Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Air India Ahmedabad plane crashed into BJ Medical College hostel:দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তে বি জে মেডিকেল কলেজত খুন্দিয়ালে অভিশপ্ত বিমানে

তিনি মহলাৰ পৰা জঁপিয়াই প্ৰাণৰক্ষা কে'বাজনৰ,গাৰ কঁপনি এতিয়াও আঁতৰা নাই !

publisher by publisher
June 13, 2025
in India, News
Reading Time: 2 mins read
0
Air India Ahmedabad plane crashed into BJ Medical College hostel:দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তে বি জে মেডিকেল কলেজত খুন্দিয়ালে অভিশপ্ত বিমানে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

অভিশপ্ত ১২ জুন ! সেইদিনা ঠিক কি ঘটিছিল বিমানত ? 

আহমেদাবাদৰ দুর্ঘটনাৰ ভিডিঅ’ কৰা কিশোৰ গ্রেপ্তাৰ! কি ক’লে আৰক্ষীয়ে ? 

দুৰ্যোগৰ পাছত এতিয়া এয়াৰ ইণ্ডিয়াই কোনো বিমানত ব্যৱহাৰ নকৰে ১৭১ নম্বৰ

Air India Ahmedabad plane crashed into BJ Medical College hostel:

আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল বিমানকোঠৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ পাঁচ মিনিট পাছতে এয়াৰ ইণ্ডিয়াৰ ব’য়িং ড্রীমলাইনাৰ বিমানখন স্থানীয় বি জে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰাৱাসৰ অট্টালিকাত খহি পৰে। ফলত ছাত্রাৱাসত থকা কমেও পাঁচজন ছাত্র মৃত্যুমুখত পৰাৰ লগতে আন ৪০জন আহত হয়। ভয়ংকৰ ঘটনাটোত প্রাণ হেৰুওৱা চিকিৎসা বিজ্ঞানৰ ছাত্ৰকেইজনৰ চাৰিজন এমবিবিএছ আৰু এজন স্নাতকোত্তৰ মহলা (এমডি)ত অধ্যয়নৰত আছিল।

ADVERTISEMENT

বিমানখনে ছানাবাসত খুন্দা মৰাৰ সময়ত আবাসী ছাত্ৰসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল। তেনে অৱস্থাতে হুৰমূৰকৈ বিমানখন ছাত্ৰাৱাসৰ অট্টালিকাত খহি পৰে। আহতসকলক আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে চিকিৎসালয় চৌহদত হতাহতসকলৰ আত্মীয়-স্বজনে ইতিমধ্যে ভিৰ কৰিছে।

এই ভয়ংকৰ ঘটনা সম্পর্কত বি জে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ শ্যাম গোবিন্দই সংবাদ মাধ্যমৰ আগত কয়, ‘মই আৰু আমাৰ কনিষ্ঠ ছাত্রসকল আহত হৈছো। কমেও ৩০-৪০জন স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ আহত হৈছে। দুই-এজনৰ অৱস্থা অত্যন্ত সংকটজনক।’ একেদৰে ৰামিলা বানু নামৰ এগৰাকী মহিলাই কয়, ‘দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ ছাত্ৰসকলে ছাত্রাবাসত উপস্থিত হোৱাৰ সময়ত ঘটনাটো সংঘটিত হয়। প্ৰাণৰ মমতাত একাংশ ছাত্রই তিনি মহলাৰ ওপৰৰ পৰা তললৈ জঁপিয়ায়।

‘মহিলাগৰাকীৰ পুত্ৰও এই ছাত্ৰসকলৰ মাজত আছে। কথমপি তেওঁৰ পুত্ৰৰ প্ৰাণৰক্ষা পৰে বুলি জানিবলৈ দি কয়, ‘আমাৰ পুত্ৰই দুপৰীয়াৰ আহাৰ গ্ৰহণৰ উদ্দেশ্যে ছাত্ৰাৱাসত উপস্থিত হোৱাৰ সময়ত বিমানখন ছাত্ৰাৱাসত ভাঙি পৰে। তিনি মহলাৰ ওপৰৰ পৰা তেওঁ জঁপিওৱাৰ বাবে কিছু আহত হয়। তেওঁৰ অৱস্থা বিপদমুক্ত।

আমি তেওঁৰ স’তে কথা পাতিছো। ‘বিমানখন ছাত্ৰাৱাসটোত খহি পৰাত তাত থকা কেন্টিনো বিধ্বস্ত হয়। এই কেণ্টিনতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ ছাত্রসকল উপস্থিত হোৱাৰ সময়ত অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। কেণ্টিনৰ ভিতৰত থকা বহু বেঞ্চ ভাঙি চুৰমাৰ হয়। ভিতৰৰ বাচন-বৰ্তনকে ধৰি বিভিন্ন আচবাব সিঁচৰতি হৈ পৰে। ছাত্ৰসকলৰ মেছ সম্পূর্ণৰূপে তচনচ হয়। ভাঙি পৰে পকী দেৱালো।

সূত্রই জনোৱা মতে, এই ছাত্ৰাৱাসৰ আৱাসী চিকিৎসকসকলৰ বহুজনে আহমেদাবাদ অসামৰিক চিকিৎসালয়ত সেৱা আগবঢ়ায়। তেওঁলোকৰ অধিকাংশই ঘটনাটোত আহত হৈছে বুলি সূত্রই প্রকাশ কৰিছে। এই সম্পৰ্কত ছাত্ৰাৱাসৰ অন্যতম আৱাসী তথা এমবিবিএছ তৃতীয় বর্ষৰ ছাত্র শুভম গুপ্তাই সংবাদ মাধ্যমৰ আগত কয়, ‘বিমানখন ছাত্ৰাৱাসত ভাঙি পৰাত মই আঘাতপ্রাপ্ত হোৱা নাই; কিন্তু মোৰ অনেক সহকর্মী তথা কনিষ্ঠ চিকিৎসক আহত হৈছে। অনেক মৃত্যুমুখত পৰিছে।’ দুর্ঘটনাটোৰ পাছত ছাত্ৰাৱাসে চিকিৎসালয়ৰ ৰূপ লৈছে।

# আতংকত মূঢ় হৈ আছো: ছাত্র

এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাগ্রস্ত বিমানখন বি জে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰাৱাসত ভাঙি পৰা ঘটনাই আতংকত মূঢ় কৰি তুলিছে ছাত্ৰাৱাসৰ একাংশ আৱাসীক। মৃত্যুদূতৰূপী দুর্ঘটনাটোৰ সাক্ষী হৈ আতংকত ত্রস্ত হৈ থকা এমবিবিএছৰ ছাত্ৰ শুভমে লগতে কয়, ‘আমি ছাত্রাবাসত আছিলো। বহু ছাত্ৰৰ অৱস্থা ভয়-আতংকত শোচনীয় হৈছে। আমাৰ কঁপনি এতিয়াও দূৰ হোৱা নাই।

আমি ট্র’মাত আছো। ৰোগী চায়ো আছো।’ আহতসকলৰ বহুজনৰ অৱস্থা সুস্থিৰ হৈ আছে বুলিও তেওঁ জনায়। কিছু সময় কঁপি থকাৰ পছত তেওঁ কয় যে দুর্ঘটনাটোত কে’বাজনো মৃত্যুমুখত পৰিছে। লগতে তেওঁ কঁপা কঁপা মাতেৰে কয়, ‘আমি যি পাৰিছো, কৰিছো। দুর্ঘটনাটোত আমাৰ ছাত্ৰাৱাসৰ বিধ্বস্ত হ’ল। আমাৰ সহকর্মী আৰু কনিষ্ঠ কে’বাজনো আহত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ahmedabad plane crashedBJ Medical College hostelMedical Student Dead
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d