ব অমিতাভে !

publisher by publisher
April 20, 2025
in Bollywood
Reading Time: 1 min read
0
প্রাক্তন প্রেয়সী ৰেখাৰ সহায় ল’ব অমিতাভে !
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

শেষ মুহূৰ্তত পিছুৱালে অমিতাভৰ নাতিৰ ছবিৰ মুক্তি

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Amitabh Bachchan: সম্প্রতি এক জটিল সমস্যাত পৰিছে অমিতাভ বচ্চন।বিগত কে’বাদিনো ধৰি এই সমস্যা অব্যাহত আছে।সাধাৰণতে তেওঁ নিজৰ সমস্যা সমাধানৰ চেষ্টা নিজেই কৰে। এইবাৰো ব্যতিক্রম নাছিল।

ADVERTISEMENT

বিগ-বিয়ে বহুত চেষ্টা কৰি আহিছে। সেই প্রচেষ্টাত কোনো ত্রুটি নাছিল। যদিও অৱশেষত তেওঁ হাৰ মানিলে। সেইবাবেই বলিউদৰ শ্বাহেনশ্বাহ এইবাৰ অনুৰাগীৰ দুৱাৰমুখত উপস্থিত হৈছে।

তেওঁলোককে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনালে অমিতাভে। যদিও অনুৰাগীসকলে তেওঁৰ পৰিস্থিতিতো আৰুহে জটিল কৰি তুলিছে । কিয়নো প্রবীণ অভিনেতাজনৰ কমেণ্ট বক্সত অনুৰাগীৰ এনে কিছুমান পৰামৰ্শ লিখা আছে যে সেই পৰামৰ্শ মানি চলিলে বচ্চন পৰিয়ালত গৃহযুদ্ধ হয়তো কোনেও ৰোধ কৰিব নোৱাৰিব ।

ঘটনাটো কি? আচলতে সামাজিক মাধ্যমত অমিতাভ অতি সক্রিয়। মাজনিশা শুবলৈ যোৱাৰ আগতে নিজৰ একাউণ্টত কিবা এটা লিখে। পিছদিনা শুই উঠিও তেওঁ নিজৰ মন্তব্য লিখে।

সকলো বয়সৰ অনুৰাগীয়ে আগ্ৰহেৰে তেওঁৰ প’ষ্টৰ বাবে অপেক্ষা কৰি থাকে। কেতিয়াবা ব্যক্তিগত চিন্তা-চৰ্চাও প্রকাশ কৰে। কেতিয়াবা ব্যক্তিগত জীৱনৰ কথা ।

তদুপৰি প্ৰয়াত পিতৃ হৰিবংশ ৰায় বচ্চনৰ দৰে কবিতাৰ এটা শাৰীয়েও অমিতাভৰ সামাজিক মাধ্যমত স্থান লাভ কৰিছিল। এইদৰে এক্স হেণ্ডেলত প্রতিদিনে ৪.৯ কোটি অনুৰাগীয়ে তেওঁৰ প’ষ্ট পঢ়ে।

আৰু এক মিলিয়ন যোগ হ’লে অমিতাভৰ অনুৰাগীৰ সংখ্যা পাঁচ কোটি হ’ব। যদিও বলিউদৰ শ্বাহেনশ্বাহ উক্ত সংখ্যাতে আবদ্ধ হৈ আছে, অনুৰাগীৰ সংখ্যা বৃদ্ধি হোৱা নাই। হেজাৰ চেষ্টা কৰিও তেওঁ পাঁচ কোটিৰ সংখ্যা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই।

অৱশেষত তেওঁ নিজৰ অনুৰাগীৰ আশ্ৰয় ল’লে। এক্স হেণ্ডলত তেওঁ লিখিছে, ‘যথেষ্ট চেষ্টা কৰিও মই ৪.৯ কোটিৰ পৰা পাঁচ কোটি সংগ্ৰহ কৰিব পৰা নাই। যদি আপোনালোকে মোক অলপ সহায় কৰিব পাৰে…!’

অনুৰাগীসকলে লগে লগে লিখি কয় যে যদি তেওঁ ৰেখাৰ স’তে এখন ফটো পষ্ট কৰে তেন্তে অমিতাভৰ অনুৰাগীৰ সংখ্যা আকাশলংঘী হৈ পাঁচ কোটিৰ ওপৰলৈ উঠিব । প্রবীণ অভিনেত্ৰী ৰেখাৰ লগত অমিতাভৰ একালৰ প্ৰেমৰ সম্পৰ্কৰ কথা বলিউদৰ অন্যতম বিষয়।

ইয়াৰ বাবে অমিতাভৰ পত্নী জয়া বচ্চনৰ স’তে ৰেখাৰ আজিও সম্পৰ্ক ভাল নহয়। তেনে পৰিস্থিতিত অনুৰাগীৰ পৰামৰ্শ অনুসৰণ কৰি অনুৰাগীৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ৰেখাৰ সহায় ল’বনে অমিতাভে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amitabh BachchanBOLLYWOODRekha
publisher

publisher

Related Posts

Sachin Tendulkar’s Son Arjun Tendulkar Just married বিবাহপাশত আবদ্ধ হ’ল শচীন-পুত্র অর্জুন তেন্ডুলকাৰে
Bollywood

March 6, 2026
The Bengal Files:’দ্যা বেংগল ফাইলছ’ মুক্তিৰ যুদ্ধঃ ৰাষ্ট্ৰপতিলৈ পল্লৱী যোশীৰ আবেদন

September 6, 2025
Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

বলিউডত শোকৰ ছাঁ ! ‘দেৱদাস’খ্যাত অভিনেত্রী নাজিমাৰ দেহাৱসান

August 12, 2025
ছবিত যুক্ত হ’ব আন দুই নায়িকাও
Bollywood

ছবিত যুক্ত হ’ব আন দুই নায়িকাও

August 11, 2025
Actor Sanjay Dutt:অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

August 2, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d