Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘কাপুৰুষৰ দৰে আক্ৰমণ কৰিছে ভাৰতে, উপযুক্ত উত্তৰ দিয়া হ’ব

‘অপাৰেচন সিন্দুৰ’ৰ মাজতে পাক প্ৰধানমন্ত্ৰীৰ সকীয়নী

publisher by publisher
May 7, 2025
in India, News
Reading Time: 1 min read
0
‘কাপুৰুষৰ দৰে আক্ৰমণ কৰিছে ভাৰতে, উপযুক্ত উত্তৰ দিয়া হ’ব
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

সন্ত্ৰাসবাদৰ বাবে ২০২৬ চনত পুনৰ ভাৰত আৰু পাকিস্তান সংঘাতত লিপ্ত হোৱাৰ সম্ভাৱনা !

বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে ছয়খন ৰাজ্যত অসামৰিক অনুশীলন!

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

India-Pakistan:পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই আক্ৰমণ কৰাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে প্ৰতি সতৰ্কবাণী জাৰি কৰে।

ADVERTISEMENT

তেওঁ জনাইছে,এই ভাৰতীয় আক্ৰমণৰ পাছত পাকিস্তানে মৌনতা অৱলম্বন নকৰে। উপযুক্ত উত্তৰ দিয়া হ’ব।

শ্বাহবাজে তেওঁৰ এক্স-হেণ্ডেলত লিখিছে, “ধূৰ্ত শত্ৰুৱে পাকিস্তানৰ পাঁচটা অঞ্চলত কাপুৰুষমূলক আক্ৰমণ চলাইছে। ভাৰতৰ যুদ্ধ ঘোষণাৰ প্ৰতি সঁহাৰি জনোৱাৰ অধিকাৰ পাকিস্তানৰ আছে। ইয়াৰ সঁহাৰি ইতিমধ্যে আৰম্ভ হৈছে। আমি উপযুক্ত উত্তৰ দিম। সমগ্ৰ দেশ পাকিস্তানী সেনাৰ লগত আছে। সকলো পাকিস্তানী নাগৰিকৰ মনোবল উচ্চ।”

লগতে তেওঁ লিখিছে, “পাকিস্তান আৰু পাকিস্তানী সেনাই শত্ৰুৰ স’তে কেনেকৈ মোকাবিলা কৰিব লাগে জানে। আমি কেতিয়াও শত্ৰুক তেওঁলোকৰ অসৎ লক্ষ্য পূৰণ কৰিবলৈ নিদিওঁ।”

প্ৰসংগক্ৰমে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে পাকিস্তানৰ ন’টা স্থানত আঘাতহনা হৈছে। অৱশ্যে শ্বাহবাজে সেই দাবী খাৰিজ কৰি জনাইছে, পাঁচটা স্থানত আক্ৰমণ সংঘটিত হৈছে।

উল্লেখ্য যে,মঙলবাৰে মাজনিশা ভাৰতীয় বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত আক্ৰমণ কৰে।

নতুন দিল্লীয়ে ইতিমধ্যেই জনাইছে যে ভাৰতে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ সঁহাৰি পচন্দ সময় আৰু পচন্দৰ স্থানত দিব। ভাৰতীয় সেনাই ঘোষণা কৰিছিল যে মঙলবাৰে মাজ নিশাৰ পাছত এই আক্ৰমণ হয়।

কিছুমান ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা হৈছে যে ভাৰতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰাবাদত মিছাইল নিক্ষেপ কৰি আঘাত কৰিছে।

অৱশ্যে, ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা চমু বিবৃতিত কোনো চহৰৰ নাম উল্লেখ কৰা হোৱা নাই। ভাৰতৰ ‘অপাৰেচন সিন্দৰ’ৰ সময়ত, পাকিস্তানে জম্মু-কাশ্মীৰৰ পুঞ্চ-ৰাজৌৰী অঞ্চলত যুদ্ধবিৰতি চুক্তি উলংঘা কৰে আৰু গোলাবর্ষণ আৰম্ভ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India PakistanShehbaz Sharif
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d