Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

    তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Islamabad:ভাৰত বিচ্ছিন্ন, বিশ্ব এতিয়া পাকিস্তানৰ লগত আছে

ভাৰতক ধমক দি হুংকাৰ পাকিস্তানৰ লস্কৰ নেতাৰ

publisher by publisher
January 16, 2026
in Uncategorized
Reading Time: 1 min read
0
Islamabad:ভাৰত বিচ্ছিন্ন, বিশ্ব এতিয়া পাকিস্তানৰ লগত আছে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Kashmir:পাক সন্ত্রাসবাদীৰ সহযোগকাৰী ছজনক দুদিনতে নিধন সেনাৰ

Pakistan to welcome India’s most wanted fugitive Zakir Naik: ভাৰতৰ ম’ষ্ট ৱান্টেড পলাতক জাকিৰ নাইকক সুসজ্জিত মঞ্চত ৰঙা দলিচাৰে আদৰিব পাকিস্তানে

Selling Pak Embassy In Us :লাও লোৱা অৱস্থা পাকিস্তানৰ !

Islamabad:

সুদিন উভতি আহিছে পাকিস্তানব। ইছলামাবাদৰ সপক্ষে আৰম্ভ হৈছে বিশ্ব মেৰুকৰণ। এই চাঞ্চল্যকৰ দাবী কৰিলে পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন লস্কৰ এ তৈবাৰ কমাণ্ডাৰ হাফিজ আব্দুৰ ৰৌফে। এইজন সন্ত্রাসবাদী নেতাৰ নেতৃত্বতে ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ৰ ফলত নিহত পাকিস্তানী সন্ত্রাসবাদীৰ শেষকৃত্যৰ নামাজ সম্পন্ন কৰা হৈছিল। হাফিজ আমেৰিকাৰ তালিকাভুক্ত সন্ত্রাসবাদী আৰু লস্কৰ ই তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছয়িদৰ ঘনিষ্ঠ সহযোগী। হাফিজে দাবী কৰি কয় যে তুৰস্ক আৰু বাংলাদেশে এতিয়া ইছলামাবাদক সমর্থন কৰিছে।

ADVERTISEMENT

হাফিজে ক’লে, ‘কালিলৈকে আমি অকলে আছিলো আৰু সমগ্র বিশ্বই ভাৰতক সমর্থন কৰিছিল। আজি পৰিস্থিতি সলনি হৈছে। তুৰস্ক পাকিস্তানৰ স’তে আছে, বাংলাদেশৰ সেনাপ্রধানো ইছলামাবাদৰ পক্ষত। এতিয়া সমগ্র বিশ্ব পাকিস্তানৰ কাষ চাপিছে। মুজাহিদৰ এক নতুন যুগ আৰম্ভ হৈছে, য’ত পাকিস্তান জয়ী হৈছে।’ সদ্য প্রকাশিত ভিডিঅ’ত হাফিজে দাবী কৰি কয় যে ভাৰতে উচিত শিক্ষা লাভ কৰিলে আৰু আগন্তুক ৫০ বছৰলৈকে পাকিস্তানক আক্রমণ কৰাৰ সাহস নকৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Islamabadpak Terrorist
publisher

publisher

Related Posts

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ
Uncategorized

September 11, 2026
অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d