Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ULFA(l):অসমীয়া এটা আলস্য জাতিত পৰিণত হৈছে! উদ্বেগ প্রকাশ আলফা (স্বা)ৰ

publisher by publisher
May 27, 2025
in News, Assam
Reading Time: 2 mins read
0
ULFA(l):অসমীয়া এটা আলস্য জাতিত পৰিণত হৈছে! উদ্বেগ প্রকাশ আলফা (স্বা)ৰ
2
SHARES
23
VIEWS
ShareShareShareShare

ULFA(l):

অসমীয়া জাতিয়ে নিজৰ দোষত তথা পৰনিৰ্ভৰশীলতাৰ পৰিণতিত ব্যৱসায়-বাণিজ্যত পিছ পৰি ৰোৱা বুলি গভীৰ উদ্বেগ প্রকাশ কৰিছে আলফা (স্বাধীন)ই। জাতিটোক উদ্ধাৰৰ পথ দেখুৱাবলৈ তেজপুৰত অহা ৩০ মে’ত অনুষ্ঠিত হ’বলগীয়া অসম বাণিজ্য দিৱসত সকলোকে সহযোগিতা আগবঢ়াবলৈ সংগঠনটোৱেএক বিবৃতিৰ জৰিয়তে আহ্বান জনায়। সংগঠনটোৱে কয়, ‘অর্থনীতি একোটা জাতিৰ বাবে এক চালিকা শক্তি, যাৰ দ্বাৰা জাতিটোৰ উন্নতি, বিকাশ আৰু সমৃদ্ধিৰ পথ প্রস্তুত হয়। কৃষি, শিল্প আৰু বাণিজ্য এটা জাতিৰ উত্তৰণৰ বাবে অপৰিহাৰ্য।

ADVERTISEMENT

জাতি এটাৰ অৰ্থনৈতিক ভেটিৰ পৰিকাঠামো তৈয়াৰ হয় কৃষি, শিল্প আৰু বাণিজ্যৰ যোগেদি। ইয়ে জাতিটোৰ উৎপাদনশীলতা, সম্পদৰ ব্যৱহাৰ, বিনিয়োগ আৰু বাণিজ্যৰ দৰে দিশবোৰ নিয়ন্ত্রণ কৰে। জাতি এটাৰ সামগ্রিক উন্নতিৰ বাবে এয়া প্রয়োজনীয়। অথচ ঊনবিংশ শতিকাতে বাণিজ্যিক চেতনালব্ধ ভোলানাথ বৰুৱা, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল একো একোজন কিংবদন্তি থলগিৰী মুদৈ।

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

বিবৃতিটোত লগতে এইবুলিও উল্লেখ কৰা হৈছে যে ১৯২৩ৰ ৩০ মে’ত মুদৈ ভোলানাথ বৰুৱাৰ দেহাৱসান ঘটে। তাৰ লগত সংগতি ৰাখি ৩০ মে’ৰ দিনটো তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই বাণিজ্য দিবসৰূপে উদ্যাপন কৰিব। বিগত ২০১৯ৰ পৰা সভাই এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে অনুষ্ঠানৰ সফলতা আৰু ৰাইজৰ এইক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰে আলফা (স্বা)ই৷

সংগঠনটোৱে পুনৰ বিবৃতিটোত উল্লেখ কৰে এনেদৰে, ‘এসময়ত খলগিৰীৰ নাছিল কি? ঘৰতে মাছ-কাছ, বাৰীৰ শাক-পাচলি, গড়ালৰ হাঁহ-কুকুৰা-ছাগলী, পথাৰৰ ধানেৰে উভৈনদী হৈ থকা জাতিটো এতিয়া উৎপাদনহীন হৈ পৰিল। ঔপনিৱেশিক ভাৰতীয় নব্য উদাৰতাবাদী বজাৰ অর্থনীতি, ভোগবাদ, বৃহৎ পুঁজিবাদ আৰু পুঁজিবাদবে পৰিচালিত কৰা ৰাজনীতিৰ মেৰপেছত লাহে লাহে সকলো হেৰুৱাই পেলোৱাৰ অভ্যাস আৰম্ভ হ’ল গলগিৰী জাতিৰ মাজত।

তাহানিতে আমাৰ জাতিৰ পুৰোধাসকলে সকীয়াই যোৱাৰ পাছতো আজি থলগিৰীৰ হাতত পথাৰ নাই, ব্যৱসায়-বাণিজ্য কিম্বা কল-কাৰখানা তথা উদ্যোগ নাই। পুঁজিবাদ, ভোগবাদ, বজাৰ অৰ্থনীতি আৰু ৰাজনীতিয়ে এটা আলস্য জাতিলৈ পৰিণত কৰিছে জাতিটোক। যাৰ ফলত জাতিটো আজি ধ্বংসৰ গৰাহত। জাতিটোৰ এনে কৰাল সন্ধিক্ষণত নৱপ্ৰজন্মই মুদৈ ভোলানাথ বৰুৱাৰ বাণিজ্যিক আদৰ্শক সৰোগত কৰি আগবাঢ়িব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Paresh AsomPress releaseULFA(l)
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d