Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Piyanka Gandhi Election Rally in Nazira:নাজিৰাত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

হিতাধিকাৰী মহিলাক নাম কটাৰ ভয় দেখুৱাই বিজেপিৰ সভালৈ অনা হয়:প্ৰিয়ংকা গান্ধী

publisher by publisher
April 1, 2026
in News
Reading Time: 1 min read
0
Piyanka Gandhi Election Rally in Nazira:নাজিৰাত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Piyanka Gandhi Election Rally in Nazira:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমলৈ সোঁত বৈছে শাসক – বিৰোধীৰ ষ্টাৰ কেম্পেইনাৰ সকল। বুধবাৰে উত্তৰ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ প্ৰাৰ্থীৰ হৈ জনসভা কৰাৰ বিপৰীতে উজনি অসমৰ নাজিৰা,খোৱাঙত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ৰণডংকা বজালেহি কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।

ADVERTISEMENT

উল্লেখ্য যে,কংগ্ৰেছ নেত্ৰী গৰাকীয়ে দুপৰীয়াভাগত ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে উষ্ম আদৰণি জনাই এপিচিচিৰ সভাপতি গৌৰৱ গগৈ,জীতেন্দ্ৰ সিং আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

কংগ্ৰেছ নেত্ৰী গৰাকীয়ে নাজিৰা, টিংখং আৰু খোৱাঙত কংগ্ৰেছ নেতৃত্বাধেন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে ।

ডিব্ৰুগড়ত উপস্থিত হোৱা কংগ্ৰেছ নেত্ৰী গৰাকীয়ে নাজিৰা সমষ্টিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ উদ্দেশ্যৰে স্থলপথেৰে বৃহৎ কনভয়ত নাজিৰাৰ মেকিপুৰ পূজা ফিল্ডলৈ ৰাওনা হয় ৷

মেকিপুৰ পূজা ফিল্ডত উপস্থিত হৈ কে’বা সহস্ৰাধিক জনতাৰ সন্মুখত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ কয়,অসমৰ উন্নয়ন হোৱা নাই ৷ উন্নয়ন যদি হৈছে এটা পৰিয়ালৰ হৈছে । যিটো পৰিয়ালৰ অলেখ মাটি আৰু স্থাবৰ – অস্থাৱৰ সম্পতি পৰ্বতসম হৈছে। খাটি খোৱা শ্ৰমজীৱী লোকৰ মাটি কাঢ়ি দিয়া হৈছে পুঁজিপতি উদ্যোগপতিক ৷ বিভিন্ন আঁচনিৰ প্ৰলোভনৰে হিতাধিকাৰী সৃষ্টি কৰি ,হিতাধিকাৰী সকলক বিজেপিৰ সভাপতি আঁচনিৰ পৰা নাম কটোৱাৰ ভয়-ভাবুকিৰে সভাত অংশ ল’বলৈ একপ্ৰকাৰ বাধ্য কৰাইছে ৷

ৰাজ্যৰ চৌদিশে বিজেপি চৰকাৰে এক সন্ত্ৰাসময় পৰিস্থিতি সৃষ্টি কৰিছে ৷ এটা নিদিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি তেওঁলোকক ভূমি কাঢ়ি দিয়া হৈছে আদানী- আম্বাণীক ৷ হিমন্ত বিশ্বশৰ্মা চৰকাৰৰ দিনত ৰাজ্য খনত সকলো বস্তুৰ কেৱল দাম বাঢ়িছে ৷একেদৰে বৃদ্ধি পাইছে দুর্নীতি ৷ তদুপৰি চাহ শ্ৰমিকসকলৰ মজুৰি আজিলৈকে বৃদ্ধি হোৱা নাই ৷ কিন্ত বাগিচাৰ ৰাইজৰ বহু উন্নতি কৰিছো বুলি জয়ঢোল কোৱাই ৷
৷সেয়েহে আগন্তুক নিৰ্বাচনত দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰি কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ অনাৰ বাবে ৰাইজে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰক । জনস্বাৰ্থৰ খাটিৰত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাওক। বিশাল জনসভা খনত গৌৰৱ গগৈ,জীতেন্দ্ৰ সিং আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ কে’বা গৰাকী নেতা উপস্থিত থাকে।

উল্লেখ্য যে প্ৰিয়ংকা গান্ধীয়ে টিংখঙত বিপুল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে খোৱাঙত অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCassam assembly elaction 2026election rallyNazirapiyanka Gandhi
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d